Barkhetri College Assam ত নতুন চাকৰি পদ মুকলি হৈছে। কলেজখনত ভালেমান পদত অচিৰেই নিয়োগ হ’বলৈ গৈ আছে। ইয়াৰ বাবে barkhetri College department য়ে এটা Latest job advertisement release কৰিছে। যদি আপুনি কলেজত চাকৰি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেন্তে এই চাকৰিৰ ক্ষেত্ৰত আবেদন কৰিব পাৰে। অসমৰ বৰক্ষেত্ৰী college ত চাকৰি লগত অসমৰ ভিতৰতে job কৰিব পাৰে।
এই ক্ষেত্ৰত যিসকল প্ৰাৰ্থীয়ে apply কৰিব বিচাৰে তেওঁলোকে এই ক্ষেত্ৰত প্ৰকাশ কৰা job advertisement খন এবাৰ ভালদৰে পঢ়ি লোৱাটো অতি প্ৰয়োজনীয়। কিয়নো যদি আপুনি এই চাকৰিৰ বাবে যোগ্যপ্ৰাপ্ত নহয় তেনেহলে apply নকৰিব।
চাকৰি প্ৰাৰ্থী সকলে 15দিনৰ ভিতৰত আবেদন কৰিব লাগিব। ইয়াত মুঠ খালী পদৰ সংখ্যা হ’ল 20 টা যিবোৰ assistant professor, Laboratory Assistant পদৰ বাবে মুকলি হৈছে।
Assistant Professor চাকৰি ভৰ্তি
এই চাকৰিত মুঠ job Posts হৈছে 15 টা। ইয়াত বিভিন্ন ধৰণৰ ভাগত বিভক্ত পদ অন্তৰ্গত আছে। তলত দিয়া ধৰণৰ যেনে:Subject Wise vacancy 1. Physics পদৰ সংখ্যা হৈছে 03 টা। য’ত ST/SC OBC/ MOBC Cast applicant ৰ বাবে ব্যৱস্থা আছে। 2. Chemistryৰ ক্ষেত্ৰত vacancy হ’ল 03 টা । এই ক্ষেত্ৰত যিসকল ল’ৰা ছোৱালী ST/SC OBC/ MOBC জনজাতিৰ তেওঁলোকেহে apply কৰিব পাৰে।3. Botanyত খালী পদ 03 টা। যিবোৰ পিছপৰা শ্ৰেণীৰ জনজাতিৰ প্ৰাৰ্থীৰ বাবে ব্যৱস্থা আছে।
ইয়াত General Cast applicant ৰ আবেদন কৰাৰ ব্যৱস্থা নাই।4. Mathematics and Zoologyচাকৰি ভৰ্তি ক্ষেত্ৰত total posts ৰ সংখ্যা হৈছে 06 টা। উপৰত উল্লেখিত পদসমূহৰ অনুসৰি আবেদন কৰাৰ ব্যৱস্থা আছে।
Laboratory Assistant চাকৰি ভৰ্তি
ইয়াত খালী পদ মুকলি হৈছে 01 টা।যিকোনো শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰাৰ্থী সকলে এই চাকৰিৰ ক্ষেত্ৰত apply কৰিব পৰা সুবিধা। Educational qualifications:Assistant professor চাকৰি পদত নিযুক্তিৰ ক্ষেত্ৰত As per govt অফিচিয়েল memorandum ত উল্লেখ অনুসৰি আবেদনকাৰীৰ Ph.D. degree থাকিব লাগিব। লগতে ব্যক্তিজনৰ 55% Mark's থকাটো বাঞ্চনীয়। 5% Mark's যিসকল প্ৰাৰ্থী পিছপৰা শ্ৰেণীৰ জনজাতিৰ তেওঁলোকৰ বাবে Relaxation কৰা হ'ব।
Laboratory Assistant এই ক্ষেত্ৰত যিসকল candidate graduation কৰিছে যিকোনো শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে তেওঁলোকে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰে। চৰকাৰী বিশ্ববিদ্যালয়ৰ অধীনত graduation কৰাটো জৰুৰী।
Age Relaxation
Candidate সকলৰ বয়স 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। 38 বছৰৰ উপৰত সাধাৰণ শ্ৰেণীৰ জনজাতিৰ প্ৰাৰ্থীৰ বাবে ব্যৱস্থা নাই। অৱশ্যে যিসকল প্ৰাৰ্থী পিছপৰা শ্ৰেণীৰ জনজাতিৰ অন্তৰ্গত তেওঁলোকৰ সকলোৰে বাবে নিৰ্ধাৰিত সময়ৰ সীমাৰ পৰা 5 বছৰৰ age Relaxation কৰা হ'ব।
ইয়াৰ উপৰি এই ক্ষেত্ৰত অন্যান্য সুবিধা লাভ কৰিব এই জনজাতিৰ প্ৰাৰ্থীসকলে। হাতত মজুত থাকিব লাগিব cast certificate ।
How to apply
Interested candidate সকলে এই বিভাগৰ যিটো Official website আছে তাৰ যোগেদি online Apply কৰিব পাৰে। ইয়াৰ উপৰি offline apply কৰিব পৰা সুবিধা আছে। তাৰ বাবে offline format খন এই বিভাগৰ উৱবচাইটত বিভাগটোৱে প্ৰকাশ কৰিছে।
Conclusion
Job advertisement ত উল্লেখ কৰা সময় সীমাৰ ভিতৰত আবেদন কৰিব পাৰে। job application submit হোৱাৰ পিছত সকলো প্ৰাৰ্থীয়ে লগত online printout উলিয়াই ল'ব। তাৰ যোগেদি পৰবৰ্তী সময়ত login কৰিব পাৰে আপোনাৰ job application status কি হৈ আছে তাৰ সকলো তথ্য পাতি চাব পাৰে।