Agricultural University Job Application: অসমৰ Assamকৃষিভিত্তিক মহাবিদ্যালয়ত নতুন কৈ চাকৰি ভৰ্তি আৰম্ভ হৈছে। মহাবিদ্যালয় খনৰ বিভিন্ন বিভাগত মুকলি হোৱা চাকৰিৰ খালী পদ সমূহ পূৰণৰ বাবে recently এটা Job advertisement প্ৰকাশ কৰিছে। এই পদসমূহ পূৰণৰ বাবে ইচ্ছুক তথা যোগ্য প্ৰাৰ্থী সকলৰ পৰা আবেদন বিচৰা হৈছে। কৃষি মহাবিদ্যালয়ত চাকৰি কৰিব বিচৰা সকলে এই ক্ষেত্ৰত আবেদন কৰিব পাৰে। চাকৰি প্ৰাৰ্থী সকলে apply start কৰাৰ আগতে ইয়াৰ অফিচিয়েল advertisement খন এবাৰ ভালদৰে পঢ়ি ল'ব পাৰে। বিভাগটোৱে উল্লেখ কৰা সকলো Criteria সমূহ fulfill কৰিলে আবেদন কৰিব পাৰে।
Assam Agricultural University Job's পদৰ বিৱৰণ
Name of Post (পদৰ নাম): Young Professional-ll
Number Of Posts: 113
Educational Qualifications: আবেদন কৰিব বিচৰা চাকৰি প্ৰাৰ্থী সকলৰ ন্যুনতম শিক্ষাগত অৰ্হতা Agricultural Science ত Post Graduate কৰা হ'ব লাগিব। ইয়াৰ উপৰি Agriculture ৰ বিভাগত যিকোনো Diploma কৰা certificate থাকিলে অধিক প্ৰধান্য দিয়া হ'ব। Computer পৰিচালনা কৰিব পৰা অভিজ্ঞতা থকাটো বাঞ্চনীয়। স্থানীয় ভাষা জনাটো আৱশ্যক যিহেতু অসমৰ ক্ষেত্ৰত অধিকাংশ অঞ্চলত অসমীয়া ভাষাৰ ৱ্যৱহাৰ হোৱা দেখা যায়। প্ৰাথমিক ভাষা হিচাপে অসমীয়া ভাষাৰ জ্ঞান থকা সকলোৰে বাবে প্ৰয়োজনীয়।
ইয়াৰ উপৰি হিন্দী, ইংৰাজী,বঙলা, কছাৰী আদিতো কথা কোৱাৰ অভ্যাস থকাটো প্ৰাৰ্থী সকলৰ বাবে অধিক লাভজনক।প্ৰাৰ্থী সকলে Local সশ্য Production কৰিব পৰা জ্ঞান থকা অতি গুৰুত্বপূৰ্ণ এটা বিষয়। বিশেষকৈ অসমৰ গ্ৰামাঞ্চলত যিবোৰ সশ্য প্ৰতি বছৰে Production কৰা হয়। যিহেতু অসমৰ ক্ষেত্ৰত অধিকাংশ লোক কৃষিৰ লগত জড়িত।
কিছুমান জিলাৰ নাম ইয়াত উল্লেখ কৰা হ'ল যেনে Barpeta, Darrang, and Baksa
Age Relaxation: Candidate সকলৰ বাবে এই ক্ষেত্ৰত নিৰ্দিষ্ট বয়সৰ সময় সীমাৰ কথা উল্লেখ আছে। 21 বছৰৰ পৰা আৰম্ভ কৰি 45 বছৰ বয়সৰ ভিতৰত সকলো যোগ্যতা সম্পন্ন পুৰুষ মহিলাই আবেদন কৰিব পাৰে।ইয়াৰ উপৰি যিসকল পুৰুষ মহিলা পিছপৰা শ্ৰেণীৰ জনজাতিৰ অন্তৰ্গত তেওঁলোকৰ বাবে নিৰ্ধাৰিত বয়সৰ পৰা 5 বছৰৰ Relaxation কৰা হৈছে।
Salary Package:চাকৰিৰ নিয়ুক্তি লাভ কৰাৰ পিছত প্ৰথমাৱস্থাত ₹25000 টাককৈ প্ৰতি মাহে পাই থাকিব। ইয়াৰ পৰবৰ্তী সময়ছোৱাত দৰমহা দিয়াৰ নিৰিখ বৃদ্ধি কৰিব বিভাগটোৰ কৰ্তৃপক্ষই। Performance ৰ উপৰত ভিত্তি কৰি বৃদ্ধি কৰিব salary.
How To Apply
How To Applyএই বিভাগত পদসমূহৰ ক্ষেত্ৰত আবেদন কৰিবলৈ প্ৰাৰ্থী সকলে ইয়াৰ অফিচিয়েল website ত Visit কৰি আবেদন কৰিব লাগিব। কিয়নো ইয়াত মাথোন Online Apply কৰাৰ বাবে ব্যৱস্থা আছে। ইয়াত Offline আবেদন কৰাৰ ব্যৱস্থা নাই। আবেদন কৰাৰ সময়ত প্ৰয়োজনীয় নথি পত্ৰৰ Scan copy আপলোড কৰিব লাগিব।
Conclusion
Application: তথা Online Form fill-up কৰাৰ সময়ত অতি সাৱধানতাৰে ফিলাপ কৰা। যাতে এই সময়ত কোনো তথ্য ভূল নহয়। বহু ক্ষেত্ৰত দেখা যায় Apply কৰাৰ সময়ত বহু ভূল হয় যাৰ বাবে Candidate সকলৰ Job Application সমূহ Accept নহয়। অনলাইন আবেদন কৰা শেষ হোৱাৰ লগে লগে এটা Printout কপি উলিয়াই ল'ব। এই কপি ইয়াৰ পিছত Login কৰাৰ সময়ত প্ৰয়োজন হ'ব।
ইয়াৰ সহায়ত সকলো Updates সময়ে সময়ে লগ ইন কৰি জ্ঞাত হৈ থাকিব পাৰে। নিয়ুক্তি সম্পৰ্কীয় সকলো ধৰণৰ তথ্য পাতি ইয়াৰ Official Website ত প্ৰকাশ কৰিব।যিসকল প্ৰাৰ্থী selected হ'ব তেওঁলোকৰ বাবে এটা মেৰিট লিষ্ট ঘোষণা কৰা হ'ব বিভাগীয় তৰফৰ পৰা। যিটো ইয়াৰ অফিচিয়েল উৱেবছাইটতে চাব পাৰে। ইয়াৰ উপৰি Appointment Letter ৰ দৰে সকলো গুৰুত্বপূৰ্ণ তথ্য বিভাগটোৱে ইয়াত উপলব্ধ কৰিব।
ইয়াৰ বাবে Offline ত Postal ৰ জৰিয়তে কোনো তথ্য প্ৰদান কৰা নহ'ব সেয়েহে সকলো চাকৰি প্ৰাৰ্থী সকলে ইয়াৰ অফিচিয়েল উৱেবছাইট সময়ে সময়ে পৰিদৰ্শন কৰিব পাৰে।