Type Here to Get Search Results !

Assam Arundhati Gold Scheme - Eligibility, Benefits, Objectives details

Assam Arundhati Gold Scheme অসমৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ scheme যি আঁচনি অসমৰ মহিলা আৰু ছোৱালীৰ বাবে এক অন্যতম আচনি । অসমৰ শিক্ষিত ছোৱালীৰ তথা অসমৰ মহিলা সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এই schemeত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিয়নো ছোৱালী সকলোৱে ল'ৰাৰ দৰে সম পৰিমাণত যাতে আগুৱাই যাব পাৰে তাৰ বাবে চৰকাৰে এই schemeত টকা প্ৰদান অথবা Gold Finance আগবঢ়াইছে। Gold মানে সোন দৰাচলতে মহিলা সকলৰ এক অন্যতম অলংকাৰ আৰু fashion হিচাপে গণ্য কৰা হয় য'ত প্ৰতি জন ছোৱালীৰ বা মহিলাৰ মনত 

এক gold ring অথবা যিকোনো golden অলংকাৰ অতি জনপ্ৰিয়। লৰা সকলোৱে সোনাৰ ক্ষেত্ৰত ইমান আগ্ৰহী নহয় তেনে ক্ষেত্ৰত এই schemeত সকলো পৰিয়ালৰ অন্তৰ্গত মহিলা সকলক এই আচঁনিৰ অধীনত gold loan প্ৰদান কৰা হয়। এই gold loan amount চৰকাৰে bank accountৰ যোগেদি প্ৰদান কৰিব পাৰে অথবা যদি কোনোৱে gold লব বিচাৰে তেওঁৰ সকলক direct gold প্ৰদান কৰিব পাৰে। 

এয়া হৈছে নিজৰ নিজৰ এটা অভিৰুচি । যদি আপুনি ইচ্ছা কৰা মতে নিজৰ পচন্দ মতে open marketৰ পৰা সোনাৰ গহনা কিনিব খোজে তেন্তে আপুনি এই schemeত টকা লাভ কৰিব পাৰে। 

আনহাতে যদি কোনোৱে চৰকাৰে প্ৰদান কৰা goldৰ মতে লব বিচাৰে তেন্তে ইয়াতে আপুনি goldয়ে ল'ব পাৰে তাৰ বাবে চৰকাৰে আপোনাৰ পৰা কোনো মাছুল নিবিচাৰে। এয়া হৈছে gold loan schemeৰ এক অন্যতম উপহাৰ। যিটো অসমৰ নতুনকৈ বিয়া হোৱা ছোৱালী সকলোৱে পাব পাৰে। এই schemeত নতুনকৈ বিয়া হোৱা ছোৱালী সকলক আত্মনিৰ্ভৰশীল কৰি তোলা বাবে চৰকাৰে এই আচঁনিৰ আৰম্ভ কৰিছে। 

Eligibility of Assam gold finance scheme

এই schemeত আবেদন কৰিব বাবে অসমৰ স্থায়ী বাসিন্দা হোৱা প্ৰয়োজনীয় যদিহে আপুনি এই schemeত আবেদন কৰিব বাবে ইচ্ছা প্ৰকাশ কৰে তেতিয়া এই schemeত আবেদন কৰিব পাৰে। কিন্তু অসমৰ স্থায়ী বাসিন্দা হোৱা হ'ব লাগিব। অসমৰ শিক্ষিত ছোৱালীৰ বাবে চৰকাৰে এই schemeত gold loan ব্যৱস্থা কৰিছে। যাতে এই আচঁনি খনে বিভিন্ন পৰিয়ালৰ অন্তৰ্গত মহিলা আৰু ছোৱালীৰ gold loanৰ চাহিদা পূৰণ কৰিব পাৰে।


 

যদিহে আপোনাৰ পৰিয়ালত শিক্ষিত ছোৱালীৰ আছে তেন্তে আপুনি এই schemeত আবেদন কৰিব বাবে প্ৰয়োজনীয় documents যোগাৰ কৰি application কৰিব পাৰে। এই আচঁনিৰ অসমৰ শিক্ষিত ছোৱালীৰ সকলৰ বাবে প্ৰয়োজনীয় এটা আঁচনি । যিসকলে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁ লোকক এই gold loan schemeত প্ৰাধান্য দিয়া হ'ব মুঠতে ছোৱালী সবলীকৰণৰ কৰা হৈছে মূল লক্ষ্য। 

বৰ্তমান সময়ত দেখা যায় যে talent আছে কিন্তু টকা নাই নিজৰ মনৰ সপোন অধিক ডাঙৰ কিন্তু তাৰ বাস্তৱ দিশত গঢ় দিয়া ক্ষেত্ৰত economic সাহায্যৰ প্ৰয়োজন। 

সেয়ে চৰকাৰে এই দিশত বিশেষ গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। উন্নয়নশীল দেশসমূহৰ দৰে আমাৰ দেশৰ উন্নতি সাধন কৰিবলৈ দেশৰ লৰা ছোৱালীক employment দিব লাগিব নহ'লে দেশৰ উন্নতি সাধন নহ'ব। 

অসম অৰুণ্ধতী আৰ্থিক সহায় যোজনাৰ সুবিধাসমূহ


অসম চৰকাৰে মহিলাসকলৰ আৰ্থিক স্বাধীনতা আৰু সুৰক্ষা বৃদ্ধি কৰিবলৈ **অসম অৰুণ্ধতী আৰ্থিক সহায় যোজনা (Assam Arundhati Finance Scheme) আৰম্ভ কৰিছে। এই যোজনাৰ মূল লক্ষ্য হ’ল অসমৰ মহিলাসকলক স্বাৱলম্বী হ’বলৈ আৰ্থিক সহায় আগবঢ়োৱা। বিশেষকৈ বিবাহিতা মহিলাসকলে এই যোজনাৰ অধীনত সুবিধা লাভ কৰিব পাৰে। এই লেখাটোত আমি অসম অৰুণ্ধতী আৰ্থিক সহায় যোজনাৰ বিভিন্ন সুবিধা আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰিম।  মহিলাসকলৰ বাবে বিশেষ আৰ্থিক সহায় এই যোজনাৰ জৰিয়তে মহিলাসকলক১ লাখ টকালৈকে ঋণপ্ৰদান কৰা হয়। এই ঋণৰ সুদৰ হাৰ অতি কম, যিয়ে মহিলাসকলক সহজে ব্যৱসায় আৰম্ভ কৰাত সহায় কৰে। ঋণৰ টকা ব্যৱসায়, কৃষি, পশুপালন, হস্তশিল্প বা অন্যান্য উপাৰ্জনমুখী কামত ব্যৱহাৰ কৰিব পাৰি। স্বল্প সুদৰ হাৰৰ সুবিধা

সাধাৰণতে বেংক বা অন্যান্য আৰ্থিক সংস্থাৰ পৰা ঋণ ল’বলৈ গ’লে সুদৰ হাৰ বেছি হয়। কিন্তু অৰুণ্ধতী যোজনাৰ অধীনত ঋণৰ সুদৰ হাৰ কম, যিয়ে মহিলাসকলৰ বাবে ঋণ পৰিশোধ কৰাটো সহজসাধ্য কৰি তোলে।  

ব্যৱসায়িক বিকাশৰ সুযোগ অসমৰ বহু মহিলাই সৰু-সুৰা ব্যৱসায় কৰিবলৈ ইচ্ছা কৰে, কিন্তু প্ৰাৰম্ভিক মূলধনৰ অভাৱত সফল নহ’ব পাৰে। এই যোজনাৰ জৰিয়তে মহিলাসকলে নিজৰ ব্যৱসায়িক প্ৰচেষ্টা আগবঢ়াব পাৰে। উদাহৰণস্বৰূপে, সৰু দোকান হস্তশিল্পৰ উৎপাদন পশুপালন আৰু মীন পালন কৃষি সম্পৰ্কীয় কাম ঘৰুৱা উদ্যোগ  মহিলা স্বাৱলম্বীতা বৃদ্ধি এই যোজনাৰ অন্যতম উদ্দেশ্য হ’ল মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলা। যেতিয়া মহিলাসকলে নিজৰ উপাৰ্জনৰ উৎস সৃষ্টি কৰিব পাৰে, তেতিয়া তেওঁলোকৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থাও উন্নত হয়। ইয়াৰ জৰিয়তে মহিলাসকলৰ সামাজিক মৰ্যাদাও বৃদ্ধি পায়।  

সহজ আবেদন প্ৰক্ৰিয়া অৰুণ্ধতী যোজনাৰ অধীনত ঋণ লাভ কৰাটো সহজ। আবেদনকাৰীয়ে চৰকাৰী নীতিসমূহ পূৰণ কৰিলেই এই সুবিধা পাব পাৰে। আবেদন প্ৰক্ৰিয়াত কোনো জটিলতা নাথাকে, আৰু চৰকাৰে দ্ৰুতভাৱে ঋণ অনুমোদন কৰে। চৰকাৰী সহায় আৰু প্ৰশিক্ষণ যোজনাৰ অধীনত ঋণৰ লগতে মহিলাসকলক বিভিন্ন প্ৰশিক্ষণো প্ৰদান কৰা হয়। উদাহৰণস্বৰূপে, ব্যৱসায় পৰিচালনা, বজাৰ ব্যৱস্থাপনা, আৰু উৎপাদন কৌশলৰ বিষয়ে জ্ঞান দিয়া হয়। ইয়াৰ ফলত মহিলাসকলে অধিক দক্ষতাৰে নিজৰ ব্যৱসায় আগবঢ়াব পাৰে।  

গ্ৰাম্য অঞ্চলৰ মহিলাসকলৰ বাবে বিশেষ সুবিধা অসমৰ গ্ৰাম্য অঞ্চলত বহু মহিলাই পাৰম্পৰিক কাম-কাজৰ সৈতে জড়িত। এই যোজনাৰ জৰিয়তে গাঁৱৰ মহিলাসকলে কৃষি, পশুপালন, বা হস্তশিল্পৰ দৰে কামত বিনিয়োগ কৰিব পাৰে। ইয়াৰ ফলত গ্ৰাম্য অৰ্থনীতি শক্তিশালী হয়।  ঋণ পৰিশোধৰ সুবিধাজনক সময় অৰুণ্ধতী যোজনাৰ ঋণ এটা সুবিধাজনক সময়ৰ ভিতৰত পৰিশোধ কৰিব পাৰি। ইয়াত কিস্তিৰ সংখ্যা আৰু পৰিশোধৰ সময়সীমা নমনীয়, যিয়ে ঋণগ্ৰহীতাৰ বাবে সুবিধাজনক।  

সামাজিক উন্নয়নত অৰিহণা যেতিয়া মহিলাসকলে আৰ্থিকভাৱে স্বাৱলম্বী হয়, তেতিয়া সমাজৰ সামগ্ৰিক উন্নয়ন হয়। মহিলাৰ ক্ষমতায়নৰ জৰিয়তে দৰিদ্ৰতা হ্ৰাস পায়, শিক্ষাৰ হাৰ বৃদ্ধি পায়, আৰু স্বাস্থ্যৰ উন্নতি হয়।  

চৰকাৰৰ অন্যান্য যোজনাৰ সৈতে সংযোজন অৰুণ্ধতী যোজনাৰ লগত চৰকাৰৰ অন্যান্য কল্যাণমূলক যোজনা যেনে মুঠি যোজনা, স্বনিৰ্ভৰ গোট আদিৰ সৈতে সংযোজন কৰিব পাৰি। ইয়াৰ ফলত মহিলাসকলে অধিক সুবিধা লাভ কৰিব পাৰে।  

Objectives of Assam gold finance scheme

Assam Arundhati Gold Schemeৰ মূল উদ্দেশ্য হৈছে অসমৰ শিক্ষিত ছোৱালী সকলক আত্মনিৰ্ভৰশীল আৰু gold loan প্ৰদান কৰা। যাৰ জৰিয়তে বিভিন্ন পৰিয়ালৰ অন্তৰ্গত মহিলা সকলক স্বাৱলম্বী গঢ়ি তোলা। ভাৰতৰ বিভিন্ন ৰাজ্যত মহিলা সকলক স্বাৱলম্বী কৰাৰ বাবে চৰকাৰে বিভিন্ন Govt subsidy loanৰ ব্যৱস্থা কৰিছে আৰু তাৰ প্ৰতি দৃষ্টি ৰাখি অসম চৰকাৰে এই আচঁনিৰ আৰম্ভ কৰে। 

যাতে ভাৰতৰ বিভিন্ন ৰাজ্যত মহিলা সকলৰ দৰে আত্মনিৰ্ভৰশীল হৈ উঠিব পাৰে। লগত ছোৱালী সকলোৱে তেওঁ লোকৰ নিজৰ নিজৰ পচন্দ মতে goldৰ অলংকাৰ লাভ কৰিব পাৰে। এই schemeত বিশেষ গুৰুত্ব দিয়া হয় শিক্ষিত ছোৱালীৰ unemployment যাতে কমি আহে। বৰ্তমান সময়ত নিবনুৱা সমস্যা এটা গুৰুত্বপূৰ্ণ দিশ সেয়ে নিবনুৱা সমস্যা সমাধান কৰিবলৈ চৰকাৰে বিভিন্ন schemeৰ ব্যৱস্থা কৰা আৰম্ভ কৰিছে। 

আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ উদ্দেশ্য হৈছে এক অন্যতম objectives সমূহৰ ভিতৰত এটা। Economic development কৰা দেশৰ শিক্ষিত মহিলা আৰু ছোৱালী সকলক micro finance প্ৰদান কৰা যাতে কোনো qualified লৰা ছোৱালী যাতে নিবনুৱা হৈ বহি থাকিব নালাগে। 

নিজৰ নিজৰ পচন্দ মতে যিটো ক্ষেত্ৰত তেওঁৰ Skills আছে তেন্তে তেওঁ সেই বিভাগৰ কৰ্মচাৰী হিচাপে গণ্য হয় তাৰ বাবে চৰকাৰে এই আচঁনিৰ সমূহৰ আৰম্ভ কৰে। দেশখনৰ অধিকাংশ অঞ্চলতে শিক্ষিত ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল গঢ়ি তোলা খুবেই প্ৰয়োজন। 

দেশখনৰ যদি Economic Development কৰিব লাগে তেতিয়া এই নিবনুৱা সমস্যা সমাধান কৰা এক বিশেষ গুৰুত্বপূৰ্ণ দিশ

Benefits of Assam gold finance scheme

Gold loan scheme হিচাপে গণ্য এই আচঁনিৰ জৰিয়তে বিশেষ কৈ গাঁৱত অঞ্চলত বসবাস কৰা শিক্ষিত মহিলা আৰু ছোৱালী সকলোৱে উপকৃত হ'ব। কিয়নো অসমৰ শিক্ষিত ছোৱালীৰ সংখ্যা বৰ্তমান গাঁৱ অঞ্চলত অধিক হোৱা দেখা গৈছে। সেয়ে এই loan schemeটোত অধিক সংখ্যক applicant গাঁৱ অঞ্চলৰ পৰা দেখা গৈছে। 

Governmentয়ে শিক্ষিত মহিলা আৰু ছোৱালী সকলক Rs. 40,000 টকা প্ৰদান কৰিব Gold purchase কৰিবলৈ। নিজৰ পচন্দ মতে goldৰ অলংকাৰ buy কৰিব পাৰিব। 

আনহাতে যিবোৰ family income Rs. 5,00000 টকা বাৰ্ষিক হিচাপে অৰ্জন কৰে সেই সকলো পৰিয়ালে এই schemeত Gold subsidy নাপাব। 

যদিহে আপোনাৰ পৰিয়ালত এই উপাৰ্জন নহয় তেনে ক্ষেত্ৰত এই আচঁনিৰ অধীনত আপুনি এই gold loan লাভ কৰিব। যিসকল মহিলা আৰু ছোৱালীৰ বয়স 18 বছৰৰ পৰা 21 বছৰৰ ভিতৰত তেওঁলোকক এই schemeত loan দিয়া হয়।

ইয়াৰ উপৰিও আপুনি এই schemeত অতিৰিক্ত gold finance বিচাৰে তেন্তে ইয়াতে আপুনি আবেদন কৰিব লাগিব। যিসকলে H.S.L.C. Pass কৰিছে তেওঁ লোকক এই schemeত প্ৰাধান্য দিয়া হ'ব যদিহে আপোনাৰ qualifications এই নিৰিখৰ ভিতৰত পৰিছে ইয়াত আপুনি এই সুবিধা লাভ কৰিব।

লগত লাগিব H.S.L.C. Pass certificate, markseet যিসকলে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে। 

Bank account লগতে বেংকৰ নাম আপুনি কোনটো বেংকত একাউণ্ট খুলিছে । মই আগতে কৈছো যদিহে আপোনাৰ পৰিয়ালৰ bank accountটো Govt বেংকৰ একাউণ্ট থাকে তেতিয়া যেনেদৰে SBI bank যদিহে আপোনাৰ পৰিয়ালৰ অন্তৰ্গত ল'ৰা ছোৱালীক এই schemeত আবেদন কৰিব বাবে প্ৰয়োজনীয় বুলি ভাবে তেন্তে এই বেংকত একাউণ্ট খুলি লওক। চৰকাৰে চৰকাৰী যিবোৰ বেংক আছে সেই সকলো বেংকৰ একাউণ্টত Loan subsidy money সমূহ প্ৰদান কৰি থাকে। যদিহে আপোনাৰ Bank একাউণ্ট চৰকাৰী যিবোৰ বেংক আছে সেই সকলো বেংকৰ একাউণ্টত নপৰে তেন্তে অতি সোনকালেই বেংকৰ একাউণ্ট খুলি লওক। 

এই আচঁনিৰ সহায়ত সাধাৰণ জনতাক উপকৃত কৰিব চৰকাৰে এই আচঁনিৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যদিহে আপুনি এই schemeত যিখিনি loan amount দিয়া হ'ব তাত যদি আপুনি সন্তুষ্ট নহয় । তেন্তে আপুনি অতিৰিক্ত money subsidy পাব পাৰে তাৰ বাবে আপুনি আবেদন কৰিব পাৰে

সামৰণি Conclusion

Assam Arundhati Gold loanৰ schemeটো সাধাৰণতে এই সকলো পৰিয়ালৰ বাবে প্ৰয়োজনীয় যিবোৰ পৰিয়ালৰ annual income যথেষ্ট নহয়। অৰ্থাৎ যদি উপৰত উল্লেখিত 5 লাখ টকাতকৈ কম income হয় য'ত আপুনি এই schemeত আবেদন কৰিব পাৰে। অসম অৰুণ্ধতী আৰ্থিক সহায় যোজনা অসমৰ মহিলাসকলৰ বাবে এক অনন্য সুবিধা। এই যোজনাৰ জৰিয়তে মহিলাসকলে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে, নিজৰ ব্যৱসায়িক প্ৰচেষ্টা আগবঢ়াব পাৰে, আৰু সমাজত এক নতুন দিশৰ সূচনা কৰিব পাৰে। চৰকাৰে এই যোজনাৰ জৰিয়তে মহিলা উদ্যোগীসকলক সহায় কৰি অসমৰ অৰ্থনীতিক শক্তিশালী কৰিবলৈ আগবাঢ়ি আহিছে।  

গতিকে, যদি আপুনি এগৰাকী মহিলা উদ্যোগী বা স্বাৱলম্বী হ’বলৈ ইচ্ছুক, তেন্তে অসম অৰুণ্ধতী আৰ্থিক সহায় যোজনাৰ সুবিধা লোৱাটো এক উৎকৃষ্ট বিকল্প হ’ব পাৰে!  

এই লেখাটোত আমি অসম অৰুণ্ধতী যোজনাৰ বিভিন্ন সুবিধা আলোচনা কৰিলো। আশা কৰোঁ, এই যোজনাৰ বিষয়ে আপোনাৰ স্পষ্ট ধাৰণা হ’ল। যদি আপুনি এই যোজনাৰ অধীনত আবেদন কৰিব খোজে, তেন্তে সংশ্লিষ্ট চৰকাৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে। আনহাতে যদি আপুনি এই নিৰিখ পাৰ কৰে তেতিয়া এই schemeত আবেদন কৰিব নোৱাৰে। লগত যিখিনি qualificationsৰ কথা উল্লেখ আছে সেই সকলো খিনি পূৰন কৰিব লাগিব তেন্তে আপুনি এই schemeত চৰকাৰী gold loan amount খিনি লাভ কৰিব পাৰে। 

এই আচঁনিৰ উদেশ্য হল মহিলা সকলক স্বাৱলম্বী কৰা দেশৰ শিক্ষিত ছোৱালীৰ সকল যাতে নিজৰ income নিজা নিজা কৈ উপাৰ্জন কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি দৃষ্টি প্ৰদান কৰা হৈছে এই schemeত। 

Gold চাহিদা পূৰণ কৰিব পৰা কৈ এই আচঁনিৰ আৰম্ভ কৰা হৈছে।