Type Here to Get Search Results !

Anganwadi Supervisor Recruitment: 2025 Online Apply, Eligibility, Notification

 Anganwadi Supervisor Recruitment: 2025 বিভাগত নতুনকৈ  Anganwadi Supervisor আৰু শিক্ষকৰ চাকৰি ভৰ্তিৰ বাবে এটা নতুন বিজ্ঞাপন প্ৰকাশ কৰিছে।ইয়াত নিজৰ ৰাজ্যখনৰ ভিতৰতে চাকৰি পাব।আগত advertisement খন এবাৰ ভালদৰে পঢ়ি লোৱাটো অতি প্ৰয়োজনীয়। অসমৰ ভিতৰতে চাকৰিৰ নিযুক্তি দিয়া হ'ব। 

য'ত অসমৰ চাকৰি প্ৰাৰ্থী সকলৰ পৰা আবেদন বিচৰা হৈছে।লগতে বহুতো নতুন সুবিধা সংযোজিত কৰা হৈছে যিবোৰ এই বিভাগৰ পূৰ্বৰ Job notification সমূহত দিয়া হোৱা নাছিল। শিক্ষকৰ চাকৰিকৰিব বিচৰা সকলে এই চাকৰিত আবেদন কৰিব পাৰে। কিয়নো এই ক্ষেত্ৰত job applicants সকলৰ বাবে বিশেষকৈ উল্লেখ কৰা হৈছে।  

Anganwadi Supervisor Recruitment: Eligibility

এই চাকৰিত মুঠ 22,700 vacanciesমুকলি হৈছে  টা। য'তAnganwadi Supervisor আৰু School Teacher (U.P) সকলৰ বাবে । যোগ্যতা অনুসৰি আবেদন কৰিব পাৰে যদি আপোনাৰ Qualifications মিলি গৈছে তেন্তে apply কৰিব পাৰে।ST/SC/OBC/MOBC Cast applicant সকলৰ বাবে 45% Mark's থাকিলেই আবেদন কৰিব পাৰে।চাকৰিৰ বিভাগসমূহ এনে ধৰণৰ Assamৰ অধীনত অসমৰ ভিতৰতে চাকৰিৰ নিযুক্তি দিয়া হ'ব। online Apply আৰম্ভ হৈ গৈছেQualifications লগতে interested candidate সকলে এই চাকৰিত আবেদন কৰিব পাৰে। 

উল্লেখ কৰা সময় সীমাৰ ভিতৰত আবেদন কৰিব লাগিব। 

Qualification Anganwadi Supervisor Recruitment:

Secondary পাছ কৰা অথবা ইয়াৰ সমকক্ষৰ  লগতে 50% Mark's থকা সকলোৰে বাবে ব্যৱস্থা আছে।Graduation কৰা লগতে চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা 2 বছৰৰ B.ED. ডিগ্ৰী diploma থকা সকলোৱে apply কৰিব পাৰে। অসম চৰকাৰৰ অধীনত আয়োজন কৰা টেট পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী সকলে আবেদন কৰিব পাৰে।ইয়াৰ উপৰি দুই বছৰৰ diploma থাকিব লাগিব। 

B.SC pass কৰাৰ লগতে 2 বছৰৰ ডিপ্লোমা ইন ইলিমেন্টৰী ডিগ্ৰীধাৰী সকলৰ বাবে। ইয়াৰ উপৰি অসম চৰকাৰৰ অধীনত অনুষ্ঠিত হোৱা ইলিমেন্টৰী ডিগ্ৰীধাৰী  কৰা হ'ব লাগিব।এই ক্ষেত্ৰত UGC Recognized University ৰ পৰা Assamese subject লৈ পাছ কৰা লগতে দুই বছৰৰ ডিপ্লোমা থকা সকলোৰে বাবে। 

UGC Recognized University ৰ অধীনত B.Ed অথবা D.Ed certificate ৰ লগতে  pass কৰাটো জৰুৰী।লৈ পাছ কৰাৰ আৰু 2 বছৰৰ ডিপ্লোমা থকা সকলোৰে বাবে।কৰা হ'ব লাগিব প্ৰাৰ্থী সকলৰ।D.Ed diploma সকলো candidate ৰ বাবে প্ৰয়োজনীয়।

Age Limitations:

Age Candidate সকলৰ বয়স ক্ৰমে 18 বছৰৰ পৰা 45 বছৰ সকলো পুৰুষ মহিলাই আবেদন কৰিব পাৰে। যিসকল প্ৰাৰ্থী পিছপৰা শ্ৰেণীৰ জনজাতিৰ তেওঁলোকৰ বাবে 3 বছৰৰ  Relaxation কৰা হ'ব।

Monthly Salary

Anganwadi Supervisor ক্ষেত্ৰত মাহিলী দৰমহা প্ৰথম অৱস্থাত ₹ 18,000 হাজাৰৰ পৰা ₹ 35,500 টকা লগতে grade pay দিয়া হ'ব। 

How to applyআবেদন:

প্ৰতি জন প্ৰাৰ্থীয়ে apply কৰা সময়ত নিজৰ district ৰ লগতে স্কুলৰ মিডিয়াম category of posts নিৰ্বাচিত কৰি ল'ব লাগিব।এই বিভাগৰ Official website ৰ যোগেদি online Apply কৰিব পাৰে

এই ক্ষেত্ৰত wcd.nic.in ৰ মাধ্যমেৰে আবেদন কৰিব পাৰে।এই ক্ষেত্ৰত কোনো offline apply কৰা সুবিধা নাই। 

Documents required to be uploaded in colour:

Passport size photograph,H.S.L.C Mark's sheet আৰু certificat, Graduation Mark's sheet আৰু certificate

Conclusion

Final Submitted কৰাৰ লগে লগে এটা Printout copy উলিয়াই ল'ব।সকলো নথি পত্ৰ আপলোড কৰাৰ পিছত  পৰৱৰ্তী সময়ত ইয়াৰ প্ৰয়োজন হ'ব।