LIC Life Insurance companyৰ দ্বাৰা আৰম্ভ কৰা এক অন্যতম আচনি যি LIC Kanyadan Finance Scheme বুলি কোৱা হয় য'ত দেশৰ শিক্ষিত মহিলা আৰু ছোৱালী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এই আচঁনিৰ আৰম্ভ হয়। LIC হ'ল ভাৰতৰ এটা চৰকাৰী insurance companies সমূহৰ ভিতৰত অন্যতম এক company এই companyৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ insurance সুবিধা প্ৰদান কৰে চৰকাৰে।
আনহাতে এই companyৰ জৰিয়তে দেশৰ সাধাৰণ জনতাক উপকৃত কৰে। সকলো পৰিয়ালৰ লোকে এই companyৰ বিভিন্ন Scheme money investment কৰিব পাৰে আৰু অতি সহজে প্ৰতি মাহিলী দৰমহাৰ পৰা অথবা monthly incomeৰ পৰা কিছু ধন এই companyৰ আচনি সমূহত জমা ৰাখিব পাৰে তাৰ পৰিৱৰ্তে এই আচঁনিৰ সহায়ত কিছু বছৰৰ পাছত অধিক profit লাভ কৰিব পাৰে।
চৰকাৰে এই companyৰ সহায়ত সাধাৰণ জনতাক উপকৃত কৰিব বাবে প্ৰয়োজনীয় যিবোৰ Scheme সেই সকলো ক্ষেত্ৰত governmentয়ে ব্যৱস্থা গ্ৰহণ কৰিছে। যাতে ভাৰতৰ বিভিন্ন পৰিয়ালৰ অন্তৰ্গত পুৰুষ আৰু মহিলা অধিক developmentৰ মুখ দেখিব পাৰে।
আনহাতে প্ৰতি মাহিলী যি উপাৰ্জন কৰে তাৰ এটা small amount এই schemeত জমা থৈ কিছু বছৰৰ পাছত অধিক টকা পইচাৰ গৰাকী হ'ব পাৰে। সাধাৰণতে দেখা যায় যে প্ৰায় দুগুণ টকা এনে খৰচ কৰে তাৰ পৰিৱৰ্তে যদি কোনোৱে এই schemeত টকা জমা থব পাৰে তাৰ পৰিৱৰ্তে তেওঁ নিজৰ finance স্বাধীনতা লাভ কৰিব পাৰে। সেয়ে চৰকাৰে এই companyৰ জৰিয়তে LIC Kanyadan Finance আচনি আৰম্ভ কৰিলে।
যাতে এই schemeত মহিলা সকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হয় তাৰ বাবে চৰকাৰে এই আচঁনিৰ আৰম্ভ কৰে।
Eligibility of LIC Kanyadan Finance Scheme
LIC Kanyadan Financeত দেশৰ সকলো পৰিয়ালে আবেদন কৰিব পাৰে। দেশখনৰ আৰ্থিক অৱস্থা স্বচ্ছল হোৱা এই আচঁনিৰ এটা গুৰুত্বপূৰ্ণ দিশ। সেয়ে সকলো পৰিয়ালৰ ল'ৰা ছোৱালীক এই schemeত সুবিধা প্ৰদান কৰা হৈছে। চৰকাৰে চৰকাৰী চাকৰি পদৰ সংখ্যা সীমিত হোৱা বাবে দেশৰ উন্নতি সাধন কৰিবলৈ লগতে দেশৰ শিক্ষিত ল'ৰা ছোৱালীক কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিছে।
এই schemeত সকলো পৰিয়ালৰ এটা economic growth যাতে বৃদ্ধি পায় তাৰ প্ৰতি দৃষ্টি প্ৰদান কৰিছে। Economic ভাৱে দেশৰ সকলো পৰিয়াল আগুৱাই যাব পাৰিলে হে দেশৰ উন্নতি সাধন হ'ব। ইয়াৰ বাবে নিবনুৱা সমস্যা সমাধান কৰিব লাগিব। সেয়ে এই আচঁনিৰ সহায়ত money subsidyৰ ব্যৱস্থা কৰিছে চৰকাৰে যাতে আঁচনিয়ে মানুহৰ মাজত আৰ্থিক অৱস্থা সুস্থিৰ কৰিব পাৰে।
LIC Kanyadan Finance Schemeটোৰ ক্ষেত্ৰত ছোৱালী সকলোৱে Loan ল'ব পাৰে আৰু নিজৰ জীৱনৰ careerত এই LIC Kanyadanৰ টকা ব্যৱহাৰ কৰিব পাৰে ইয়াৰ বাবে চৰকাৰে বিভিন্ন সা সুবিধা প্ৰদান কৰে যেনে নিজৰ career গঢ়ি তোলা ক্ষেত্ৰত governmentয়ে শিক্ষিত মহিলা আৰু ছোৱালী সকলৰ পৰা এখন products project submit কৰিবলৈ কয়। কি কামত এই চৰকাৰৰ টকা খিনি খৰচ কৰিব সেই বিষয়ে বিতংকৈ এটা products project জমা দিব লাগে। যদি আপুনি সঠিকভাৱে project submit কৰিব পাৰে তেন্তে আপুনি এই schemeত টকা লাভ কৰিব।
Objectives of LIC Kanyadan Finance Scheme
Schemeটোৰ মূল উদ্দেশ্য হৈছে এক আৰ্থিক অৱস্থা স্বচ্ছল কৰা। লৰা ছোৱালীক আত্মনিৰ্ভৰশীল গঢ়ি তোলা। লৰা ছোৱালীৰ শিক্ষা ক্ষেত্ৰত money loanৰ ব্যৱস্থা কৰা যাতে educationৰ ক্ষেত্ৰত কোনো প্ৰকাৰৰ টকা পইছাৰ সমস্যা সৃষ্টি নহয়। Education সমাপ্ত কৰা পিছত লৰা ছোৱালী সকলোৱে যাতে বেৰুজগাৰ হৈ বহি থাকিব নালাগে তাৰ বাবে প্ৰয়োজনীয় যিবোৰ business loan লাগে তাৰ ব্যৱস্থা কৰা। Business loan লাভ কৰিব পৰা সকলো সুবিধা প্ৰদান কৰিছে এই schemeত নিজৰ নিজৰ পচন্দ মতে যি ক্ষেত্ৰত লৰা বা ছোৱালী জনৰ skills আছে সেই ক্ষেত্ৰত যাতে investment কৰি যিকোনো কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ সক্ষম হয় তাৰ প্ৰতি দৃষ্টি ৰাখি এই আচঁনিৰ আৰম্ভ কৰে।
ছোৱালী সকলক আত্মনিৰ্ভৰশীল কৰাটোৱেই হৈছে চৰকাৰৰ মূখ্য উদেশ্য । নতুন কৈ যিসকল ছোৱালী বিয়া হৈছে তেওঁ লোকক এই আচঁনিৰ সহায়ত money subsidy প্ৰদান কৰিছে চৰকাৰে। শিক্ষিত ছোৱালীয়ে নিজৰ পচন্দ মতে যিকোনো সৰু সৰু ব্যৱসায় এটা আৰম্ভ কৰিব পাৰে আৰু আত্মনিৰ্ভৰশীল হৈ উঠিব পাৰে তাৰ বাবে চৰকাৰে এই ধন প্ৰদান কৰিছে।
এই schemeত হিতাধীকাৰিক Rs. 51,000 লৈকে টকা প্ৰদান কৰা হয় য'ত হিতাধীকাৰিজন এই schemeত 3 বছৰলৈকে এই schemeত টকা জমা ৰাখিছে।
এই schemeত টকা 3টা কিস্থীত টকা প্ৰদান কৰা হয়। এই আচঁনিত প্ৰতি মাহিলী 1000 টকাকৈ ধন জমা কৰিব লাগে মূঠ 3বছৰ জমা ৰখা সকলোৱে পাব এই schemeত টকা।
LIC Kanyadan Financeআঁচনিৰ সুবিধা
অসম চৰকাৰে মহিলা সৱলীকৰণ আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক আৰ্থিক সহায় আগবঢ়োৱাৰ বাবে বিভিন্ন আঁচনি হাতত লৈছে। ইয়াৰে এটা গুৰুত্বপূৰ্ণ আঁচনি হ’ল **লিক (LIC) কন্যাদান বিত্তীয় আঁচনি**। এই আঁচনিখনে বিশেষকৈ গৰীব আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাত গুৰুত্ব দিয়ে। এই লেখাটোত আমি লিক কন্যাদান বিত্তীয় আঁচনিৰ বিভিন্ন সুবিধা আৰু ইয়াৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিম।
লিক কন্যাদান আঁচনি কিলাইফ ইন্সুৰেন্স কৰ্পোৰেচন অফ ইণ্ডিয়া (LIC)-ৰ দ্বাৰা পৰিচালিত **কন্যাদান বিত্তীয় আঁচনি** হ’ল এটা বিশেষ বীমা আঁচনি, যিটো পিতৃ-মাতৃয়ে তেওঁলোকৰ ছোৱালীৰ বিবাহৰ বাবে সঞ্চয় কৰিবলৈ ল’ব পাৰে। এই আঁচনিয়ে কেৱল ছোৱালীৰ বিবাহৰ খৰচহে নহয়, তেওঁলোকৰ শিক্ষা আৰু ভৱিষ্যতৰ বাবে এক সুৰক্ষিত অৰ্থনৈতিক ভেটিও প্ৰদান কৰে।
LIC Kanyadan Financeআঁচনিৰ সুবিধাসমূহ
ছোৱালীৰ ভৱিষ্যত সুৰক্ষিত কৰাএই আঁচনিখনৰ প্ৰধান উদ্দেশ্য হ’ল ছোৱালীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰা। বিশেষকৈ গ্ৰাম্য অঞ্চলত বহুতো পৰিয়ালে তেওঁলোকৰ ছোৱালীৰ বিবাহৰ বাবে যথেষ্ট ধন সঞ্চয় কৰিব নোৱাৰে। লিক কন্যাদান আঁচনিয়ে এই সমস্যাৰ সমাধান কৰে আৰু এটা নিৰ্দিষ্ট সময়ত এককালীন ধনৰ পৰিমাণ প্ৰদান কৰে।
কৰ্মূক সুবিধাএই আঁচনিখনত বেছিভাগ ক্ষেত্ৰত চৰকাৰী ভতুৱা (Subsidy) থাকে, যাৰ বাবে পিতৃ-মাতৃয়ে কম প্ৰিমিয়ামত এই বীমা ল’ব পাৰে। ইয়াৰ উপৰিও, চৰকাৰে কিছুমান বিশেষ শ্ৰেণীৰ লোকসকলক (যেনে SC/ST, OBC, অতি দৰিদ্ৰ পৰিয়াল) বাবে অধিক সাহায্য প্ৰদান কৰে।
কৰৰ পৰা ৰেহাই লিক কন্যাদান আঁচনিত বিনিয়োগ কৰিলে ইনকাম টেক্স আইনৰ অধীনত ৰেহাই** পোৱা যায়। ইয়াৰ অৰ্থ হ’ল এই আঁচনিত দিয়া প্ৰিমিয়াম আৰু পোৱা maturity amount কৰমুক্ত।
দীৰ্ঘম্যাদী বিত্তীয় সুৰক্ষা এই আঁচনিখন সাধাৰণতে দীৰ্ঘম্যাদী হয় (১০-১৫ বছৰ বা ততোধিক)। ইয়াৰ ফলত পিতৃ-মাতৃয়ে এটা দীৰ্ঘ সময়ৰ বাবে ধন সঞ্চয় কৰিব পাৰে আৰু ছোৱালীৰ বিবাহ বা উচ্চ শিক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ অৰ্থনৈতিক সহায় লাভ কৰে।
মেচুৰিটি বেনিফিট আঁচনিৰ ম্যাদ উকলিলে গ্ৰাহকে এককালীন ধনৰ পৰিমাণ পায়। এই টকা যিকোনো প্ৰয়োজনত ব্যৱহাৰ কৰিব পাৰি, যেনে:
- ছোৱালীৰ বিবাহৰ খৰচ
- উচ্চ শিক্ষাৰ বাবে বিনিয়োগ
- ব্যৱসায় বা অন্যান্য অৰ্থনৈতিক কাম-কাজ
মৃত্যু সুৰক্ষা যদি পিতৃ-মাতৃৰ মৃত্যু হয়, তেন্তেও আঁচনিখন বাতিল নহয়। এই ক্ষেত্ৰত LIC-য়ে নিৰ্ধাৰিত ধনৰ পৰিমাণ পৰিয়ালক দিয়ে, যাৰ ফলত ছোৱালীজনীৰ ভৱিষ্যত সুৰক্ষিত থাকে। সহজ প্ৰক্ৰিয়া এই আঁচনিখন লাভ কৰাটো অতি সহজ। প্রয়োজনীয় কাগজপত্ৰ (যেনে জন্ম প্ৰমাণপত্ৰ, পৰিচয় প্ৰমাণপত্ৰ, আয়ৰ প্ৰমাণ) সংগ্ৰহ কৰি LIC-ৰ কাৰ্য্যালয়ত যোগাযোগ কৰিলেই হয়। কোনে আৱেদন কৰিব পাৰে
- অসমৰ স্থায়ী বাসিন্দা
- ছোৱালীৰ বয়স ১ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব
- পিতৃ-মাতৃ বা অভিভাৱকে আঁচনিখন ল’ব পাৰে
কিদৰে আৱেদন কৰিব: নিকটৱৰ্তী LIC কাৰ্য্যালয়ত যোগাযোগ কৰক
আৱেদন ফৰ্ম পূৰণ কৰক ছোৱালীৰ জন্ম প্ৰমাণপত্ৰ, পৰিয়ালৰ আয়ৰ প্ৰমাণ আদি জমা দিয়ক মাসিক/বাৰ্ষিক প্ৰিমিয়াম দিয়ক
Benefits of LIC Kanyadan Finance Scheme
Kanyadan Finance Schemeটোৰ লাভ উঠাব পাৰিব বিশেষ কৈ দেশৰ শিক্ষিত ল'ৰা ছোৱালীয়ে। কিয়নো এই schemeত educationৰ ক্ষেত্ৰত governmentয়ে অধিক গুৰুত্ব প্ৰদান কৰিছে। দেশখনৰ আৰ্থিক অৱস্থা স্বচ্ছল হোৱাৰ বাবে প্ৰয়োজনীয় এটা দিশ হৈছে education সেয়ে শিক্ষা গ্ৰহণ কৰা পৰা আৰম্ভ কৰি যি কোনো কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰাটো চৰকাৰৰ মূখ্য কাম।
LIC Kanyadan Finance Schemeৰ মতে সকলো জমা ধনৰ সময় সম্পূৰ্ণ হোৱাৰ পিছত বছৰৰ পাছত Rs. 27 lakh rupees টকা লাভ কৰিব পাৰে। এই schemeত টকা জমা কৰা সময়ৰ period হৈছে 13 বছৰৰ পৰা 25 বছৰ। এই schemeত মাহিলী 3600 টকাকৈ জমা ৰাখিব পাৰে।
এই schemeত আবেদন কৰিব বাবে প্ৰয়োজনীয় যিবোৰ documents লাগিব সেয়া হৈছে আধাৰ কাৰ্ড, income certificate, এজ প্ৰোফ, নিজৰ ফটো।
এই কাগজ সমূহ প্ৰদান কৰা পিছত আপুনি এই schemeত আবেদন কৰিব পাৰে। যদি আপুনি এই documents সমূহৰ ভিতৰত কোনো এটা বনোৱা নাই তেন্তে আপুনি প্ৰথমে সকলো কাগজ ready কৰি লওঁক তাৰ পিছত এই schemeত আবেদন কৰিব পাৰে।
সামৰণি Conclusion
LIC Kanyadan Finance Schemeৰ মূল লক্ষ্য হৈছে finance অথবা আৰ্থিক অৱস্থা স্বচ্ছল কৰা। দেশখনৰ আৰ্থিক অৱস্থাৰ বাবে চৰকাৰে সকলো পৰিয়ালৰ আত্মনিৰ্ভৰশীল হোৱাই এই আচঁনিৰ উদেশ্য হিচাপে গণ্য কৰিছে। ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত governmentয়ে অধিক গুৰুত্ব প্ৰদান কৰিছে যাতে দেশৰ শিক্ষিত ল'ৰা ছোৱালীয়ে নিজৰ নিজৰ incomeৰ সুবিধা লাভ কৰে। লিক কন্যাদান বিত্তীয় আঁচনি হ’ল এটা অতি গুৰুত্বপূৰ্ণ আঁচনি, যিয়ে অসমৰ ছোৱালীসকলৰ ভৱিষ্যত উজ্জ্বল কৰিবলৈ সহায় কৰে। ইয়াৰ জৰিয়তে পিতৃ-মাতৃয়ে কম খৰচত দীৰ্ঘম্যাদী বিত্তীয় সুৰক্ষা লাভ কৰিব পাৰে। গতিকে, যিসকলৰ ছোৱালী আছে, তেওঁলোকে এই সুবিধা লোৱাটো নিশ্চিত কৰক আৰু ছোৱালীজনীৰ ভৱিষ্যত উজ্জ্বল কৰক। এটা সৰু বিনিয়োগেৰে, ছোৱালীৰ জীৱনত ডাঙৰ সলনি আনিব পাৰি!"** এই লেখাটোৱে লিক কন্যাদান আঁচনিৰ সকলো গুৰুত্বপূৰ্ণ দিশসমূহ সামৰি লৈছে। যদি আপোনাৰ কোনো অতিরিক্ত প্ৰশ্ন থাকে, নিকটৱৰ্তী LIC কাৰ্য্যালয়ত যোগাযোগ কৰিব পাৰে।
LIC Kanyadan Finance আঁচনিয়ে নতুনকৈ বহুতো সা সুবিধা প্ৰদান কৰিছে। দেশখনৰ সকলো নাগৰিকৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰা হৈছে এই schemeত। ধন্যবাদ