Handloom Finance Scheme হৈছে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ এটা চৰকাৰী scheme যাৰ জৰিয়তে দেশৰ বিভিন্ন পৰিয়ালৰ ল'ৰা ছোৱালীয়ে উপকৃত হ'ব। Handloom আঁচনিয়ে নতুনকৈ বহুতো সা সুবিধা প্ৰদান কৰিছে। ইয়াৰ উপৰিও indiaত বহুতো finance scheme আছে যিবোৰ সাধাৰণ জনতাক উপকৃত হ'ব পৰাকৈ sorokare mukoli korise যেনেদৰে social welfare বজাৰ আচনি ইত্যাদি। এই scheme সমূহৰ ভিতৰত অন্যতম আচনি হ'ল Handloom Finance আচনি।
সৰু সৰু micro business কৰিব বাবে চৰকাৰে এই আচঁনিৰ সহায়ত Business Loan subsidy প্ৰদান কৰিছে এই আচঁনিৰ দ্বাৰা। সেয়ে যদিও আপুনি এটা চৰকাৰী Job পোৱা নাই অথবা পাইছে তেন্তে আপুনি এই schemeত আবেদন কৰিব পাৰে। Business কৰিব পাৰে যদি আপুনি এই আচঁনিৰ অধীনত money subsidy ল'ব পাৰে আৰু অতি সহজে এই টকা সঠিক micro business এটা আৰম্ভ কৰিব পাৰে।
Handloom আঁচনিয়ে নতুনকৈ কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ সক্ষম হৈছে। এই আচঁনিৰ সহায়ত দেশৰ development সাধন কৰিবলৈ সক্ষম হৈছে । Governmentয়ে যিবোৰ আচনি lunch কৰে অথবা আৰম্ভ কৰে তাৰ এটা গুৰুত্বপূৰ্ণ দিশ থাকে যি হ'ল দেশৰ economic growth বৃদ্ধি কৰা।
দেশখনৰ সকলো নাগৰিকৰ উজ্জ্বল ভৱিষ্যতৰ সৃষ্টি কৰিব পৰা বিভিন্ন welfare scheme সমূহৰ ভিতৰত অন্যতম আচনি হ'ল handloom Finance Scheme বা আচনি।
handloom products উৎপাদন কৰা ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে এই আচঁনিত। যেনেদৰে বিভিন্ন ধৰণৰ textile, জোতা, fashion সামগ্ৰী ইত্যাদি বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰা ক্ষেত্ৰত governmentয়ে অধিক গুৰুত্ব প্ৰদান কৰিছে। দেশখনৰ আৰ্থিক অৱস্থাৰ নিৰ্ভৰশীল হয় সাধাৰণ জনতাৰ ওপৰত যদি বাৰ্ষিক গড় আয় বৃদ্ধি হয় তেতিয়া দেশৰ উন্নতি সাধন হয়।
দেশৰ উন্নতি সাধন কৰিবলৈ নতুনকৈ jobs অথবা business তথা সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে বিভিন্ন schemeৰ ব্যৱস্থা কৰিছে যাতে দেশৰ শিক্ষিত ল'ৰা ছোৱালীয়ে নিবনুৱা হৈ বহি থাকিব নালাগে।
বৰ্তমান সময়ত নিবনুৱা unemployment সমস্যা সমাধান কৰিবলৈ চৰকাৰে বিভিন্ন schemeৰ আৰম্ভ কৰি আহিছে।
Eligibility of Handloom Finance Scheme
Handloom Finance আচঁনিত Eligibility অৰ্থাৎ যোগ্যতা অৰ্জন কৰা ক্ষেত্ৰত governmentয়ে শিক্ষিত ল'ৰা ছোৱালীক প্ৰাধান্য দিয়া দেখা গৈছে সেয়ে এই schemeত সকলো পৰিয়ালৰ অন্তৰ্গত ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল গঢ়ি তোলা ক্ষেত্ৰত qualified হোৱাটো প্ৰয়োজনীয়। বৰ্তমান Modern timeত অথবা আধুনিক যুগৰ আটাইতকৈ বেছি প্ৰয়োজনীয় যিবোৰ দিশ আছে সেই সকলো ক্ষেত্ৰত education হৈছে প্ৰথম উপাদান।
আনহাতে দেশৰ শিক্ষিত ল'ৰা ছোৱালীৰ হাৰ আদিম সময়ৰ তুলনাত অধিক সংখ্যক বৃদ্ধি পোৱা দেখা গৈছে। শিক্ষিত ল'ৰা ছোৱালীক চৰকাৰে বিভিন্ন schemeৰ জৰিয়তে বিনামূল্যে money subsidy প্ৰদান কৰি আহিছে যাতে শিক্ষা গ্ৰহণ কৰা ক্ষেত্ৰত টকা পইচাৰ অভাৱ অনাটন সমস্যা সৃষ্টি নহয়।
সেয়ে চৰকাৰে বিভিন্ন পৰিয়ালৰ অন্তৰ্গত পুৰুষ আৰু মহিলা দুয়োৰে welfare কৰিব বাবে প্ৰয়োজনীয় বহুতো finance scheme আৰম্ভ কৰিছে।
Objectives of Handloom Finance Scheme
Objectives সমূহৰ ভিতৰত অন্যতম হৈছে দেশৰ উন্নতি hadhanকৰা আৰু অৰ্থনৈতিক bhave দেশৰ শিক্ষিত ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল গঢ়ি তোলা। এই schemeত সকলো পৰিয়াল যিসকলে এই schemeত আবেদন কৰিব তেওঁ লোকক মাহিলী money subsidy চৰকাৰে প্ৰদান koribo আৰু কৰি আহিছে। এই schemeত বিশেষ ভাৱে দেশৰ গাঁৱত অঞ্চলত বসবাস কৰা শিক্ষিত loke সুবিধা লাভ কৰিব।
এই asonir সহায়ত dhan লাভ কৰি গাওঁ অঞ্চলত krikhi ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে অথবা aponar ইচ্ছা অনুসৰি micro business এটা আৰম্ভ কৰিব পাৰে।
কৃষিজীৱী lok hokole পাব অধিক প্ৰাধান্য কৃষি khetrat ব্যৱহাৰ hua বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় korar ক্ষেত্ৰত।
যেনেদৰে এটা টেক্টৰ অথবা যিকোনো কৃষি ক্ষেত্ৰত bebohar হোৱা সামগ্ৰী ইত্যাদি। ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ vumika পালন কৰে desor কৃষি ক্ষেত্ৰত জড়িত কৃষকৰ bondhu সকলৰ উপৰত। সেয়ে farmers সকলক সহায় koriboloi চৰকাৰে এই schemeত সকলো dhoronor ব্যৱস্থা অন্তৰ্ভুক্ত কৰিছে। কৃষিজীৱী lok সকলে পাব money সাহায্য ।
বৰ্তমান আধুনিক jugor কৃষকসকলে অধিকাংশ লোক শিক্ষিত হোৱা dekha pua গৈছে। যি আগতে দেখা pua nai সেয়ে কৃষি khetrat ব্যৱহাৰ হোৱা সামগ্ৰী অথবা ha hojuli আদিও poribortan হৈছে। যেনে আগতে মানুহে কৃষি ক্ষেত্ৰত গৰু মহ ইত্যাদিৰ সহায়ত cultivation কৰিছিল কিন্তু বৰ্তমান সময়ত তাৰ পৰিৱৰ্তে modern technologyৰ বিভিন্ন instrument যেনে machine, tractor, motor ইত্যাদি আধুনিক যুগৰ সজুঁলি ব্যৱহাৰ কৰি আহিছে।
আনহাতে এই সময়ত দেখা গৈছে যে আগতে দেশৰ যি production হৈছিল তাৰ পৰিৱৰ্তে বৰ্তমান সময়ত dual উৎপাদন সম্ভৱ হৈ পৰিছে।
হস্ততন্ত্ৰ বিত্তীয় আঁচনিৰ সুবিধা
হস্ততন্ত্ৰ শিল্প ভাৰতৰ ঐতিহ্য আৰু সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। অসমৰ হস্ততন্ত্ৰ শিল্পই দেশ-বিদেশত সুপৰিচিত। মেখেলা চাদৰ, গামোচা, আৰু বিভিন্ন পৰম্পৰাগত বস্ত্ৰই অসমৰ শিল্পীসকলৰ সৃষ্টিশীলতা আৰু কাৰিকৰী দক্ষতাৰ পৰিচয় দিয়ে। কিন্তু বহু হস্ততন্ত্ৰ শিল্পীয়ে পৰ্যাপ্ত মূলধনৰ অভাৱত এই শিল্পটোৰ সম্প্ৰসাৰণত বাধাৰ সন্মুখীন হয়। এই সমস্যা সমাধানৰ বাবে চৰকাৰে **হস্ততন্ত্ৰ বিত্তীয় আঁচনি (Handloom Finance Scheme)ৰ সূচনা কৰিছে। এই আঁচনিৰ জৰিয়তে হস্ততন্ত্ৰ শিল্পীসকলক সহজ শর্তত ঋণ প্ৰদান কৰি শিল্পটো বচাই ৰখাৰ লগতে নতুন সম্ভাৱনাৰ দুৱাৰ মেলি দিয়া হৈছে।
হস্ততন্ত্ৰ বিত্তীয় আঁচনি কি হস্ততন্ত্ৰ বিত্তীয় আঁচনি হৈছে এক বিশেষ ঋণ প্ৰদানৰ ব্যৱস্থা, যাৰ লক্ষ্য হৈছে হস্ততন্ত্ৰ শিল্পী, কুটীৰ উদ্যোগী আৰু সৰু শিল্পীসকলক আৰ্থিক সহায় আগবঢ়োৱা। এই আঁচনিৰ অধীনত বিভিন্ন ৰাষ্ট্ৰীয়কৃত বেংক আৰু বিত্তীয় সংস্থাই হস্ততন্ত্ৰ শিল্পীসকলক কম সুতৰ হাৰত ঋণ প্ৰদান কৰে। ইয়াৰ জৰিয়তে শিল্পীসকলে নতুন যন্ত্ৰপাতি কিনিব পাৰে, কেঁচামাল ক্ৰয় কৰিব পাৰে আৰু নিজৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পাৰে।
হস্ততন্ত্ৰ বিত্তীয় আঁচনিৰ সুবিধাসমূহ
কম সুতৰ হাৰত ঋণ এই আঁচনিৰ আটাইতকৈ ডাঙৰ সুবিধা হৈছে কম সুতৰ হাৰত ঋণ প্ৰাপ্তি। সাধাৰণ বজাৰত ঋণৰ সুতৰ হাৰ বেছি হ’লেও এই আঁচনিৰ জৰিয়তে ৰিয়াতী সুতৰ হাৰত ঋণ ল’ব পাৰি। ই ঋণৰ বোজা কমাই শিল্পীসকলক সহজে ঋণ পৰিশোধ কৰাত সহায় কৰে। ঋণৰ বাবে জামিনৰ প্ৰয়োজন নাই বেছিভাগ ঋণত জামিন বা গেৰাণ্টীৰ প্ৰয়োজন হয়। কিন্তু হস্ততন্ত্ৰ বিত্তীয় আঁচনিত সৰু সৰু শিল্পীসকলক জামিন নোহোৱাকৈয়ে ঋণ দিয়া হয়। ইয়াৰ বাবে চৰকাৰে বিভিন্ন জৰুৰী নীতিমালা ৰূপায়ণ কৰিছে।
মহিলা শিল্পীসকলৰ বাবে বিশেষ সুবিধা অসমৰ হস্ততন্ত্ৰ শিল্পত মহিলাসকলৰ অৰিহণা অপৰিসীম। এই আঁচনিৰ জৰিয়তে মহিলা শিল্পীসকলক অতি কম সুতৰ হাৰত ঋণ দিয়া হয়। লগতে মহিলাসকলে সহজ শর্তত ঋণ ল’ব পাৰে, যাৰ ফলত তেওঁলোকৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধি পায়।
কেঁচামাল ক্ৰয় আৰু যন্ত্ৰপাতিৰ উন্নয়ন হস্ততন্ত্ৰ শিল্পীসকলে এই ঋণৰ জৰিয়তে উন্নত মানৰ কেঁচামাল কিনিব পাৰে। লগতে নতুন আধুনিক যন্ত্ৰপাতি কিনি উৎপাদনৰ গতি বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত উৎপাদিত বস্ত্ৰৰ গুণাগুণ উন্নত হোৱাৰ লগতে বজাৰত চাহিদাও বৃদ্ধি পায়। বজাৰ সম্প্ৰসাৰণ আৰু ৰপ্তানিৰ সুবিধা এই আঁচনিৰ জৰিয়তে শিল্পীসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণ কৰিব পাৰে। ই-কমাৰ্চ প্লেটফৰ্ম, মেলা আৰু ৰপ্তানিৰ বাবে বিভিন্ন চৰকাৰী সহায়ো লাভ কৰিব পাৰি।
চৰকাৰী অনুদান আৰু ৰেহাই কিছু ক্ষেত্ৰত চৰকাৰে ঋণৰ ওপৰত অনুদান বা সুত ৰেহাইৰ সুবিধা প্ৰদান কৰে। ই ঋণৰ বোজা আৰু কমাই শিল্পীসকলক বেছি সুবিধা প্ৰদান কৰে।
প্ৰশিক্ষণ আৰু কাৰিকৰী সহায় কেবল ঋণেই নহয়, এই আঁচনিৰ জৰিয়তে হস্ততন্ত্ৰ শিল্পীসকলক প্ৰশিক্ষণ আৰু কাৰিকৰী জ্ঞান প্ৰদান কৰা হয়। নক্সা, ৰংৰ ব্যৱহাৰ, আধুনিক বয়ন কৌশল আদি শিকাই শিল্পীসকলক অধিক দক্ষ কৰি তোলা হয়।
হস্ততন্ত্ৰ বিত্তীয় আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া
প্ৰয়োজনীয় কাগজপত্ৰ আধাৰ কাৰ্ড পেন কাৰ্ড বেংক একাউণ্ট হস্ততন্ত্ৰ শিল্পী প্ৰমাণপত্ৰ আবেদন ফৰ্ম: সংশ্লিষ্ট বেংক বা বিত্তীয় সংস্থাৰ পৰা আবেদন ফৰ্ম ল’ব লাগে।
প্ৰকল্পৰ বিৱৰণ ঋণৰ উদ্দেশ্য, প্ৰয়োজনীয় ধনৰ পৰিমাণ আদিৰ এটা বিৱৰণ দাখিল কৰিব লাগে। বেংকৰ পৰামৰ্শ বেংকে প্ৰস্তাৱ মূল্যায়ন কৰি ঋণ মঞ্জুৰ কৰে।
Benefits of Handloom Finance Scheme
এই schemeত beneficiary হৈছে বিশেষ কৈ দেশৰ শিক্ষিত ল'ৰা ছোৱালী সকল আৰু যি সকল নিজৰ নিজৰ posanda মতে business কৰাৰ ক্ষেত্ৰত দক্ষতা ase teu সকল। ইয়াৰ uporeu দেশৰ শিক্ষিত কৃষক hokol তেওঁ lokok aei asonir সহায়ত চৰকাৰে money সাহায্যৰ ব্যৱস্থা কৰিছে।
যি তেওঁলোকৰ production বৃদ্ধি kora ক্ষেত্ৰত অধিক সহায়কাৰী hisape গণ্য কৰা hoise বিশেষকৈ varator অৰ্থনৈতিক unnayan ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা palon kore দেশৰ কৃষি ক্ষেত্ৰৰ উপৰত। বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰ food products উৎপাদন কৰা পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কৃষি সামগ্ৰীসমূহ। যিবোৰ desor উন্নতি সাধন koriboloi ek অন্যতম vumika পালন কৰে।
দেশত উৎপাদন হোৱা সামগ্ৰী bidesot roptani কৰা যোগেদি অৰ্থ সংগ্ৰহ kora যি উপাৰ্জন desor উন্নতি সাধন কৰিবলৈ guruttapurna ভূমিকা palon কৰে।
Handloomৰ লগত জড়িত বিভিন্ন ধৰণৰ সামগ্ৰী উৎপাদন কৰা ক্ষেত্ৰত governmentয়ে কৃষক সকলক আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰিছে এই schemeত। ইয়াৰ উপৰিও aponi নিজৰ পচন্দ mote যিকোনো ব্যৱসায়িক kam korar ক্ষেত্ৰত এই আচঁনিৰ hohayat dhan লাভ কৰিব পাৰে।
সামৰণি Conclusion
Handloom Finance Schemeটো মুঠতে সকলো পৰিয়ালক micro financeৰ সুবিধা প্ৰদান কৰিছে যাতে সাধাৰণ জনতাক সৰু সৰু small business কৰিব পাৰে আৰু স্বনিৰ্ভশীল হৈ উঠিব পাৰে তাৰ বাবে চৰকাৰে এই আচঁনিৰ আৰম্ভ কৰে। হস্ততন্ত্ৰ বিত্তীয় আঁচনিয়ে অসমৰ হস্ততন্ত্ৰ শিল্পীসকলক এক নতুন জীৱনদান কৰিছে। ইয়াৰ জৰিয়তে শিল্পীসকলে আৰ্থিক স্বাৱলম্বী হ’ব পাৰিছে আৰু অসমৰ ঐতিহ্যবাহী হস্ততন্ত্ৰ শিল্পক জীয়াই ৰাখিছে। চৰকাৰ, বেংক আৰু সমবায় সমিতিসমূহৰ সহযোগিতাত এই আঁচনি আগবাঢ়ি যাব বুলি আশা কৰিব পাৰি।
গতিকে, যদি আপুনি এগৰাকী হস্ততন্ত্ৰ শিল্পী বা এই ক্ষেত্ৰত আগবাঢ়িব বিচাৰিছে, তেন্তে হস্ততন্ত্ৰ বিত্তীয় আঁচনিৰ সুবিধা লৈ আপোনাৰ স্বপ্নৰ কামটো আৰম্ভ কৰক!
এই লেখাটোৱে হস্ততন্ত্ৰ বিত্তীয় আঁচনিৰ বিভিন্ন দিশ আলোচনা কৰিছে। আপোনাৰ মন্তব্য বা প্ৰশ্ন থাকিলে মন্তব্য অংশত লিখিব পাৰে। ধন্যবাদ!
ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰত এই আচঁনিৰ ভূমিকা অন্যতম। দেশৰ প্ৰতিজন ব্যক্তিয়েই যাতে যিকোনো products উৎপাদন কাৰ্য্যত নিয়োজিত হৈ থাকে সেয়া হৈছে এই আচঁনিৰ উদেশ্য।