Type Here to Get Search Results !

Job Interview - Preperation, Study, Books, Exam, Important Tips, Details

Job Interview Preparation: যিকোনো চাকৰিৰ বাবে অৰ্থাৎ Job Interview দিবলৈ যোৱাৰ আগত Preparation কেনেদৰে কৰিব পাৰে। ইয়াৰ কিছুমান Important Examএই  Tips লিখনিৰ জৰিয়তে আলোচনা কৰা 'ব। বৰ্তমান সময়ছোৱাত চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি সকলো ক্ষেত্ৰতে interview দিয়াটো এটা বাধ্যতামূলক বিষয়। চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি পোৱাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে Qualified হোৱাটো প্ৰয়োজনীয়। ' বৰ্তমান সময়ছোৱাত যিকোনো চাকৰিৰ নিয়ুক্তি প্ৰদান কৰাৰ আগত বিভিন্ন ধৰণৰ যোগ্যতা নিৰ্ণায়ক পৰিক্ষা অনুষ্ঠিত কৰে। যোগ্যতা নিৰ্ণায়ক পৰিক্ষা সমূহৰ ক্ষেত্ৰত ভাল Performance দেখুৱাব পাৰিলে তেওঁক চাকৰিৰ বাবে নিৰ্বাচিত কৰা হয়। 

বিভিন্ন ধৰণৰ Written exam  আয়োজন কৰা দেখা যায় ' অধিকাংশ প্ৰাৰ্থীয়ে আশাপ্ৰদ ফলাফল দেখুৱাব নোৱাৰে। ইয়াৰ মূল কাৰণ হৈছে Preparation অভাৱ

চাকৰিৰ বাবে আয়োজন কৰা আন আন Test পাছ কৰাৰ পিছত লিখনি পৰিক্ষাৰ আয়োজন কৰা হয় আৰু এই পৰিক্ষাত উত্তীৰ্ণ হোৱাৰ সংখ্যা যথেষ্ট পৰিমাণে কম হোৱা দেখা যায়। 

সেয়েহে পেছাদাৰী চাকৰি প্ৰাৰ্থী সকলৰ বাবে এই লিখনিৰ যোগেদি কিছুমান নিয়ম নীতি আলোচনা কৰা 'ল। অনুগ্ৰহ কৰি প্ৰথমৰ পৰা শেষলৈকে এবাৰ ভালদৰে বুজি ' পাৰে

How to Be Prepared For A Job Interview In Assamese

যেনেদৰে আমি কিছুমান গুৰুত্ব পূৰ্ণ কথা উপৰত উল্লেখ কৰিছোঁ ইতিমধ্যে। সেয়েহে এই ক্ষেত্ৰত Private চাকৰিয়েই হওক অথবা Govt চাকৰি হওক Interview দিয়াটো বাধ্যতামূলক বিষয়। যিকোনো চাকৰিৰ ক্ষেত্ৰত লিখিত পৰিক্ষাত উত্তীৰ্ণ হোৱাটো অতি প্ৰয়োজনীয়। Private চাকৰিৰ বাবে আবেদন কৰাৰ পিছত চাকৰি পোৱা কথাটো নিৰ্ভৰ কৰে কেৱল পৰিক্ষাত উত্তীৰ্ণ হোৱাটো। সেয়েহে Interview দিবলৈ যোৱাৰ আগত এই কথাবোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব


Important Tips চাকৰি Interview

1. চাকৰি Interview সেতু চাকৰিৰ description সঠিক চেক কৰি লোৱাটো অনুমান হয় যে আপোনাৰ দ্বাৰা কোনো জব পোৰ্টালত পোষ্ট কৰা কোনো চৰকাৰী চাকৰি অথবা ব্যক্তিগত খণ্ডৰ চাকৰিয়েই হওক Interview দিবলৈ সকলো প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই এটা সময় সীমা নিৰ্ধাৰিত কৰে। সেই অনুসৰি চাকৰিৰ প্ৰাৰ্থী সকলক সেই নিৰ্ধাৰিত সময়ছোৱাত interview বাবে আমন্ত্ৰণ জনায়। সকলো চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি ক্ষেত্ৰত প্ৰত্যেকৰে একো একোটা Job description দিয়া থাকে ' চাকৰিৰ বাবে প্ৰয়োজন হোৱা সকলো যোগ্যতা, বয়সৰ সময় সীমা, ইত্যাদিৰ বিৱৰণ দিয়া থাকে সেয়েহে পেছাদাৰী প্ৰাৰ্থী সকলক চাকৰি টোৰ description অনুসৰি প্ৰস্তূতি চলোৱাটো প্ৰয়োজনীয়

2. নিজৰ যোগ্যতা আৰু কি বাবদত interview দিবএজন চাকৰি আবেদন কাৰীয়ে job interview দিবলৈ যোৱাৰ আগতে এয়া নিৰ্ধাৰণ কৰা আৱশ্যক যে যিটো চাকৰিৰ বাবে interview দিয়া ' তেওঁৰ বাবে চাকৰিটো কিয় প্ৰয়োজনীয়। আনকি তেওঁ এই বিষয়ে জ্ঞাত হোৱাৰ প্ৰয়োজন যে তেওঁ চাকৰিটো পোৱাৰ ক্ষেত্ৰত কেনেকৈ যোগ্য প্ৰাপ্ত 'ব।

3. কোম্পানী আৰু পাবলগীয়া সুবিধা ভূমিকাৰ উপৰত চিন্তা চৰ্চাযিটো কোম্পানীৰ চাকৰি বা চৰকাৰী চাকৰি কৰাৰ বাবে interview দিবলৈ গৈ সেই company বা চৰকাৰী সেই প্ৰতিষ্ঠান টোৰ বিষয়ে বিষদভাৱে জনাটো। আৰু এই companyটোত নিজৰ চাকৰি যোগদানৰ পিছত ভূমিকা কি ' সেই বিষয়ে। কেৱল মাত্ৰ এয়া নহয় যে পৰিক্ষাত উত্তীৰ্ণ হোৱাটো তাতকৈ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে নিজৰ ব্যক্তিগত ভূমিকা পালন কৰাটো।

সেয়েহে পেছাদাৰী প্ৰাৰ্থী সকলক এই অনুৰোধ কৰা ' যে চাকৰিৰ interview দিবলৈ যোৱাৰ আগত নিজৰ ব্যক্তিগত ভূমিকা, চাকৰিৰ interview দিবলৈ যোৱাপ্ৰতিষ্ঠান টোৰ স্হাপন সম্পৰ্কে যথেষ্ট আগতিয়াকৈ জ্ঞান আহৰণ কৰা লগতে প্ৰতিষ্ঠান টোৰ স্বীকৃতি সম্পৰ্কে পৰ্যাপ্ত জ্ঞান আহৰণ কৰি লোৱা

Interview প্ৰদান কৰিবলগীয়া প্ৰশ্ন সম্পৰ্কে Basic Idea

idea আহৰণ কৰাযদিও পৰিক্ষাত দিবলগীয়া প্ৰশ্ন সম্পৰ্কে পৰ্যাপ্ত ধাৰণা নাথাকে তথাপিও কিছু উমান পাব পাৰি। কিন্তু সচৰাচৰ এনে কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন সকলো ধৰণৰ চাকৰিৰ পৰিক্ষাত দিয়া সম্ভাৱনা থাকে যিবোৰ বাস্তৱ জীৱনৰ লগত জড়িত। 

যাক সাধাৰণ জ্ঞান বুলি কোৱা হয়। যেনে Computer programming বাবে যদি পৰিক্ষা দিবলৈ যায় তেন্তে এনে ক্ষেত্ৰত কম্পিউটাৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত যিবোৰ Basic কথা জনা থাকিব লাগে তাৰ উপৰত 'বলগীয়া সম্ভৱ প্ৰশ্ন

ভাষন দিয়াৰ অভ্যাস গঢ়ি তোলাবহু ক্ষেত্ৰত দেখা যায় যে বহুত জনগনৰ মাজত বক্তৃতা প্ৰদান কৰিব নোৱাৰে। 

ভয় তথা সাহস নাপায় কথা কবলৈ কিন্তু এনে কিছুমান প্ৰাৰ্থী আছে যিসকলে অনেক জনগনৰ মাজত বক্তৃতা প্ৰদান কৰিব পাৰে। সেয়েহে এইক্ষেত্ৰত আপোনাৰ ব্যক্তিগত কথা কোৱা অভ্যাস গঢ়ি তোলা যাতে জনসমাগম তথা যিকোনো অনুষ্ঠানত ভাষন দিয়াৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সৃষ্টি নহয়

Conclusion

অৱশেষত অন্তিম শব্দকিছুমান ব্যক্তি এনে আছে যিসকলে Job Interview দিয়াৰ পিছত পৰৱৰ্তী পৰ্যায়ত ফলো আপ নকৰে। কিন্তু এনে ক্ষেত্ৰত ফলো আপ কৰাটো বাধ্যতামূলক কিয়নো ইয়াৰ পৰবৰ্তী সময়ত প্ৰতিষ্ঠান টোৱে বিচৰা তথ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা।

প্ৰয়োজনীয় নথি পত্ৰ আকৌ বিচাৰিলে আকৌ জমা দিয়া। এনে দৰে interview দিয়াৰ পিছত নিজকে Update কৰি ৰখা টো অতি প্ৰয়োজনীয়।

সেয়েহে উপৰত উল্লেখ কৰা নিয়ম নীতি সমূহ মানি চলিলে যিকোনো চাকৰিৰ ক্ষেত্ৰত লিখিত পৰিক্ষাত অথবা interview উত্তীৰ্ণ হোৱাটো অতি সহজ ' পাৰে