Type Here to Get Search Results !

Term insurance scheme - Eligibility, Objectives, Benefits, Details

Term insurance scheme হৈছে এক অন্যতম আচনি যি মানুহৰ বিভিন্ন সা সুবিধা প্ৰদান কৰে। যদি আপুনি এই schemeত benefits ল'ব বিচাৰে তেন্তে আপুনি এই আচঁনিৰ details এবাৰ ভালদৰে বুজি ল'ব পাৰে। ইয়াত আপুনি কোনটো বেংকত একাউণ্ট খুলি লৈ এই schemeত টকা লাভ কৰিব পাৰে সেয়া ইয়াৰ জৰিয়তে বাখ্যা কৰা হৈছে। Term insurance হ'ল ভবিষ্যতৰ কাৰণে এক money subsidy দিয়া এক অন্যতম আচনি যি মানুহৰ জীৱনত বিভিন্ন সময়ত সহায়ৰ হাত আগবঢ়ায়। 

যদি আপুনি এই schemeত সকলো ধৰণৰ ব্যৱস্থা ল'ব বিচাৰে তেন্তে ইয়াতে আপুনি প্ৰথমে monthly or annual incomeৰ পৰা কিছু ধন জমা কৰিব পাৰে অথবা মাহিলী দৰমহাৰ পৰাও এই schemeত টকা জমা থব পাৰে। 

ধন জমা নকৰিলে এই schemeত সা সুবিধা লাভ নকৰে তেন্তে আপুনি এই আচঁনিৰ সহায়ত মাহিলী দৰমহাৰ পৰাই হওক বা যি কোনো প্ৰকাৰে টকা জমা থব লাগে তেতিয়া হে আপুনি এই আচঁনিৰ লাভ উঠাব পাৰিব। বৰ্তমান সময়ত দেখা গৈছে যে প্ৰায় অধিক সংখ্যক লোকে term insuranceত টকা জমা থৈ আছে। 

আপুনি এই schemeত টকা জমা থব পাৰে তাৰ বাবে প্ৰয়োজনীয় যিবোৰ বেংক একাউণ্ট লাগিব সেয়া আপুনি যিকোনো bankত account খুলি ল'ব পাৰে। তাৰ পিছত এই schemeত টকা প্ৰদান কৰিব পাৰে কিয়নো বৰ্তমান সময়ত দেখা যায় যে প্ৰায় সকলো বেংকৰ একাউণ্টত এই আচঁনিৰ ব্যৱস্থা কৰিছে। 

যাতে bank accountৰ customer জনে অতি সোনকালেই আৰু অতি সহজে যিকোনো term insurance schemeত আবেদন কৰিব পাৰে বেংকৰ একাউণ্ট ৰ পৰাই। বিশেষকৈ যদি চৰকাৰী যিবোৰ বেংক আছে সেই সকলো বেংকৰ একাউণ্ট খুলি ল'ব পাৰিলে অতি ভাল কাৰণ চৰকাৰী যিবোৰ আচনি আছে সেই সকলো আঁচনিৰ পৰাও মাজে সময়ে টকা বিনামূলীয়া ভাৱে লাভ কৰিব পাৰে। সেয়ে চৰকাৰী bankত একাউণ্ট এটা খুলি ল'ব পাৰে। 


Eligibility of Term insurance scheme

Term insurance schemeত আবেদন কৰিব বাবে প্ৰয়োজনীয় যিবোৰ বেংক একাউণ্ট লাগে সেই সকলো বেংকৰ ভিতৰত SBI bank account অতি জনপ্ৰিয়। কাৰণ এই বেংকৰ একাউণ্ট দেশৰ আটাইতকৈ বেছি সুবিধা প্ৰদান কৰিছে money subsidyয়ে হ‌ওক বা যি কোনো প্ৰকাৰৰ আঁচনিয়ে হ ওক এই বেংকৰ প্ৰাধান্য অধিক হোৱা দেখা যায়। ইয়াৰ উপৰিও আপুনি আন আন বেংকৰ একাউণ্টত এই schemeত টকা জমা ৰাখিব পাৰে। 

এই ক্ষেত্ৰত governmentয়ে শিক্ষিত ল'ৰা ছোৱালীক অধিক সা সুবিধা প্ৰদান কৰে। যেনে দৰে Education loan এই schemeত আবেদন কৰিলে আপোনাৰ প্ৰয়োজনীয় যিবোৰ দিশ আছে সেই সকলো ক্ষেত্ৰত money loan লব পাৰে। কিয়নো শিক্ষা গ্ৰহণ কৰা ক্ষেত্ৰত অধিক টকা পইচাৰ প্ৰয়োজন। 


এই schemeত loan লৈ শিক্ষা গ্ৰহণৰ বাবে সকলো সুবিধা লাভ কৰিব পাৰে। শিক্ষা গত অৰ্হতা থকা সকলোৱে পাব এই schemeত সকলো ধৰণৰ সুবিধা।

Professional qualifications থকা সকলোৱে পাব এই schemeত সকলো ধৰণৰ ব্যৱস্থা। শিক্ষা সমাপ্ত কৰাৰ পিছত যদি আপুনি পেশাদাৰী পাঠ্যক্ৰমো অধ্যয়ন কৰিছে তেন্তে আপুনি যিকোনো ক্ষেত্ৰত অধিক অগ্ৰাধিকাৰ লাভ কৰিব। Jobs অথবা finance schemeমেই হওক আপুনি প্ৰাধান্য লাভ কৰিব পাৰে যদি আপোনাৰ পেশাদাৰী diplomaৰ চাৰ্টিফিকেট থাকে। বৰ্তমান সময়ত দেখা যায় যে প্ৰায় সকলো লৰা ছোৱালী শিক্ষা গ্ৰহণ কৰাৰ লগে লগে বিভিন্ন ধৰণৰ diploma courseলৈ অধ্যয়ন কৰে সেয়ে এই লৰা ছোৱালীক যিকোনো কৰ্ম ক্ষেত্ৰত governmentয়ে অধিক গুৰুত্ব প্ৰদান কৰে। সেয়ে পেশাদাৰী পাঠ্যক্ৰমো শিক্ষা গ্ৰহণৰ লগে লগে অধ্যয়ন কৰিব লাগে।


Objectives of Term insurance scheme

এই আচঁনিৰ উদেশ্য হল দেশৰ উন্নতি সাধন কৰা। ইয়াৰ বাবে সকলো পৰিয়ালৰ অন্তৰ্গত পুৰুষ আৰু মহিলা সকলক স্বাৱলম্বী হোৱাটো প্ৰয়োজনীয়। Economic development তেতিয়া হয় যেতিয়া দেশৰ production ভাল হয়। সকলো পৰিয়ালৰ আত্মনিৰ্ভৰশীল গঢ়ি উঠে তেতিয়া দেশৰ উন্নতি সাধন হোৱা দেখা যায়। সেয়ে এই schemeত economic growth বৃদ্ধি কৰিবলৈ চৰকাৰে বিভিন্ন পৰিয়ালৰ অন্তৰ্গত ল'ৰা ছোৱালীক সা সুবিধা প্ৰদান কৰিছে।

দেশখনৰ সকলো নাগৰিকৰ ক্ষেত্ৰত governmentয়ে সময়ে সময়ে বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে যাতে সকলোৱে নিজৰ নিজৰ incomeৰ ৰাস্তা নিজৰ পচন্দ মতে উলিয়ায় ল'ব পাৰে। আনহাতে যদি অৰ্থনৈতিক উন্নয়নৰ প্ৰয়োজন হয় তেতিয়া দেশৰ সকলো পৰিয়াল কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰাটো চৰকাৰৰ মূখ্য কাম। কল্যাণকামী দেশ হিচাপে ভাৰত অন্যতম প্ৰধান দেশ। 

Finance freedom হলেহে দেশখনত উৎপাদন কৰা খাদ্য সামগ্ৰীৰ ভোগ বাঢ়িব আৰু উৎপাদন কৰা ক্ষেত্ৰত থকা company সমূহে লাভ কৰিব লৈ সক্ষম হ'ব যত দেশৰ অৰ্থনৈতিক উন্নয়নৰ দিশ নিহিত হৈ আছে। 

বিভিন্ন ধৰণৰ আৰ্থিক সাহায্যৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে যাতে দেশৰ money savings অথবা investment বাঢ়ে। তেতিয়াহে দেশৰ উন্নতি সাধন কৰিবলৈ চৰকাৰে সক্ষম হ'ব। 

সেয়ে এই schemeত মূল উদ্দেশ্য হৈছে দেশৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ প্ৰদান কৰা। আৰু ইয়াৰ বাবে চৰকাৰে এই আচঁনিৰ উদেশ্য হিচাপে গণ্য কৰিছে

Term insurance scheme ফাইনেন্স স্কীমৰ সুবিধা

টাৰ্ম ইনচুৰেঞ্চ হৈছে এক সহজ আৰু সস্তীয়া প্ৰকাৰৰ জীৱন বিমা, যিয়ে পৰিয়ালক আৰ্থিক সুৰক্ষা প্ৰদান কৰে। ইয়াৰ মূল উদ্দেশ্য হৈছে পলম নকৰাকৈ একমুঠি অৰ্থ (ডেথ বেনিফিট) বিমাধাৰীৰ পৰিয়াললৈ প্ৰদান কৰা। টাৰ্ম ইনচুৰেঞ্চ ফাইনেন্স স্কীমৰ বহুতো সুবিধা আছে, বিশেষকৈ যিসকলৰ আৰ্থিক দায়িত্ব অধিক, তেওঁলোকৰ বাবে ই এক আদৰ্শ বাছনি। এই প্ৰবন্ধত আমি টাৰ্ম ইনচুৰেঞ্চৰ বিভিন্ন সুবিধা সম্পৰ্কে আলোচনা কৰিম।  

কম প্ৰিমিয়ামত অধিক সুৰক্ষা টাৰ্ম ইনচুৰেঞ্চৰ সবাতোকৈ ডাঙৰ সুবিধা হ’ল ইয়াৰ প্ৰিমিয়াম কম হোৱা। আন জীৱন বিমাৰ তুলনাত টাৰ্ম পলিচিত অধিক Coverage কম খৰচত পোৱা যায়। উদাহৰণস্বৰূপে, এজন ৩০ বছৰীয়া সুস্থ ব্যক্তিয়ে ১ কোটি টকাৰ টাৰ্ম পলিচি ল’বলৈ মাত্ৰ কেইশ টকা মাহিলী প্ৰিমিয়াম দিব লাগিব। আনহাতে, এণ্ড’মেন্ট বা মেচুৰিটি বেনিফিট থকা বিমাত একে Coverage ল’বলৈ প্ৰিমিয়াম বহুগুণে বেছি হ’ব।  

সহজ আৰু স্বচ্ছ পলিচি টাৰ্ম ইনচুৰেঞ্চৰ নিয়ম-প্ৰণালী অতি সহজ। ইয়াত কোনো জটিল বিনিয়োগৰ অংশ নাথাকে, গতিকে বিমাধাৰীয়ে স্পষ্টভাৱে বুজি পায় যে তেওঁৰ পৰিয়ালক কি পৰিমাণৰ সুৰক্ষা দিয়া হৈছে। আন বিমাৰ দৰে ইয়াত বোনাছ, লাভৰ হাৰ আদিৰ জটিলতা নাথাকে। কৰ ৰেহাই টাৰ্ম ইনচুৰেঞ্চৰ প্ৰিমিয়াম Income Tax Actৰ Section 80C অনুসৰি কৰ ৰেহাই প্ৰদান কৰে। বছৰি ১.৫ লাখ টকালৈকে প্ৰিমিয়ামৰ ওপৰত ৰেহাই পোৱা যায়। লগতে, ডেথ বেনিফিটটো Section 10(10D)ৰ অধীনত কৰমুক্ত হয়। গতিকে, বিমাধাৰীৰ পৰিয়ালে কোনো Tax বহন নকৰাকৈ সম্পূৰ্ণ অৰ্থ পায়। পৰিয়ালৰ আৰ্থিক সুৰক্ষা টাৰ্ম ইনচুৰেঞ্চৰ মুখ্য উদ্দেশ্য হৈছে বিমাধাৰীৰ মৃত্যু হ’লে তেওঁৰ পৰিয়ালক আৰ্থিকভাৱে সুৰক্ষিত কৰা। বিশেষকৈ যদি পৰিয়ালৰ মূল অৰ্জনকাৰী ব্যক্তিৰ মৃত্যু হয়, তেন্তে এই বিমাৰ টকাই ঋণ, ঘৰৰ খৰচ, সন্তানৰ শিক্ষা আদিৰ দায়িত্ব ল’ব পাৰে।  

ঋণ সুৰক্ষা (Loan Protection) বেছিভাগ লোকে গৃহঋণ, কাৰ ঋণ বা ব্যৱসায়িক ঋণ লয়। যদি ঋণগ্ৰস্ত ব্যক্তিৰ মৃত্যু হয়, তেন্তে ঋণৰ দায়িত্ব পৰিয়ালৰ ওপৰত পৰে। টাৰ্ম ইনচুৰেঞ্চ ল’লে এই ঋণৰ টকা বিমা কোম্পানীয়ে পৰিশোধ কৰে, যাৰ ফলত পৰিয়ালৰ সদস্যসকলক আৰ্থিক সংকটৰ সন্মুখীন হ’ব নালাগে।  

বিভিন্ন ৰাইডাৰছৰ সুবিধা টাৰ্ম ইনচুৰেঞ্চৰ লগত বিভিন্ন ৰাইডাৰ (অতিৰিক্ত সুবিধা) সংযুক্ত কৰিব পাৰি, যেনে—  

  • এক্সিডেণ্টেল ডেথ বেনিফিট: দুৰ্ঘটনাত মৃত্যু হ’লে অধিক টকা পোৱা যায়।  
  • ক্ৰিটিকেল ইলনেছ কভাৰ: মাৰাত্মক ৰোগ ধৰা পৰিলে একমুঠি অৰ্থ পোৱা যায়।  
  • ডিজেবিলিটি ৰাইডাৰ: স্থায়ীভাবে অক্ষম হ’লে বিমাৰ টকা পোৱা যায়। এই ৰাইডাৰসমূহে টাৰ্ম পলিচিক আৰু অধিক সুৰক্ষিত কৰি তোলে।  


দীৰ্ঘম্যাদী সুৰক্ষাটাৰ্ম ইনচুৰেঞ্চ ৫ বছৰৰ পৰা ৪০ বছৰলৈকে ল’ব পাৰি। যিসকলৰ সৰু সন্তান আছে বা দীৰ্ঘম্যাদী আৰ্থিক দায়িত্ব আছে, তেওঁলোকে দীৰ্ঘম্যাদী টাৰ্ম পলিচি ল’ব পাৰে।

 অনলাইনত কিনাৰ সুবিধাবৰ্তমান সময়ত বহুতো বিমা কোম্পানীয়ে অনলাইনত টাৰ্ম ইনচুৰেঞ্চ কিনাৰ সুবিধা দিয়ে। ইয়াৰ ফলত কোনো এজেন্ট বা মধ্যস্থতাকাৰী নোহোৱাকৈয়ে কম সময়ত আৰু কম খৰচত বিমা কিনিব পাৰি।  

সঞ্চয়ৰ লগত সুৰক্ষা  অনেকে ভাবে যে টাৰ্ম ইনচুৰেঞ্চত মেচুৰিটি বেনিফিট নথকা বাবে ই লাভজনক নহয়। কিন্তু সঁচাকৈয়ে, ইয়াক সঞ্চয়ৰ এক পৰিপূৰক হিচাপে চাব লাগে। কম প্ৰিমিয়ামত অধিক সুৰক্ষা পোৱাৰ লগতে বাকী টকা বিনিয়োগ কৰি অধিক লাভ কৰিব পাৰি।

যুৱকসকলৰ বাবে আদৰ্শ  যুৱক-যুৱতীসকলৰ বাবে টাৰ্ম ইনচুৰেঞ্চ এক উত্তম বাছনি, কাৰণ তেওঁলোকৰ প্ৰিমিয়াম অতি কম হয় আৰু ভৱিষ্যতৰ বাবে সুৰক্ষা লাভ কৰে।  


Benefits of Term insurance scheme

Term insurance schemeত লাভ উঠাব পাৰে সকলো পৰিয়ালৰ লোকে যদিহে আপুনি এই schemeত আবেদন কৰিব পাৰে আৰু প্ৰতি মাহিলী premium অনুসৰি কিছু ধন investment কৰিব পাৰে। Investment নকৰাকৈ এই schemeত কোনো প্ৰকাৰৰ benefits লাভ কৰিব নোৱাৰে। 

সেয়ে আপুনি এই আচঁনিৰ সহায়ত মাহিলী দৰমহাৰ পৰা অথবা যিকোনো প্ৰকাৰে টকা জমা থব পাৰে তাৰ বাবে আপুনি এই আচঁনিৰ পৰা বহুত facilities পাই থাকিব। অপ্ৰয়োজনীয় খৰচ কৰাৰ সলনি এই schemeত আবেদন কৰিব পাৰে আৰু অতি সহজে এই আচঁনিৰ এজন investor হ'ব পাৰে। তাৰ পৰিৱৰ্তে এই schemeত প্ৰয়োজনীয় loan amount subsidy লাভ কৰিব পাৰি। 

 দেশখনৰ সকলো পৰিয়ালৰ অন্তৰ্গত ল'ৰা ছোৱালীক এই আচঁনিৰ সহায়ত উপকৃত কৰিব বাবে এই আচঁনিৰ উদেশ্য। 

সামৰণি Conclusion

মুঠতে এই আচঁনিৰ সহায়ত সাধাৰণ জনতাক উপকৃত কৰিব বাবে প্ৰয়োজনীয় যিবোৰ দিশ আছে সেই সকলো সুবিধা governmentয়ে এই schemeত প্ৰদান কৰিছে। Money subsidyৰ লগতে finance support প্ৰদান কৰিছে চৰকাৰে যাতে নিবনুৱা সমস্যা সমাধান কৰিব পাৰে। টাৰ্ম ইনচুৰেঞ্চ হৈছে এক সহজ, সস্তীয়া আৰু কাৰ্যকৰী আৰ্থিক সুৰক্ষা ব্যৱস্থা। ইয়াক যিকোনো বয়সৰ লোকেই ল’ব পাৰে, বিশেষকৈ যিসকলৰ ওপৰত পৰিয়ালৰ দায়িত্ব বেছি। কম প্ৰিমিয়াম, কৰ ৰেহাই, ঋণ সুৰক্ষা আদি সুবিধাৰ বাবে ই বৰ্তমান সময়ত জনপ্ৰিয় হৈ পৰিছে। গতিকে, পৰিয়ালৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ টাৰ্ম ইনচুৰেঞ্চ এখন অবশ্যই বিবেচনা কৰিব লাগে।  

এই লেখাটোৱে টাৰ্ম ইনচুৰেঞ্চৰ বিভিন্ন দিশ আলোচনা কৰিছে। আপোনাৰ আৰ্থিক পৰিকল্পনাত ইয়াক অন্তৰ্ভুক্ত কৰি অধিক সুৰক্ষা লাভ কৰক!

আনহাতে দেশৰ উন্নতি সাধন কৰিবলৈ চৰকাৰে বিভিন্ন পৰিয়ালৰ অন্তৰ্গত মহিলা সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এই schemeত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।