Type Here to Get Search Results !

BA, BCOM, BSC পঢ়াৰ পিছত কি Course পঢ়িব ? Graduate সকলৰ বাবে চাকৰি।

BA, BCOM, BSC পঢ়াৰ পিছত কিCourse পঢ়িব ? What to do after BA, BCOM, BSC Course লগতে গ্ৰেজুৱেট সকলৰ বাবে চাকৰি। সবিশেষ এই articleৰ জৰিয়তে আলোচনা কৰা হ'ব। ইয়াৰ বাবে সকলো Details জানিবলৈ প্ৰথমৰ পৰা শেষলৈকে এবাৰ ভালদৰে পঢ়ি ল'ব পাৰে। আমাৰ ভিতৰত বহুতো ছাত্ৰছাত্ৰীয়ে এইটো নিৰ্ণয় ল'বনোৱাৰে যে তেওঁলোকে BA, BCOM, BSC পাছ কৰাৰ পিছত কি পঢ়িব কোনটো Course ৰ বাবে এটা উপযুক্ত ডিপ্লোমা ল'ব। তাৰ পিছত কি বিভাগৰ চাকৰিত যোগদানৰ বাবে আবেদন কৰিব ইয়াৰ বিষয়েও এটা উপযুক্ত ধাৰণা নাথাকে। ইয়াৰ উপৰত ভিত্তি কৰিয়েই আজিৰ এই লিখনি।

BA, BCOM, BSC পাছ কৰাৰ পিছত কি কি চাকৰিৰ বাবে আবেদন কৰিব পাৰে এই বিষয়েও আলোচনা কৰা হ'ব। তো আহক বেছি সময় নষ্ট নকৰাকৈ আজিৰ মূল বিষয়বস্তু আলোচনা কৰোঁ।


BA, BCOM, BSC কি ? এই কোৰ্চ কেনেকৈ কৰিব ?


আপুনি এই বিষয়ে জ্ঞাত যে BA, BCOM, BSC এক Undergraduate degree course হয়। BA, BCOM, BSC এই তিনিটা course বেলেগ বেলেগ ক্ষেত্ৰৰ বাবে তৈয়াৰ কৰা হৈছে। 


জানক BA Course কি, লগতে এই কোৰ্চ কেনেদৰে পঢ়িব


আপুনি এই বিষয়ে জ্ঞাত যে BA Courseটো হৈছে Arts ক্ষেত্ৰৰ এক কোৰ্চ । য'ত 12th class pass কৰাৰ পিছত গ্ৰেজুৱেট হোৱাৰ বাবে BA Course অধ্যয়ন কৰে। BAৰ Full Form হৈছে Bachelor of Arts উল্লেখযোগ্য যে এই ক্ষেত্ৰত 11th classৰ পৰাই ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বাবে বিষয় সমূহৰ নিৰ্বাচন কৰিব লাগে। 11th, 12th class passকৰাৰ পিছতেই গ্ৰেজুৱেচন কৰা হয়। এই কোৰ্চ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তিনি বছৰৰ প্ৰয়োজন হয়। য'ত Hindi, English, Sociology, History, Science, Geography, Child welfare and Social Studies, Computer Science etcৰ বিষয়ে শিক্ষা গ্ৰহণ কৰিব পাৰি। BA Course সাধাৰণতে artsত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ Career গঢ়ি তুলিবলৈ তৈয়াৰ কৰা হৈছে। এই ডিগ্ৰী লাভ কৰাৰ পিছত Private, government jobsৰ বাবে আবেদন কৰিব পাৰে। 


জানক BCom course কি, আৰু এই কোৰ্চ কেনেকৈ পঢ়িব


BCom courseটো হৈছে Commerce ক্ষেত্ৰৰ এক degree course য'ত ছাত্ৰ ছাত্ৰীসকলৰ 11th classৰ পৰাই এই কোৰ্চৰ বিষয় সমূহৰ নিৰ্বাচন কৰিব লাগে। ইয়াৰ পিছত 11th, 12th class পাছ কৰাৰ লগে লগে গ্ৰেজুৱেট হোৱাৰ বাবে এই কোৰ্চ পঢ়িব পাৰে। এই course সম্পূৰ্ণ কৰিবলৈ তিনি বছৰ সময় লাগে। য'ত এই কোৰ্চৰ বিষয় সমূহৰ ভিতৰত Finance, Financial Accounting, Corporate tax, Business Management, Human resources, Marketing, Economics, etc বিষয় সমূহৰ শিক্ষা গ্ৰহণ কৰিব পাৰি। BCom এটা Bachelor degree course হয়, যিটো Commerce streamত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে তৈয়াৰ কৰা হৈছে। এই কোৰ্চ পঢ়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলে Private, government jobsৰ ক্ষেত্ৰত apply কৰিব পাৰে। 


জানক - Bsc course কি, কেনেদৰে পঢ়িব এই কোৰ্চ


আপুনি এই বিষয়ে সাধাৰণতেই জ্ঞাত যে Bsc কোৰ্চ Science Streamৰ লগত জড়িত এটা বিভাগ। সাধাৰণতে শিক্ষাৰ্থীসকলে 12th class উত্তীৰ্ণ হৈ গ্ৰেজুৱেট হোৱাৰ বাবে Degree course অৰ্থাৎ Bsc course কৰে। Bsc শব্দৰ Full Form হৈছে Bachelor of Science, এই কোৰ্চ পঢ়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে 11th classতেই ইয়াৰ বাবে subjects সমূহৰ Selection কৰিব লাগে। 12th class পাছ কৰাৰ পিছত গ্ৰেজুৱেছনৰ admission লোৱাৰ ক্ষেত্ৰত কিছুমান college/ Universityত Entrance examৰ আয়োজন কৰা দেখা যায়। এই পৰিক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ সেই কলেজত নামভৰ্তি কৰিব পাৰে। কিন্তু এই প্ৰক্ৰিয়াটো সকলো কলেজৰ ক্ষেত্ৰত দেখা নাযায়। 


Bsc এক Undergraduate degree হয় আৰু এই কোৰ্চ পঢ়াৰ বাবে সময় সীমা হৈছে 3 বছৰ। এই বিভাগৰ অধ্যয়ন কৰিবলগীয়া বিষয় সমূহ এনেধৰণৰ Physics, Mathematics, chemistry, Biology, Zoology, Electronics, agriculture, Home Science etc বিষয় সমূহৰ শিক্ষা গ্ৰহণ কৰিব পাৰে।


BA পাছ কৰাৰ পিছত কি পঢ়িব


M.A - Master in Arts


B.ED - Bachelor of Education


M.B.A - Master of Business Administration


B.B.A - Bachelor of Business Administration


M.C.A - Master of Computer Application


B.C.A - Bachelor of Computer Application


Hotel Management


Fashion designer course


Graduation কৰাৰ পিছত আপুনি উপৰত উল্লেখিত Course সমূহ পঢ়িব পাৰে


BCom পাছ কৰাৰ পিছত কি পঢ়িব


Mcom - Master of Commerce


PGDCA - Post Graduateপঢ়িব Diploma in Computerকৰাৰ পিছত 


ACCA - Association of chartered cerified accountant


CA - Chartered Accountant


CS - Company Secretary


CMA - Certified Management Accountant


CPA - Certified Public Accountant


Bcom পাছ কৰাৰ পিছত উপৰত উল্লেখিত Course সমূহ পঢ়িব পাৰে যিবোৰৰ জৰিয়তে আপুনি এটা উপযুক্ত চাকৰি পাব পাৰে।


Bsc পাছ কৰাৰ পিছত কি পঢ়িব


Msc - Master of Science


M.SC.ITপঢ়িব - Master of Science in information technology


DPED - Diploma in physical Education


BTC - Basic training certificate course


ADCA - Advance Diploma in Computer Application


Bsc pass কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে এই কোৰ্চ সমূহৰ diploma ল'ব পাৰে য'ত এটা উপযুক্ত চাকৰি পোৱাৰ ক্ষেত্ৰত অধিক প্ৰাধান্য লাভ কৰিব।


BA Jobs - বি এ পাছ কৰাৰ পিছত চৰকাৰী চাকৰি সমূহ


বহু ক্ষেত্ৰত দেখা যায় যে বি এ পাছ কৰাৰ পিছত চাকৰি পোৱাৰ আশা নাই অৰ্থাৎ চাকৰি পোৱাৰ আকাংক্ষা কম বুলি ভবা দেখা যায় কিন্তু বাস্তৱত এনে নহয় । বি এ পাছ কৰাৰ পিছত আপুনি বহু ক্ষেত্ৰত চাকৰিৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ ভিতৰত অন্যতম জনপ্ৰিয় কিছুমান চাকৰিৰ নাম উল্লেখ কৰা হ'ল। যেনে Railways jobs ৰ কিছুমান ভাগ - ticket collector, Station Master, Station supervisor, Stenographer ইত্যাদি। বেংকৰ চাকৰি, পুলিচ কৰ্মী চাকৰি, Air Force, আয়কৰ বিভাগৰ চাকৰি, বন বিভাগৰ চাকৰি ইত্যাদি বিভিন্ন ধৰণৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰে।



Bcom pass কৰা সকলৰ বাবে চৰকাৰী চাকৰি বা Private Job সমূহ


যদি Commerce stream ত পঢ়িছে অৰ্থাৎ Bechelor of Commerce পাছ কৰিছে তেন্তে চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি পোৱাৰ ক্ষেত্ৰত অধিক সহায় কৰিব। বৰ্তমান সময়ছোৱাত চৰকাৰে বানিজ্য বিভাগৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে।

চাকৰিৰ ক্ষেত্ৰত চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি বিৱৰণ এনেধৰণৰ - বেংক ক্লাৰ্ক, Data entry operator, finance, banking, insurance company সমূহৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰে।



BSC পঢ়াৰ অৰ্থাৎ পাছ কৰাৰ পিছত চৰকাৰী বা প্ৰাইভেট চাকৰি বিৱৰণ


সাধাৰণতে সচৰাচৰ Scienceত পঢ়ি Bsc পাছ কৰাৰ পিছত চৰকাৰী বা প্ৰাইভেট চাকৰিৰ বাবে সকলো ক্ষেত্ৰতে প্ৰাধান্য লাভ কৰে। কিয়নো science ৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ কাৰিকৰী বা যিকোনো High rankৰ চাকৰি সমূহ মজুত থকাটো দেখা যায়। Scienceৰ শাখা লৈ গ্ৰেজুৱেট কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট কয় হোৱাৰ বাবে এনে বিভাগৰ চাকৰিত যথেষ্ট খালী পদ থকা দেখা যায়।


এনে চাকৰিৰ ভিতৰত অন্যতম কিছুমান job যেনেদৰে - Airport Jobs, Navy jobs, Air Force jobs, pilot etc বিভিন্ন ধৰণৰ High quality Jobs বাবে যোগ্য প্ৰাপ্ত হ'ব।


অন্তিম শব্দ


বন্ধু সকল এই লিখনিত আমি BA, BCom, Bsc Pass কৰাৰ পিছত কি পঢ়িব লগতে কি কি চাকৰিৰ বাবে আপোনাৰ শৈক্ষিক যোগ্যতা উপযুক্ত বুলি বিবেচনা কৰা হ'ব সেই বিষয়ে আলোচনা কৰা হৈছে। আশা কৰোঁ ইয়াৰ জৰিয়তে আপোনালোকৰ সাধাৰণ পৰিমাণে হ'লেও সহায় হ'ব। এই ক্ষেত্ৰত যদি কোনো অসুবিধা অৰ্থাৎ বুজিব পৰা নাই তেন্তে আপোনাৰ বহুমূলীয়া মতামত কেন্টনমেন্টত জনাব পাৰে। ধন্যবাদ।