Fashion Design ত ব্যৱসায় career গঢ়ি তুলিব বিচাৰে যদি এই Article মাথোন আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াত fashion Design career আৰম্ভ কৰিব বিচৰা সকলে কেনেদৰে প্ৰথমে আগবাঢ়িব তাৰ Basic উপাদান সমূহ আলোচনা কৰা হ'ব। সেয়েহে interested সকলে প্ৰথমৰ পৰা শেষলৈকে ভালদৰে এবাৰ পঢ়ি ল'ব।fashion বৰ্তমান সময়ত সকলো ক্ষেত্ৰত সকলো পুৰুষ মহিলাই কৰে। ইয়াৰ অবিহনে জীৱন নিৰ্বাহ পৰিপূৰ্ণ নহয়।
বিশেষকৈ fashion বৰ্তমানৰ modern যুগত যুৱক যুৱতীসকলে অতি গুৰুত্ব প্ৰদান কৰে। দৈনন্দিন জীৱনত ই এক প্ৰকাৰৰ ক'লা হৈ পৰিছে। ফেশ্বন নহলে কোনো ক্ষেত্ৰতে ভাল নালাগে।
যিকোনো ঠাইত বা Party ত অংশগ্ৰহণ কৰিবলৈ ফেশ্বন ডিজাইনাৰ কাপোৰ পৰিধান কৰি যোৱা হয়। কোনো নতুন ঠাইত ভ্ৰমণ কৰিবলৈ গ'লে সুন্দৰ কাপোৰ পৰিধান কৰি যোৱাটো এক ফেশ্বন বুলিও ক'ব পাৰি।
How to start career in fashion Design
Fashion ডিজাইনাৰ কেৰিয়াৰ আৰম্ভ কৰিবলৈ হলে প্ৰথমে ইয়াৰ এটা course কৰিব পাৰে। লিখা পঢ়া কৰাৰ লগতে Extra কৈ ইয়াৰ বাবে এটা diploma certificate of fashion Design ল'ব লাগিব। ইয়াৰ যোগেদি যিকোনো কাপোৰ কোম্পানীত যোগদান কৰিব পাৰে। যিবোৰ company ত আধুনিক সাজপাৰৰ কাপোৰ প্ৰস্তুত কৰে। এই কোম্পানী সমূহত এই ক্ষেত্ৰৰ ডিপ্লোমা থকা ব্যক্তি সঘনাই নিয়োগ প্ৰদান কৰে।
ইয়াৰ উপৰি বহুতো ক্ষেত্ৰত দেখা যায় যে কোম্পানীত লিখা পঢ়া নজনা প্ৰাৰ্থী সকলে চাকৰি পায়। কিয়নো তেওঁলোকৰ practical experience হৈ গৈছে । প্ৰাপ্তবয়স্ক লোক সকলে এই বিভাগৰ কোম্পানী সমূহত লিখা পঢ়া নজনা কৈ কাম কৰে। তেনেদৰে তেওঁলোকৰ অভিজ্ঞতা গঢ় লৈ উঠে। Business Loanআনহাতে যদি আপুনি এই ক্ষেত্ৰত সৰু এটা কোম্পানী খুলিব পাৰে তেন্তে ইয়াৰ জৰিয়তে অধিক উপাৰ্জন কৰিব পাৰে।এনে ক্ষেত্ৰত কিছু আৰ্থিক টকা পইচাৰ প্ৰয়োজন হ'ব। ইয়াৰ বিষয়ে জ্ঞান বা business Idea আছে যদি আপুনি এই ব্যৱসায় আৰম্ভ কৰিব পাৰে।
Business loan
Business loan লৈ ইয়াত investment কৰিব পাৰে যদি আপোনাৰ হাতত অৰ্থনৈতিক অভাৱ হয়। ভাৰতৰ আন ৰাজ্যৰ দৰে অসমত এই প্ৰতিষ্ঠানৰ সংখ্যা অধিক কম দেখা যায়। অসমৰ প্ৰায় ব্যক্তিয়ে কেৱল লিখা পঢ়া কৰাৰ পিছত এটা ভাল চৰকাৰী চাকৰি বিচাৰি ফুৰে। ব্যৱসায় কৰিবলৈ উপযুক্ত Idea নথকাৰ বাবেই এনে অৱস্থাৰ সৃষ্টি হয়। কিন্তু অসমৰ বাহিৰৰ ৰাজ্যসমূহত এনে নহয়। প্ৰায় সংখ্যক পুৰুষ মহিলাই ব্যৱসায় কৰি নিজৰ ৰাজ্যখনৰ ভিতৰতে career গঢ়ি তোলে।
Instructions
অসমৰ পৰা বহু লোকে company ত চাকৰি কৰিবলৈ ভাৰতৰ আন আন ৰাজ্যলৈ যায়। কিয়নো অসমৰ ক্ষেত্ৰত কোম্পানীৰ সংখ্যা ভাৰতৰ আন আন ৰাজ্যৰ তুলনাত অধিক কম। অসম বহু ক্ষেত্ৰত প্ৰাকৃতিক পৰিৱেশ বাতাবৰণৰ লগতে প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এখন ৰাজ্য।
ব্যৱসায় কৰিবলৈ উপযুক্ত ঠাই তথা যিকোনো উদ্যোগ স্থাপনৰ বাবে পৰ্যাপ্ত সুবিধা থকাৰ পিছতো অসমত উদ্যোগ প্ৰতিষ্ঠানৰ যথেষ্ট অভাৱ।
সেয়েহে ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰাৰ পিছত এটা সাধাৰণ চাকৰি পোৱাৰ ক্ষেত্ৰত বহু সমস্যাৰ সৃষ্টি হয়। চৰকাৰী চাকৰি সীমিত হোৱাৰ বাবে সকলো শিক্ষিত পুৰুষ মহিলাই নিয়োজিত হ'ব নোৱাৰে।তাৰ ফলত বেৰোজগাৰ হৈ ঘৰত এনে থাকিব লগা হোৱা দেখা যায়। ভাৰতৰ বাহিৰৰ দেশসমূহত শিক্ষিত পুৰুষ মহিলাই কাৰীকৰি অথবা যিকোনো এটা বিভাগত চাকৰি কৰিবলৈ সুবিধা লাভ কৰে।
Start Fashion Design Career
Get A Career in Fashion Designউন্নত ভাৰতৰ আন আন ৰাজ্যৰ দৰে অসমত উদ্যোগ প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি হ'লে career ৰ অভাৱ নাথাকিব। এই ক্ষেত্ৰত আপোনাৰ যদিও টকা পইচা যথেষ্ট নাই তথাপি এই fashion Design ত business career প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি নহ'ব।
Conclusion
কিয়নো অতি কম খৰছত প্ৰথম অৱস্থাত এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। তাৰ পৰবৰ্তী সময়ছোৱাত income ৰ উপৰত ভিত্তি কৰি ইয়াৰ পৰিসৰ বৃদ্ধি কৰিব পাৰে।