Type Here to Get Search Results !

Industries and Commerce Department jobs - Vacancies, Application, Eligibility, Details

Industries আৰু commerce বিভাগত চাকৰিৰ বাবে নতুনকৈ বহুতো খালী পদ মুকলি হৈছে। অসমৰ সকলো ঠাইতে এই চাকৰিত নিযুক্তি দিয়া ব। অৰ্থাৎ যিসকলে applicants য়ে নিজৰ ৰাজ্যখনৰ ভিতৰত থাকি Job কৰিব বিচাৰে তেওঁলোকৰ সকলোৰে বাবে ভাল খবৰ আহিল।এই ক্ষেত্ৰত যিসকল ৰা ছোৱালীয়ে কোনো চৰকাৰী চাকৰিত যোগদান কৰাৰ সুযোগ লাভ কৰা নাই তেওঁলোকৰ বাবে এই চাকৰি অতি প্ৰয়োজনীয় ব। 

যোগ্যতা সম্পন্ন candidate সকলে এই চাকৰিত apply কৰিব পাৰে। ইয়াৰ বাবে প্ৰকাশ কৰা বিজ্ঞাপনত উল্লেখ কৰা সকলো critera প্ৰথমে সকলোৱে ভালদৰে এবাৰ পঢ়ি ব। 

কিয়নো যদি আপুনি এই job ক্ষেত্ৰত যোগ্য বুলি বিবেচিত নহয় তেন্তে আগতে apply নকৰিব। ইয়াত 3 টা বিভাগৰ চাকৰিৰ বাবে পদ মুকলি হৈছে এই সমূহ প্ৰথমে পঢ়ি যেনে Extension officer(industries), Economic investigator, Junior assistant, আৰু Stenographer পদৰ চাকৰি ভৰ্তি

Extension officer(industries) চাকৰি ভৰ্তি:

এই ক্ষেত্ৰত industries সমূহৰ বিষয়ে জ্ঞান থকা কাৰিকৰী experience থকা প্ৰাৰ্থী সকলে পাব অগ্ৰাধিকাৰ। যদি আপোনাৰ হাতত এই বিভাগৰ কোনো diploma certificate থাকে তেন্তে আপুনি অতি সহজে প্ৰাধান্য লাভ কৰিব। ইয়াত মুঠ Posts সংখ্যা হৈছে 87 টা

Industries and Commerce Department jobs

Salary Package: RS 14000 পৰা RS 49000 + grade pay RS 8700 টকা

Economic investigator চাকৰি ভৰ্তি:

যদি আপোনাৰ Economic investment সঠিক প্ৰয়োগ কৰাৰ পূৰ্বৰ কোনো শিক্ষাগত অৰ্হতাৰ Certificate লগতে diploma‌ আছে তেন্তে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰে। অথবা যদি Economics লৈ Graduation কৰিছে ইয়াৰ মুঠ পদৰ সংখ্যা হৈছে Total 24 posts .

Salary Package: RS 14000 পৰা RS 49000 + Grade pay RS 7500 টকা

Junior assistant (HQ) চাকৰি ভৰ্তি:

Stenographer-lll(HQ) চাকৰি ভৰ্তি:

এই ক্ষেত্ৰত যিসকল applicants দশম শ্ৰেণী পাছ কৰিছে আৰু যিকোনো এটা কাৰিকৰী শিক্ষাৰ চাৰ্টিফিকেট লগত Computer knowledge আছে তেন্তে আপোনাৰ বাবে সুযোগ আহিছে

Salary Package: RS 14000 পৰা RS 35000 + Grade pay RS 5400 টকা।Age: candidate জন 18 বছৰৰ পৰা 38 Years তকৈ অধিক নালাগে

Age Relaxation: যিসকল পুৰুষ মহিলা পিছপৰা শ্ৰেণীৰ অন্তৰ্ভূক্ত অৰ্থাৎ ST/OBC/SC Cast পৰা Apply কৰিব তেওঁলোক সাধাৰণতে General Cast Candidate সকলতকৈ 5 Years লৈ Relaxation পাব

Eligibility criteria: Candidate সকল Indian citizen লাগিব যদি আপুনি ভাৰতৰ নাগৰিক নহয় তেন্তে এই job apply কৰিব নোৱাৰে। General Cast পৰা যিসকল আবেদন কৰিব তেওঁলোকৰ বাহিৰে আন সকলো applicants ক্ষেত্ৰত cast certificate প্ৰয়োজন

Selection Process: নিৰ্বাচন কৰা প্ৰক্ৰিয়া দুই ধৰণৰ প্ৰথম Written Test আৰু দ্বিতীয়তে Computer based পৰিক্ষা লোৱা ব। কম্পিউটাৰ পৰিচালনা কৰা ক্ষেত্ৰত যিসকল পাকৈত তেওঁ ইয়াত যোগ্য বুলি বিবেচিত ব। লগতে লিখিত পৰিক্ষাত পাছ কৰিব লাগিব

How to apply: Applicants সকলে এই চাকৰিত Online যোগেদি আবেদন কৰিব লাগিব। ইয়াৰ বাবে এই বিভাগৰ official website visit কৰি apply কৰিব পাৰে। আবেদন কৰাৰ পিছত online পৰা Print out কপি লগে লগে উলিয়াই ব। এই নথি পৰবৰ্তী সময়ত প্ৰয়োজন