Department of Elementary Education Assam (DEE Assam) বিভাগত নতুনকৈ L.P School Teacher আৰু Upper Primery School (U.P)Teacher ৰ শিক্ষকৰ চাকৰি ভৰ্তিৰ বাবে এটা নতুন বিজ্ঞাপন প্ৰকাশ কৰিছে। য'ত অসমৰ চাকৰি প্ৰাৰ্থী সকলৰ পৰা আবেদন বিচৰা হৈছে। Teaching job কৰিব বিচৰা সকলে এই চাকৰিত আবেদন কৰিব পাৰে। ইয়াত নিজৰ ৰাজ্যখনৰ ভিতৰতে চাকৰি পাব।
apply কৰাৰ আগত Job advertisement খন এবাৰ ভালদৰে পঢ়ি লোৱাটো অতি প্ৰয়োজনীয়। কিয়নো এই ক্ষেত্ৰত job applicants সকলৰ বাবে বিশেষকৈ কিছুমান criteria উল্লেখ কৰা হৈছে। লগতে বহুতো নতুন সুবিধা সংযোজিত কৰা হৈছে যিবোৰ এই বিভাগৰ পূৰ্বৰ Job notification সমূহত দিয়া হোৱা নাছিল।
Qualifications লগতে interested candidate সকলে এই চাকৰিত আবেদন কৰিব পাৰে। উল্লেখ কৰা সময় সীমাৰ ভিতৰত আবেদন কৰিব লাগিব।
DEE Assam Teacher Recruitment 2025
এই চাকৰিত মুঠ খালী পদ মুকলি হৈছে 3941 টা। য'ত Lower Primary School Teacher (L.P.) আৰু Upper Primery School Teacher (U.P) সকলৰ বাবে । যোগ্যতা অনুসৰি আবেদন কৰিব পাৰে যদি আপোনাৰ Qualifications মিলি গৈছে তেন্তে apply কৰিব পাৰে।
চাকৰিৰ বিভাগসমূহ এনে ধৰণৰ - Assistant Teacher, Science Teacher, Assamese Language Teacher, Manipuri Language Teacher. DEE Assam ৰ অধীনত অসমৰ ভিতৰতে চাকৰিৰ নিযুক্তি দিয়া হ'ব। online Apply আৰম্ভ হৈ গৈছে already.
Qualification For DEE Assam Teacher Recruitment 2025
Assistant Teacher (L.P.) :
(a) Senior Secondary পাছ কৰা অথবা ইয়াৰ সমকক্ষৰ লগতে 50% Mark's থকা সকলোৰে বাবে ব্যৱস্থা আছে। ইয়াৰ উপৰি দুই বছৰৰ diploma থাকিব লাগিব। ST/SC/OBC/MOBC Cast applicant সকলৰ বাবে 45% Mark's থাকিলেই আবেদন কৰিব পাৰে।
(b) L.P. Teacher ৰ ক্ষেত্ৰত অসম চৰকাৰৰ অধীনত আয়োজন কৰা টেট পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰে।
Assistant Teacher (U.P):
UGC ৰ অধীনত Graduation কৰা লগতে চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা 2 বছৰৰ B.ED. ডিগ্ৰী diploma থকা সকলোৱে apply কৰিব পাৰে। লগতে অসম চৰকাৰৰ অধীনত অনুষ্ঠিত TET pass কৰা হ'ব লাগিব।
Science Teacher (U.P.):
UGC Recognized University ৰ পৰা B.SC pass কৰাৰ লগতে 2 বছৰৰ ডিপ্লোমা ইন ইলিমেন্টৰী ডিগ্ৰীধাৰী সকলৰ বাবে। ইয়াৰ উপৰি অসম চৰকাৰৰ অধীনত অনুষ্ঠিত হোৱা TET pass কৰা হ'ব লাগিব।
Assamese Language Teacher(U.P.):
এই ক্ষেত্ৰত UGC Recognized University ৰ পৰা Assamese subject লৈ পাছ কৰা লগতে দুই বছৰৰ ডিপ্লোমা থকা সকলোৰে বাবে। B.Ed অথবা D.Ed diploma certificate ৰ লগতে TET pass কৰাটো জৰুৰী।
Manipuri Language Teacher(U.P.):
UGC Recognized University ৰ অধীনত Manipuri Subject লৈ পাছ কৰাৰ আৰু 2 বছৰৰ ডিপ্লোমা থকা সকলোৰে বাবে। TET pass কৰা হ'ব লাগিব প্ৰাৰ্থী সকলৰ। B.Ed আৰু D.Ed diploma সকলো candidate ৰ বাবে প্ৰয়োজনীয়।
Age Limit:
Candidate সকলৰ বয়স ক্ৰমে 18 বছৰৰ পৰা 40 বছৰ সকলো পুৰুষ মহিলাই আবেদন কৰিব পাৰে। যিসকল প্ৰাৰ্থী পিছপৰা শ্ৰেণীৰ জনজাতিৰ তেওঁলোকৰ বাবে 5 বছৰৰ age Relaxation কৰা হ'ব।
Pay scale:
Assistant Teacher L.P and U.P ৰ ক্ষেত্ৰত মাহিলী দৰমহা প্ৰথম অৱস্থাত ₹ 14,000 হাজাৰৰ পৰা ₹ 60,500 টকা লগতে grade pay দিয়া হ'ব।
How to apply আবেদনDEE Assam,L.P/U.P Teacher Recruitment 2025:
Eligible candidate সকলে এই বিভাগৰ Official website ৰ যোগেদি online Apply কৰিব পাৰে। এই ক্ষেত্ৰত www.dee.assam.gov.in ৰ মাধ্যমেৰে আবেদন কৰিব পাৰে। য'ত 12/09/2020 তাৰিখৰ পৰা আৰম্ভ কৰি 26/07/2021 তাৰিখলৈ apply last date.
এই ক্ষেত্ৰত কোনো offline apply কৰা সুবিধা নাই। প্ৰতি জন প্ৰাৰ্থীয়ে apply কৰা সময়ত নিজৰ district ৰ লগতে স্কুলৰ মিডিয়াম category of posts নিৰ্বাচিত কৰি ল'ব লাগিব।
Documents required to be uploaded in colour:
a. Passport size photograph
b. H.S.L.C Mark's sheet আৰু certificate
c. Graduation Mark's sheet আৰু certificate
d. D.El.Ed/B.Ed diploma certificate
e. Cast certificate
Conclusion
সকলো নথি পত্ৰ আপলোড কৰাৰ পিছত Final Submitted কৰাৰ লগে লগে এটা Printout copy উলিয়াই ল'ব। পৰৱৰ্তী সময়ত ইয়াৰ প্ৰয়োজন হ'ব।