Type Here to Get Search Results !

Tea Shop - Start A Small Business Career, Sell, Tea, Standard Tea Shop

Tea Shop জৰিয়তে এটা mini business career আৰম্ভ কৰিব পাৰে। ইয়াৰ বাবে যথেষ্ট টকা পইছাৰ প্ৰয়োজন নহয়। আপুনি কল্পনা কৰিব পাৰে নেকি Tea নোহোৱাকৈ জীৱনযাত্ৰাৰ। বৰ্তমান সময়ত সকলো ক্ষেত্ৰত Tea প্ৰয়োজন যিকোনো অনুষ্ঠানতে প্ৰথমে চাহঁ একাপৰ জৰিয়তে সম্ভাষন জনায়। চাহঁ জলপান হৈছে এটা জনপ্ৰিয় খাদ্য আৰু ইয়াৰ সন্মান সকলো ক্ষেত্ৰত বিৰাজমান। ভাৰতৰ যিকোনো ঠাইত অথবা দেশখনৰ বাহিৰেও অন্যান্য দেশৰ ক্ষেত্ৰতো একে প্ৰয়োজনীয় তথা সন্মানীয় এটাখাদ্য। 

ইয়াৰ সমাদৰ সকলো ক্ষেত্ৰতেই বিৰাজমান আছে। ৰাতিপুৱা শুই উঠিয়েই Tea প্ৰয়োজন হয় সকলোৰে। ইয়াৰ উপৰি ইয়াৰ বহুতো উষধি গুণ আছে যাক বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। চাহঁ উৎপাদন কৰা ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসম একমাত্ৰ প্ৰধান ৰাজ্য। অসমৰ tea গোটেই ভাৰততে ৰপ্তানি কৰা হয়। 

ইয়াৰ উপৰি ভাৰতৰ বাহিৰৰ দেশসমূহত এই চাহঁ বিক্ৰী কৰা হয়। চাহঁ বিক্ৰী কৰাৰ জৰিয়তে অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে অসম ৰাজ্যখনে ইয়াৰ বাবে ভাৰতৰ সন্মানো বৃদ্ধি পাইছে। ভাৰতৰ বাহিৰৰ দেশসমূহত

কেনেধৰণৰ ঠাইত স্থাপন কৰিব Tea Shop খন

যদি আপুনি এটাভাল career বিচাৰি আছে লগতে অতি কম খৰচতে তেন্তে এই ক্ষেত্ৰত এটা Standard Tea shop খুলিব পাৰে। নিজৰ গাঁৱত অথবা যিকোনো এটা ভাল ঠাই center selection কৰি যদি এটা tea দোকান দিব পাৰে তেন্তে তাৰ যোগেদি অধিক আয় উপাৰ্জন কৰিব পাৰিব। বৰ্তমান সময়ত সকলো ক্ষেত্ৰত standard দোকান দেখিলে সকলোৱে তাত সমাগম হয়।


Modern Tea Shopবিশেষকৈ বহু ক্ষেত্ৰত দেখা যায় যে চাহঁ জলপান দোকান আছে কিন্তু সেই সমূহ modern টাইপৰ দোকান নহয়। পৰিষ্কাৰ পৰিচন্নতাৰ অভাৱ দেখা যায়। 

Tea আৰু coffee shop সমূহ সদায় চাফ চিকুন থকা ' লাগিব। তেতিয়া তাত customer স্বাভাৱিক ভাৱে বৃদ্ধি পাই আহিব। যিমান গ্ৰাহক দোকান খনলৈ আহিব সিমানে income দিনে দিনে বাঢ়িবলৈ ধৰিব। 

ইয়াৰ যোগেদি নিজৰ ঠাইত থাকিয়ে business career গঢ়ি উঠিব। ইয়াৰ বাদে আজিৰ সময়ত অধিসংখ্যক 'ৰা ছোৱালীসকলে লিখা পঢ়া কৰাৰ পিছত এটা ভাল চৰকাৰী চাকৰি বিচাৰি ফুৰে। Earn Money By Selling Teaচৰকাৰী চাকৰি বিচাৰি বহু সময় পাৰ কৰে কিন্তু চাকৰি নাপায়

চাকৰি পদৰ সংখ্যা সীমিত হোৱাৰ বাবে সকলো ব্যক্তিয়ে চাকৰি নাপায়। জনসংখ্যাৰ ফালৰ পৰা চাকৰি পদ অতি কম। সেয়েহে মই এই Article টোৰ জৰিয়তে ইয়াকে analysis কৰিব বিচাৰো যে যিসকল 'ৰা ছোৱালীয়ে অতি কম খৰছত এটা ভাল career গঢ়ি তুলিব বিচাৰে তেওঁলোকে এনে ধৰণৰ idea লৈ এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে। বহুতো ক্ষেত্ৰত দেখা যায় যে টকা পইছাৰ অভাৱত উপযুক্ত ব্যৱসায় বিচাৰি নাপায়। 

তেওঁলোকৰ বাবে এই Business idea অতি প্ৰয়োজনীয় 'ব।

Employee For A Tea Shop

চাহঁ দোকানতে দুজন বা তিনি জন ব্যক্তি নিয়োজিত ' পাৰে যদি selling বেছি হয় তেন্তে চাকৰিকাল এজনে যিমান salary পায় তেনেদৰে income হোৱা আৰম্ভ ' পাৰে। এয়া নিৰ্ভৰ কৰিব আপোনাৰ দোকান কেনেধৰণৰ ঠাইত স্থাপন কৰিছে। যদি দোকান খন Market Place দিব পাৰে তেন্তে ইয়াৰ জৰিয়তে অধিক উপাৰ্জন ' পাৰে।

Food ItemsTea Shop

চাহঁ দোকান খনত আৰু বহুতো খাদ্য বস্তু ৰাখিব পাৰে যেনেদৰে Biscuits, milk ইত্যাদি। ডাঙৰ চহৰসমূহত দেখা যায় যে এনে ধৰণৰ দোকান সমূহে অধিক উপাৰ্জন কৰে। মুঠতে এই business আৰম্ভ কৰাটো অতি সহজ আৰু কম খৰছৰ উচ্চ মানদণ্ডৰ এটা চাহঁ দোকানতে এটা সুন্দৰ career গঢ় দি তুলিব পাৰে।

Conclusion

চাহঁ দোকান কৰি বহু লোকে Life success হৈছে। চৰকাৰী চাকৰি পিছত স্থান লাভ কৰিছে Business য়ে ব্যৱসায়ৰ ক্ষেত্ৰত income হৈছে অসীমিত কেতিয়াবা এই উপাৰ্জন অধিক ' পাৰে আৰু কোনো সময়ত ইয়াৰ পৰিমাণ কমিব পাৰে। চাকৰিৰ ক্ষেত্ৰত উপাৰ্জনৰ নিৰীক্ষ সদায় সীমিত হোৱা দেখা যায়। চাকৰিৰ ক্ষেত্ৰত salary প্ৰথমে নিৰ্ধাৰণ কৰি দিয়া হয়