Army Public School Teacher Recruitment : অসম আৰ্মী পাব্লিক স্কুলৰ চাকৰি ভৰ্তি আৰম্ভ হৈছে। চাকৰিৰ খালী পদ সমূহ পূৰণ কৰিবলৈ বিভাগটোৱে recently এটা Job advertisement প্ৰকাশ কৰিছে। য'ত যোগ্যতা সম্পন্ন চাকৰি প্ৰাৰ্থী সকলৰ পৰা আবেদন বিচৰা হৈছে। শিক্ষকৰ চাকৰি কৰিবলৈ ইচ্ছা কৰা সকলৰ বাবে অতি সু-খবৰ। আপুনি যদি Teacher Job কৰিব বিচাৰে তেন্তে এয়া আপোনাৰ বাবে সোনালী সুযোগ। এই চাকৰিত আবেদন কৰিব বিচৰা সকলে job advertisement খনত উল্লেখ কৰা নিয়ম নীতি সমূহ ভালদৰে এবাৰ পঢ়ি লোৱাটো অতি প্ৰয়োজনীয়।
এনে ক্ষেত্ৰত যদি আপুনি যোগ্য প্ৰাৰ্থী তেনেহলে apply কৰিব পাৰে।
এই বিভাগত চাকৰি পদৰ সংখ্যা হৈছে 8000, য'ত বিভিন্ন বিভাগৰ চাকৰি সন্নিবিষ্ট কৰা হৈছে। যোগ্যতা অনুসৰি আবেদন কৰাৰ সুযোগ আহিছে।
Army Public School Recruitment 2025 চাকৰিৰ vacancy details:
1. Post Graduate Teacher:(PGT)
Educational Qualifications: Post graduation কৰা সকলে আবেদন কৰিব পাৰে। ইয়াৰ লগতে 50% Mark's থকাটো বাঞ্চনীয়। Post graduation প্ৰাৰ্থী সকলৰ Mark's 50% ৰ কম হ'লেও আবেদন কৰিব পাৰিব কিন্তু 50% নম্বৰৰ বেছি হ'লে তেওঁলোকে অধিক প্ৰধান্য পাব।
2. Trained graduate Teacher:(TGT)
Educational Qualificationsআবেদন
যিকোনো শাখাত স্নাতক ডিগ্ৰী লাভ কৰা সকলে আবেদন কৰিব পাৰে ইয়াৰ উপৰি 50% নম্বৰ থকাটো বাঞ্চনীয়।
3. Primery Teacher:(PRT)
Educational Qualifications: Graduate in any discipline যেনে arts, commerce, অথবা Science লগতে ব্যক্তিজনৰ থাকিব লাগিব 50% Mark's.
D.El.Ed অথবা B.Ed ডিপ্লোমা থকা সকলোৱে Apply কৰিব পৰা সুবিধা আছে
সাধাৰণতে শিক্ষা বিভাগৰ চাকৰি ভৰ্তিৰ ক্ষেত্ৰত অৰ্থাৎ শিক্ষকৰ চাকৰিৰ বাবে আবেদন কৰিব বিচৰা প্ৰাৰ্থী সকলে Ctet/TET পাছ কৰাটো জৰুৰী বুলি বিবেচিত হয় যদিও এই ক্ষেত্ৰত এয়া mandatory নহয়। যদি আপুনি Ctet/TET পাছ কৰা নাই তথাপি এই চাকৰিৰ বাবে আবেদন কৰিব পাৰে আৰু qualified হ'লে চাকৰিত নিযুক্তি লাভ কৰিব। Ctet/TET পাছ নকৰা সকলে বাকী আন আন qualifications critera সমূহ fulfill কৰিলে আবেদন কৰাৰ বাবে যোগ্য বুলি বিবেচিত হ'ব।
Age Limitations:
For Fresh candidate সকলৰ বাবে ন্যুনতম বয়সৰ সময় সীমা হৈছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। সাধাৰণতে যিসকল পুৰুষ মহিলা 40 বছৰ বয়সৰ তলৰ তেওঁলোকে বিশেষকৈ অগ্ৰাধিকাৰ লাভ কৰিব।
For Experienced candidate সকলৰ বাবে এই চাকৰি বিজ্ঞাপনত উল্লেখ কৰা মতে 57 বছৰৰ ভিতৰত অৱস্থান কৰা সকলো পুৰুষ মহিলাই আবেদন কৰিব পাৰিব। যদিহে আপুনি ইয়াৰ আগতে কোনো শিক্ষকৰ চাকৰিত যোগদান কৰিছিল। যেনেদৰে Private School Teacher হিচাপে কৰ্মৰত অভিজ্ঞতা থাকিলে 57 বছৰ বয়সৰ প্ৰাৰ্থী সকলেও apply কৰিব পাৰে।
Exam Fees:
1. এই ক্ষেত্ৰত চাকৰি প্ৰাৰ্থী সকলৰ বাবে Fees প্ৰদানৰ এটা মাপকাঠি নিৰিখ আছে। প্ৰতিজন আবেদনকাৰীৰ বাবে ₹500 টকাকৈ Fees ধাৰ্য্য কৰা হৈছে।
2. Payment Mode: Online ( credit /debit cards অথবা Net banking ৰ জৰিয়তে Payment কৰিব পাৰে)
How to apply:
Candidate সকলৰ বাবে মাথোন online Apply কৰাৰ সুবিধা আছে ইয়াত offline apply কৰিবৰ বাবে ব্যৱস্থা নাই। য'ত এই বিভাগৰ Official Website ত Visit কৰি আবেদন কৰিব পাৰে। Apply কৰাৰ সময়ত প্ৰয়োজনীয় নথি পত্ৰ মজুত থকাটো বাঞ্চনীয়। অনলাইন কৰাৰ সময়ত অতি সাৱধানতাৰে সকলো তথ্য আপলোড কৰিব লাগিব। যাতে কোনোধৰণৰ ভূল তথ্য submit কৰা নহয়। নহলে আপোনাৰ application accept নহ'বও পাৰে।
Online Apply শেষ হোৱাৰ লগে লগে application submitted এটা Printout copy উলিয়াই ল'ব। কিয়নো ইয়াৰ পৰৱৰ্তী সময়ত ইয়াৰ প্ৰয়োজন হ'ব।