Type Here to Get Search Results !

Atmanirvar Assam Finance Scheme - Benefits, Eligibility, Application Details

Atmanirbhar Assam Finance Scheme আঁচনি আৰম্ভ হ'ল অসমত । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাউৰীয়াৰ দ্বাৰা আৰম্ভ হয় এই অভিলাসী finance schemeটো। অসমৰ মুখ্যমন্ত্ৰী হিচাবে তেওঁ অসমৰ তৰুণ ল'ৰা ছোৱালীক self depends বনাবলৈ এই আচঁনিৰ আৰম্ভ কৰে। এই আচঁনিৰ সহায়ত অসম ৰ সকলো পৰিয়ালৰ অন্তৰ্গত ল'ৰা ছোৱালীক Money Loans আগবঢ়ায়। এই আচঁনিৰ Loan subsidy হিচাপে গণ্য কৰা হয়। এই আচঁনিৰ উদেশ্য অসমৰ বিভিন্ন পৰিয়ালৰ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল গঢ়ি তোলা। 

কিয়নো অসমৰ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল গঢ়ি তোলা খুবেই প্ৰয়োজন কাৰন India others stateৰ তুলনাত unemploymentৰ সংখ্যা প্ৰায় দুগুণ অধিক হোৱা দেখা গৈছে। Educated candidateৰ সংখ্যা দিনে দিনে অসমত বৃদ্ধি পোৱা দেখা গৈছে সেয়ে ইয়াক কমাবৰ বাবে চৰকাৰে এই finance schemeটো আৰম্ভ কৰে। 

 Government jobsৰ সংখ্যা সীমিত হোৱা বাবে চৰকাৰে এই আচঁনিৰ সহায়ত অসম আত্মনিৰ্ভৰশীল গঢ়ি তোলা এই আচঁনিৰ। 

এই schemeত প্ৰথমে সকলো পৰিয়ালৰ অন্তৰ্গত ল'ৰা ছোৱালীক আবেদন কৰাৰ বাবে চৰকাৰে advertisement প্ৰকাশ কৰে। যিসকলে এই আচঁনিৰ ক্ষেত্ৰত আবেদন কৰিব তেওঁ লোকক সকলোক এক micro business training প্ৰদান কৰিবলৈ দিয়া হয়। এই schemeত Govt subsidy loan প্ৰদান কৰা হয় য'ত তেওঁ লোকক zero interestত আকৌ money খিনি পৰিশোধ কৰাৰ বাবে কোৱা হৈছে। 

Loan পোৱাৰ আগতেই তেওঁ লোকক Bank loan লোৱাৰ পাছত কি কামত ব্যৱহাৰ কৰিব তাৰ সঠিক বাখ্যা আগবঢ়োৱাবলৈ এখন meetingৰ আয়োজন কৰা হয় য'ত প্ৰতি জন candidateয়ে কি কামত ব্যৱহাৰ কৰিব loan লোৱা টকা খিনি। 

তাৰ বাবে চৰকাৰে এই সকলো লৰা ছোৱালীৰ project তৈয়াৰ কৰিবলৈ দিয়ে সঠিক project submit কৰিব নোৱাৰিলে এই আচঁনিৰ loan নাপাব। 

সেয়ে এই schemeত টকা লাভ কৰিব বাবে প্ৰয়োজনীয় এটা project তৈয়াৰ কৰিব লাগে। Money subsidy পোৱাৰ পাছত কি কামত ব্যৱহাৰ কৰি আহিছে তাৰ উমান ল'ব বাবে চৰকাৰে এক কমিটীৰ গঠন কৰি দিয়ে। যত চৰকাৰৰ এই টকা সঠিক ভাবে পালন কৰা হৈছে নে নাই তাক চোৱা চিতা কৰা হয়। 


Eligibility for Assam atmanirvar Finance Scheme

অসমৰ সকলো familyৰ অন্তৰ্গত ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল (Atmanirbhar) গঢ়ি তোলা খুবেই প্ৰয়োজন। সেয়ে এই schemeত Assamৰ সকলো qualified লৰা ছোৱালীক আবেদন কৰিব বাবে চৰকাৰে সুবিধা প্ৰদান কৰিছে। বয়সৰপৰা যিসকল 28 বছৰৰ পৰা 45 বছৰৰ ভিতৰত তেওঁলোকক এই আচঁনিৰ ক্ষেত্ৰত আবেদন কৰিব দিয়া হয়। 

10th class pass কৰা সকলো লৰা ছোৱালীৰ বাবে লগত graduation কৰা সকলো লৰা ছোৱালীক আত্মনিৰ্ভৰশীল গঢ়ি তোলা বাবে এই schemeত money subsidy আগবঢ়ায়। Engineering, Medicine, Agriculture, Veterinary diploma কৰা সকলে পাব অধিক প্ৰাধান্য। 


Objectives of atmanirvar Assam Finance Scheme

এই schemeৰ মূল উদ্দেশ্য হৈছে self depends হোৱাটো। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাউৰীয়াৰ এই schemeত অসমৰ সকলো পৰিয়ালৰ qualified candidate সকলক আত্মনিৰ্ভৰশীল গঢ়ি তোলা। অসমৰ শিক্ষিত ল'ৰা ছোৱালীক Job প্ৰদান কৰা ক্ষেত্ৰত চাকৰি পদৰ সংখ্যা সীমিত হোৱা বাবে চৰকাৰে এই schemeত আবেদন কৰাৰ বাবে সুবিধা প্ৰদান কৰিছে। দিনে দিনে অসমত বৃদ্ধি পোৱা unemploymentৰ সংখ্যা প্ৰতি দৃষ্টি প্ৰদান কৰিছে চৰকাৰে। 

সেয়ে এই আচঁনিৰ আৰম্ভ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাউৰীয়াই। এই schemeত সকলো পৰিয়ালৰ অন্তৰ্গত ল'ৰা ছোৱালীক 1 লাখ টকা লৈকে insurance প্ৰদান কৰিছে। 


যদি আপুনি এই schemeত Loan subsidy পাইছে তেন্তে আপুনি govt employeeৰ দৰে। সেয়ে আপোনাক চোৱা চিতা কৰা দায়িত্ব চৰকাৰৰ। আত্মনিৰ্ভৰশীল হোৱাই হৈছে চৰকাৰৰ মূখ্য উদেশ্য। ভাৰতৰ বিভিন্ন state সমূহৰ দৰে অসমৰ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল গঢ়ি তোলা খুবেই প্ৰয়োজন অনুসৰি এই আচঁনিৰ উদেশ্য।

উপযোক্ত ভাৱে এই loan amount খৰচ কৰি নিজৰ উদ্দেশ্য সফল কৰিব পাৰিলে দ্বিতীয় পৰ্যায়ৰ বাবে তেতিয়া loan ল'ব তেতিয়া এই ক্ষেত্ৰত আপুনি অতি সহজে এই loan লাভ কৰিব পাৰে। চৰকাৰে প্ৰতিজন গ্ৰাহকক এই loan amount এই কাৰণে দিয়ে যাতে আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে।

 আনহাতে এয়া হৈছে চৰকাৰৰ মূখ্য উদেশ্য। যদি এই money খিনি আপোনাৰ projectৰ মতে খটাব পাৰে তেন্তে আচৰকাৰৰ মূখ্য উদেশ্য পূৰন কৰিব পাৰিলে। সেয়ে এয়া হ'ব চৰকাৰৰ ধনৰ সঠিক investmentৰ লক্ষ্য। আপোনাৰ বাবে প্ৰয়োজনীয় money subsidyৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 

Governmentৰ পৰা আপুনি আন আন গুৰুত্বপূৰ্ণ economic সাহায্যৰ বাবে আবেদন কৰিব পাৰে। যত আপোনাৰ Applicationৰ ক্ষেত্ৰত governmentয়ে অধিক গুৰুত্ব প্ৰদান কৰিব কাৰণ আপুনি চৰকাৰৰ money খিনি উপৰোক্ত কামত ব্যৱহাৰ কৰি মূখ্য উদেশ্য পূৰন কৰিব পাৰিছে। আনহাতে বিভিন্ন ধৰণৰ আঁচনিৰ ক্ষেত্ৰত আপুনি চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰে। সেয়ে চৰকাৰী loan amountৰ ধন ব্যৱহাৰৰ ক্ষেত্ৰত আপুনি অতি যত্নবান হ'ব লাগে। Atmanirvar Finance Schemeৰ মূল উদ্দেশ্য হৈছে এক আত্মনিৰ্ভৰশীল গঢ়ি তোলা।

আত্মনিৰ্ভৰ অসম বিত্ত আঁচনিৰ সুবিধাসমূহ 

ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমত অৰ্থনৈতিক বিকাশ আৰু স্বাৱলম্বী সমাজ গঢ়াৰ লক্ষ্যৰে চৰকাৰে "আত্মনিৰ্ভৰ অসম বিত্ত আঁচনি" (Atmanirbhar Assam Finance Scheme) আৰম্ভ কৰিছে। এই আঁচনিৰ মূল উদ্দেশ্য হ’ল সৰু-মজলীয়া উদ্যোগ, কৃষি খণ্ড, যুৱ সমাজ আৰু মহিলাসকলক আৰ্থিক সহায় আগবঢ়োৱা। এই লেখত আমি আত্মনিৰ্ভৰ অসম বিত্ত আঁচনিৰ বিভিন্ন সুবিধা আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিম।  

উদ্যোগীসকলৰ বাবে ঋণৰ সুবিধা আত্মনিৰ্ভৰ অসম বিত্ত আঁচনিয়ে উদ্যোগীসকলক কম সুতৰ হাৰত ঋণ প্ৰদান কৰে। ইয়াৰ জৰিয়তে নতুন ব্যৱসায় আৰম্ভ কৰা বা পুৰণা ব্যৱসায় সম্প্ৰসাৰণ কৰাটো সহজ হৈছে। বিশেষকৈ সৰু আৰু মজলীয়া উদ্যোগ (MSME) সমূহে এই আঁচনিৰ পৰা বহু পৰিমাণে লাভৱান হৈছে।  

সুবিধাসমূহ: কম সুতৰ হাৰত ঋণ। ঋণৰ বাবে সহজ প্ৰক্ৰিয়া। ব্যৱসায়িক প্ৰশিক্ষণ আৰু পৰামৰ্শৰ সুবিধা।  কৃষকসকলৰ বাবে আৰ্থিক সহায় অসমৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ হ’ল কৃষি। আত্মনিৰ্ভৰ অসম আঁচনিয়ে কৃষকসকলক আধুনিক কৃষি সঁজুলি, উন্নত বীজ, আৰু জৈৱিক কৃষিৰ বাবে ঋণৰ সুবিধা প্ৰদান কৰে। ইয়াৰ ফলত কৃষি উৎপাদন বৃদ্ধি পাইছে আৰু কৃষকসকলৰ জীৱনৰ মানদণ্ড উন্নত হৈছে।  

সুবিধাসমূহ:কৃষি ঋণৰ সুবিধা। আধুনিক কৃষিৰ বাবে অনুদান। কৃষি বিপণনৰ বাবে সহায়।  

যুৱ সমাজৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ বৰ্তমান সময়ত যুৱ সমাজৰ বাবে কৰ্মসংস্থাপন এক ডাঙৰ প্ৰত্যাহ্বান। আত্মনিৰ্ভৰ অসম বিত্ত আঁচনিয়ে যুৱক-যুৱতীসকলক স্ব-ৰোজগাৰী হ’বলৈ উৎসাহিত কৰে। বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী আৰু ঋণৰ সহায়ত তেওঁলোকে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে।  

সুবিধাসমূহ:কৰ্মসংস্থাপনমুখী প্ৰশিক্ষণ। ষ্টাৰ্ট-আপৰ বাবে পুঁজিৰ যোগান। উদ্যোগী বিকাশৰ বাবে পৰামৰ্শদাতা সেৱা।  

মহিলা সৱলীকৰণ মহিলাসকলক অৰ্থনৈতিকভাৱে সৱলী কৰাটো আত্মনিৰ্ভৰ অসম আঁচনিৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য। এই আঁচনিয়ে মহিলাসকলক স্বনিৰ্ভৰ হ’বলৈ ঋণ আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰে। বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মহিলাসকলে ক্ষুদ্ৰ উদ্যোগ, হস্তশিল্প, আৰু পশুপালনৰ দিশত আগবাঢ়িব পাৰিছে। সুবিধাসমূহ:মহিলা উদ্যোগীসকলৰ বাবে বিশেষ ঋণ।  হস্তশিল্প আৰু কুটীৰ উদ্যোগৰ বাবে সহায়। মহিলা সৱলীকৰণৰ বাবে ৰাজ্যিক পুৰস্কাৰ।  

গ্ৰাম্য অঞ্চলৰ উন্নয়ন  অসমৰ গ্ৰাম্য অঞ্চলসমূহত এই আঁচনিয়ে বিশেষ গুৰুত্ব দিছে। গাঁৱলীয়া লোকসকলক বিভিন্ন আৰ্থিক সুবিধা প্ৰদান কৰি তেওঁলোকক স্বাৱলম্বী হ’বলৈ উৎসাহিত কৰা হৈছে। ইয়াৰ ফলত গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈছে আৰু প্ৰব্ৰজনৰ হাৰ হ্ৰাস পাইছে। সুবিধাসমূহ: গ্ৰাম্য উদ্যোগৰ বাবে ঋণ। গ্ৰাম্য অঞ্চলত ব্যৱসায়িক প্ৰশিক্ষণ। পৰ্যটন আৰু স্থানীয় শিল্পৰ বিকাশ।  

সহজলভ্য আৰু স্বচ্ছ প্ৰক্ৰিয়া  আত্মনিৰ্ভৰ অসম বিত্ত আঁচনিৰ আন এক উল্লেখযোগ্য দিশ হ’ল ইয়াৰ সহজলভ্যতা। চৰকাৰে ডিজিটেল পদ্ধতিৰে ঋণৰ আবেদন প্ৰক্ৰিয়া সহজ কৰিছে, যাতে সাধাৰণ লোকেও অতি সহজে এই সুবিধা লাভ কৰিব পাৰে। সুবিধাসমূহ: অনলাইন আবেদন প্ৰক্ৰিয়া। দ্ৰুত ঋণ অনুমোদন। স্বচ্ছতা আৰু জৰুৰীকালীন সহায়।  

ৰাজ্যৰ অৰ্থনৈতিক বিকাশ সামগ্ৰিকভাৱে আত্মনিৰ্ভৰ অসম বিত্ত আঁচনিয়ে ৰাজ্যৰ অৰ্থনীতিত ইতিবাচক পৰিৱৰ্তন আনিছে। উদ্যোগ, কৃষি, যুৱ সমাজ আৰু মহিলাসকলৰ মাজত আত্মনিৰ্ভৰশীলতা বৃদ্ধি পোৱাৰ লগে লগে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন (GDP) বৃদ্ধি পাইছে। সুবিধাসমূহ:ৰাজ্যিক অৰ্থনীতিৰ সমৃদ্ধি। বেকাৰ সমস্যা হ্ৰাস। স্থানীয় উদ্যোগৰ বিকাশ।  

Benefits of Assam atmanirvar Finance Scheme

Loan amount RS 2 lakh টকা কৈ প্ৰদান কৰা হয় এই অভিলাসী আঁচনিত। যিটো zero interest rateত চৰকাৰক পুনৰ পৰিশোধ কৰিব লাগিব। যদি আপুনি এই schemeত টকা পৰিশোধ কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হয় এই ক্ষেত্ৰত governmentয়ে আপোনাৰ এই loan amount মাফ কৰিও দিব পাৰে। যদিহে আপুনি এই আচঁনিৰ উদেশ্য full fill কৰিব পাৰে। তাৰ মানে আপুনি যদি এই আচঁনিৰ moneyৰ যৰিয়তে আত্মনিৰ্ভৰশীল হৈ উঠিছ । 

সকলো পৰিয়ালৰ ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল গঢ়ি তোলা টোৱে এই schemeত main উদ্দেশ্য ৰখা হৈছে। আনহাতে যদি আপুনি এই আচঁনিৰ উদেশ্য পূৰন কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হয় তেতিয়া nextত এই schemeত আপুনি কোনো govt loan নাপাব। সেয়ে Loan amount পোৱাৰ পাছত এই টকা সঠিক ভাবে ব্যৱহাৰ কৰা হৈছে এই আচঁনিৰ উদেশ্য। 


সামৰণি Conclusion

Loan scheme সমূহৰ ভিতৰত অন্যতম হৈছে এই আচঁনি । যদি আপুনি এই schemeত আবেদন কৰিব বিচাৰে তেন্তে State Bank of indiaত account খুলি লওক। এই Bankৰ একাউণ্ট থাকিলে সকলো পৰিয়ালৰ ল'ৰা ছোৱালীক আবেদন কৰাৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব নালাগে। কিয়নো SBI bank হৈছে এক government bank সমূহৰ ভিতৰত অন্যতম আনকি indiaৰ ভিতৰত এই bank account অধিক প্ৰাধান্য দিয়া হয়। আত্মনিৰ্ভৰ অসম বিত্ত আঁচনি অসমৰ জনসাধাৰণৰ বাবে এক যুগান্তকাৰী প্ৰয়াস। 

ইয়াৰ জৰিয়তে উদ্যোগী, কৃষক, যুৱ সমাজ আৰু মহিলাসকলে আত্মনিৰ্ভৰশীল হ’বলৈ সুবিধা পাইছে। যদি আপুনিও স্বাৱলম্বী হ’ব বিচাৰে, তেন্তে এই আঁচনিৰ সুবিধাসমূহ লাভ কৰিবলৈ আবেদন কৰক। অসমক আত্মনিৰ্ভৰ কৰাৰ এই যাত্ৰাত আপোনাৰো অংশগ্ৰহণে ৰাজ্যক আগুৱাই নিব

এই আঁচনিত অংশগ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ অফিচিয়েল ৱেবছাইট চাওক বা ওচৰৰ বেংক/বিত্তীয় সংস্থাৰ সৈতে যোগাযোগ কৰক।

আত্মনিৰ্ভৰশীল গঢ়ি তোলা বাবে চৰকাৰে এই schemeত টকা প্ৰদান কৰিছে আৰু কৰিব সেয়ে যিসকলে এই schemeত আবেদন কৰিব পৰা নাছিল সেই সকলোৱে পাব এই আচঁনিৰ সুবিধা । ইয়াৰ পিছত যিটো আবেদন আৰম্ভ হ'ব অসমত। ধন্যবাদ