অসমৰ গাওঁ পঞ্চায়ত আৰু গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ বিভাগটোৱে এই বিভাগত চাকৰিৰ খালী পদসমূহ পূৰণৰ বাবে latest এটা job advertisement প্ৰকাশ কৰিছে। যাক rural development চমুকৈ PNRD বুলি কোৱা হয় । গোটেই অসমৰ পুৰুষ মহিলাই এই চাকৰিৰ ক্ষেত্ৰত আবেদন কৰাৰ সুযোগ আহিছে।যদি আপুনি অসমৰ ভিতৰতে job কৰিব বিচাৰে তেন্তে এই চাকৰি আপোনাৰ বাবে অতি প্ৰয়োজনীয়।
PNRD Job ৰ বাবে যদি আপুনি আবেদন কৰিব ইচ্ছা প্ৰকাশ কৰে তেন্তে এই চাকৰি বিজ্ঞাপনত যিবোৰ criteria ৰ কথা উল্লেখ কৰিছে সেইসমূহ প্ৰথমে এবাৰ ভালদৰে পঢ়ি ল'ব। কিয়নো যদি আপুনি এই ক্ষেত্ৰত যোগ্য বুলি বিবেচিত নহয় তেন্তে আগতে apply নকৰিব।
ইয়াত ছয়টা ভাগত চাকৰি পদ মুকলি কৰা হৈছে ইয়াৰ মূল বিভাগবোৰ চমুকৈ যেনে প্ৰথমটো বিভাগ হৈছে Block development officer, দ্বিতীয়টো হ'ল Gaon panchyat secretary আৰু তৃতীয়টো হৈছে Junior assistant & Tax collector বিভাগত।
PNRD Assam Govt Job Details
1. Block development officer (panchyat) চাকৰি:মুঠ পদৰ সংখ্যা হৈছে 39 য'ত পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত SC /St /OBC cast ৰ সকলো পুৰুষ মহিলাই আবেদন কৰিব পাৰে। দৰমহাৰ নিৰিখ হ'ল: 14000 টকাৰ পৰা 60000 টকা।
2. Assistant block development officer (W&C) চাকৰি: ইয়াত পদৰ সংখ্যা হৈছে 46 য'ত SC /St /OBC Cast ৰ বাবে ব্যৱস্থা আছে। দৰমহাৰ নিৰিখ হ'ল: 14000-60000 + Gp RS 7600 pay band 2 সুবিধা আছে।
3. Assistant block development officer (Gram Sevak) চাকৰি: এই ক্ষেত্ৰত মুঠ পদৰ সংখ্যা হৈছে 88 য'ত পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত সকলো পুৰুষ মহিলা আৰু General Cast ৰ candidate সকলৰ বাবে ব্যৱস্থা আছে।
দৰমহাৰ নিৰিখ হ'ল: 14000-60,500 + GP Rs. 5,800 Pay Band 24.
Gaon Panchayat Secretary চাকৰি:মুঠ পদৰ
সংখ্যা: 578 [
দৰমহাৰ নিৰিখ হ'ল: 14000-60,500 + GP Rs. 7400 Pay Band.
Junior Assistant (For 5 newly created ZPs) চাকৰি:মুঠ পদৰ সংখ্যা: 10
[
দৰমহাৰ নিৰিখ হ'ল: 14000-60,500 + GP Rs. 5600 Pay Band.
Tax Collector Cum Road Mohrar চাকৰি:মুঠ পদৰ
সংখ্যা: 243 [
দৰমহাৰ নিৰিখ হ’ল: 14000-60,500 + GP Rs. 5200 Pay Band 2
Age limitations: বয়সৰ বাবে বিজ্ঞাপনত উল্লেখ কৰা হৈছে যে যিসকল General Cast ৰ পুৰুষ মহিলা তেওঁলোকৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আৰু SC/ST/OBC Cast ৰ candidate সকলৰ বাবে 18 বছৰৰ পৰা 43 বছৰৰ ভিতৰত হ’ব লাগিব।
Educational Qualifications
A. সকলো candidate ৰ বাবে Graduation কৰা হ’ব লাগিব যিকোনো শাখাত উৰ্ত্তীণ হ’লেও আবেদন কৰিব পাৰে। ভাৰতৰ যিকোনো recognized University ৰ পৰা পাছ কৰা certificate থকা সকলোৱে apply কৰিব পাৰে। ইয়াৰ উপৰি যিকোনো অন্যান্য diploma certificate থকা সকলে পাব প্ৰধান্য।
B. candidate জনৰ স্থানীয় ভাষা জনা থাকিব লাগিব। যিটো অঞ্চলত চাকৰি নিযুক্তি দিয়া সেই অঞ্চলৰ জনসাধাৰণৰ মাজত ভালদৰে মিলিব পৰা হ’ব লাগিব। গোটেই অসমৰ যিকোনো ঠাইত নিয়োজিত হ’ব পাৰে সেয়ে অসমীয়া ভাষাৰ লগতে English, Hindi language ত কথা কোৱাৰ অভ্যাস থকাটো প্ৰয়োজন।
Eligibility criteria
আবেদন কৰিব বিচৰা candidateজন ভাৰতৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
How to apply
আবেদন কৰাৰ বাবে এই department ৰ অফিচিয়েল উৱেবছাইটত visit কৰি online Apply কৰিব লাগিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব লাগিব। অন্যথা আপোনাৰ aplications accept নহ’ব পাৰে।