Baker Products ব্যৱসায় এটা এক অন্যতম micro business ধাৰণা যদি আপুনি small business owner হব বিচাৰে অথবা যিকোনো এটা সৰু business বিচাৰি আছে তেন্তে এই লিখনি আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ হ'ব পাৰে। বৰ্তমান সময়ত micro finance loan লৈ আপুনি এই business আৰম্ভ কৰিব পাৰে। Individual এটা গুৰুত্বপূৰ্ণ business বিচাৰি ফূৰা সকলো candidateৰ বাবে প্ৰয়োজনীয় micro business সমূহৰ ভিতৰত অন্যতম হৈছে baker Products উৎপাদন কৰা এক অন্যতম ব্যৱসায়।
বৰ্তমান সময়ত নিবনুৱা সমস্যা সমাধান কৰিবলৈ Govt subsidy loan প্ৰদান কৰা আৰম্ভ কৰিছে চৰকাৰে যাতে লৰা ছোৱালী শিক্ষা সমাপ্ত কৰা পিছত govt jobs বিচাৰি ফূৰিব লগা নহয়। শিক্ষা সমাপ্ত কৰা পিছত লৰা ছোৱালী সকলোৱে govt jobs বিচাৰি থকা দেখা যায়।
কিন্তু চৰকাৰী চাকৰি পদৰ সংখ্যা limited হোৱা হেতুকে অধিকাংশ লৰা ছোৱালী সময় মতে চাকৰি নাপায়। চাকৰি চাকৰি কৰি থাকোঁতে বহুতো সময়ৰ অপচয় হয় শেষত চাকৰি নাপাই এজন নিবনুৱা হৈ বহি পৰে। সেয়ে এই বৰ্ধিত নিবনুৱা সমস্যা সমাধান কৰিবলৈ Govtয়ে বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে যাতে দেশৰ শিক্ষিত ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল কৰি তোলা যায়।
নিবনুৱা সমস্যা যাতে বৃদ্ধি নহয় তাৰবাবে চৰকাৰে বিভিন্ন সময়ত social welfareৰ বিভিন্ন আৰ্থিক সাহায্যৰ আচনি মুকলি কৰা ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে।
Govt Loanৰ ব্যৱস্থা কৰিছে চৰকাৰে যাতে এই loan সমূহৰ যৰিয়তে দেশৰ শিক্ষিত ল'ৰা ছোৱালীয়ে নিজৰ পচন্দ মতে যিকোনো এটা business কৰিব পাৰে।
শিক্ষা সমাপ্ত কৰাৰ পিছত micro business training প্ৰদান কৰিছে চৰকাৰে। Loan amount খিনি প্ৰদান কৰা পিছত আপুনি এই Money কি কামত ব্যৱহাৰ কৰিব তাৰ বাবে প্ৰয়োজনীয় project submit কৰিব লাগে চৰকাৰক loan পোৱাৰ পাছত এই টকা সঠিক ভাবে ব্যৱহাৰ কৰি নিজৰ career গঢ় দিব পাৰিলে চৰকাৰে এই loan amount 2nd stepsত বৃদ্ধি কৰিব পাৰে।
How To Start a Micro Baker Business
Micro Business সমূহৰ ভিতৰত Baker হৈছে এক বিশেষ Business যি কোনো মানুহে নিজে চলাই নিব পাৰে। সৰু সৰু Business কৰাৰ বাবে বহু বেছি ডাঙৰ ঠাইৰ প্ৰয়োজন নাই যদিহে ভাল এটা place থাকে। যি ঠাইত জনগনৰ সমাগম অধিক সংখ্যক দেখা যায় তেনে ঠাইত যদি এই baker business establish কৰিব পাৰিলে তাৰ পৰা আপুনি অধিক profit উঠাব পাৰিব কাৰন তেনে ঠাইত products sell বেছি হ'ব আৰু high return লাভ কৰিবলৈ সক্ষম হ'ব পাৰে।
সেই বাবেই business এটা start কৰাৰ বাবে forward place এটা select কৰাটো হ'ল প্ৰথম কাম যদি আপুনি এই select কৰা ক্ষেত্ৰত সঠিক পদক্ষেপ গ্ৰহণ নকৰে তেন্তে তেনে ক্ষেত্ৰত high sellingৰ আশা কৰিব নোৱাৰে।
Business মানে selling অধিক সংখ্যক products sell কৰিব অধিক লাভ উঠাব।
বহু সময়ত দেখা যায় যে bakery এটা আৰম্ভ কৰে যদিও তাত অধিক লাভ নহয় বৰং লোকচানৰ সন্মুখীন হয়। যিখিনি product উৎপাদন কৰা হয় সেই খিনি অতি সোনকালেই sell কৰিব লাগে। সেয়ে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ দিশ হ'ল এটা ঠাই নিৰ্বাচিত কৰাটো। তাৰ পিছত ইয়াৰ উপৰিও আন বহুতো উপাদানৰ প্ৰয়োজন যেনে টকা যিটো মই আগতে থুলমূল আভাষ এটা দিছোঁ।
Business Loan
এই ক্ষেত্ৰত আপোনাৰ নিজৰ money নাথাকিলেও এই ব্যৱস্থা চৰকাৰে কৰি দিব পাৰে। ইয়াৰ বাবে আপুনি Business Loanৰ আবেদন কৰিব লাগিব। কিমান টকাৰ বাজেট আপোনাৰ সেই মতে আপুনি এই loan আবেদন কৰিব পাৰে। এই লোন পৰিশোধ কৰিব নোৱাৰিলে চৰকাৰে তেনে ক্ষেত্ৰত মাফ কৰিও দিব পাৰে। ইয়াৰ পিছত আন কিছুমান দিশ আছে যেনেদৰে শ্ৰমিক নিয়োগ কৰা যদিও আপুনি এই Baker business নিজেই কৰিব পাৰে তদুপৰি এই ক্ষেত্ৰত এজন বা দুজন ব্যক্তিৰ প্ৰয়োজন হ'ব পাৰে।
Manufacturing of Baker Products
Baker Products সমূহৰ ভিতৰত অন্যতম আৰু জনপ্ৰিয় Products সমূহৰ ভিতৰত breads, pastries, আৰু আন কিছুমান baked goods sold by grocers, wholesalers, restaurants, and institutional food service এই products সমূহৰ চাহিদা বহু পৰিমাণে বেছি দেখা যায়
Modern timesত baker সামগ্ৰী সমূহ মানুহে অধিক পৰিমাণে consumption কৰা দেখা যায়। কিয়নো এই সামগ্ৰী সমূহ মানুহে breakfastত লগত দোপৰীয়া আহাৰৰ তালিকাতো অধিক পৰিমাণে অন্তৰ্ভুক্ত কৰিছে। Restaurants সমূহৰ ক্ষেত্ৰত এই food products সমূহৰ গুৰুত্ব অধিক।
বিশেষকৈ বিভিন্ন ধৰণৰ cake and bread সমূহৰ গুৰুত্ব বৰ্তমান সময়ত অধিক হোৱা দেখা গৈছে। কিয়নো মানুহৰ চাহিদা আৰু খোৱা এই সকলো bekar সামগ্ৰী সমূহে পূৰন কৰিব লৈ সক্ষম হৈছে। সেয়ে এই micro businessৰ ধাৰণা কৰা সকলো মানুহেই successful career গঢ়ি তুলিবলৈ সক্ষম হ'ব।
এই career বৰ্তমান সময়ত trending হ'বলৈ আৰম্ভ কৰিছে। বৰ্তমান আধুনিক যুগৰ আটাইতকৈ বেছি চৰ্চাৰ বিষয় হৈছে fast food products আৰু ফেশ্বন ডিজাইনাৰ । যদিহে আপোনাৰ এই ক্ষেত্ৰত business Career গঢ় দিয়াৰ প্ৰয়াস আৰু ইচ্ছা আছে তেন্তে আপুনি এই career আৰম্ভ কৰিব পাৰে।
Baker Products Selling Shops Place
Baker Products higher selling কৰিব বাবে এটা জনপ্ৰিয় আৰু জনবহুল ঠাই selection কৰাটো এই business Careerৰ মূল উপাদান হিচাপে গণ্য কৰা হয়। কিয়নো এই businessত career গঢ়ি তোলা ক্ষেত্ৰত products selling হৈছে অতি গুৰুত্বপূৰ্ণ এটা বিষয় যত অন্যতম বিশেষ বিষয় হ'ল marketing profit যদিহে আপোনাৰ baker Shops খনৰ selling ভাল হয় তেতিয়া আপোনাৰ income বাঢ়িব।
Income বাঢ়িবলৈ ধৰিলে আপুনি successful হোৱাৰ দিশত আগবাঢ়িবলৈ সক্ষম হ'ব। সেয়ে প্ৰথম উপাদান হিচাপে উপযুক্ত business ঠাই নিৰ্বাচিত কৰাটো হ'ল এই careerৰ বিষয়বস্তু। এই business Career গঢ়ি তুলিবলৈ সক্ষম হৈছে
যদি কোনো Govt jobs বা কোনো প্ৰকাৰৰ চাকৰি দৰমহাই এই ক্ষেত্ৰত পিছ পৰি ৰব। কাৰণ businessত income অধিক হোৱা দেখা যায় চাকৰি দৰমহাৰ তুলনাত।
সেয়ে চৰকাৰী চৰকাৰী বা বেচৰকাৰী চাকৰি যিকোনো চাকৰি নহওক কিয় এই ক্ষেত্ৰত টক্কৰ দিব নোৱাৰে।
Baker ব্যৱসায়ৰ সুবিধাসমূহ
Baker ব্যৱসায় এটা পৰম্পৰাগত আৰু লাভজনক পেশা হিচাপে জনাজাত। ইয়াক আৰম্ভ কৰিবলৈ কম মূলধনৰ প্ৰয়োজন হয় আৰু ইয়াক যিকোনো ঠাইত সহজে আৰম্ভ কৰিব পাৰি। বিশেষকৈ অসমৰ দৰে ঠাইত য’ত বিভিন্ন উৎসৱ-পাৰ্বণত মিঠাই আৰু পিঠা-পনাৰ চাহিদা বেছি, সেয়া বেকাৰী ব্যৱসায়ৰ বাবে এক সুবৰ্ণ সুযোগ। এই ব্যৱসায়ৰ অসংখ্য সুবিধা আছে যিয়ে ইয়াক এটা আকৰ্ষণীয় পেশা হিচাপে গঢ়ি তুলিছে।
কম বিনিয়োগত আৰম্ভ কৰিব পাৰি: Baker ব্যৱসায় আৰম্ভ কৰিবলৈ ডাঙৰ পৰিমাণৰ মূলধনৰ প্ৰয়োজন নহয়। এটা সৰু বেকাৰী দোকান খুলিবলৈ আপুনি কেইবাজাৰমান সঁজুলি আৰু সামগ্ৰীৰে আৰম্ভ কৰিব পাৰে। উদাহৰণস্বৰূপে, এটা চুলা, কেইবাটাও বেকিং ট্ৰে, ময়দা, চেনি, কণী আদিৰে আপুনি ঘৰতে সৰু পৰিমাণৰ বেকিং কৰিব পাৰে। সময়ৰ লগে লগে লাভৰ পৰিমাণ বাঢ়িলে ব্যৱসায়ক ডাঙৰ কৰিব পাৰি।
ঘৰতে আৰম্ভ কৰিব পাৰি Baker ব্যৱসায়ৰ আন এটা ডাঙৰ সুবিধা হ’ল যে ইয়াক ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰি। বহুতো সফল বেকাৰীসকলে ঘৰতে বেকিং কৰি স্থানীয় বজাৰলৈ বিক্ৰী কৰে। ইয়াৰ বাবে আলাদাকৈ দোকান ভাড়া কৰাৰ প্ৰয়োজন নহয়, যাৰ ফলত খৰচ কম হয়।
চাহিদা সদায় বেছি মিঠাই, কেক, বিস্কুট, পিঠা আদিৰ চাহিদা কেতিয়াও কম নহয়। বিশেষকৈ অসমত বিহু, ডিঙলী, পূজা আদি উৎসৱত এইবোৰৰ চাহিদা বহুগুণে বাঢ়ে। তদুপৰি, বৰ্তমান যুগত জন্মদিন, বিবাহ, এনিভাৰ্ছৰী আদি অনুষ্ঠানতো কেক আৰু মিঠাইৰ চাহিদা থাকে। গতিকে, বেকাৰী ব্যৱসায়ত বিক্ৰীৰ অভাৱ নহয়। সৃজনশীলতা দেখুৱাব পাৰিBaker এটা সৃজনশীল ব্যৱসায়। ইয়াত আপুনি বিভিন্ন ধৰণৰ ডিজাইন, ৰং আৰু স্বাদৰ মিঠাই তৈয়াৰ কৰিব পাৰে। কেক ডেকৰেট কৰা, নতুন নতুন পিঠাৰ প্ৰকাৰ সৃষ্টি কৰা আদিৰ জৰিয়তে আপুনি গ্ৰাহকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে। ইয়াক এটা শিল্প হিচাপেও গণ্য কৰিব পাৰি।
স্থানীয় আৰু অনলাইন বিক্ৰীৰ সুবিধা আজিকালি অনলাইন প্লেটফৰ্মৰ জৰিয়তে বেকাৰী সামগ্ৰী বিক্ৰী কৰাটো সহজ হৈ পৰিছে। ফেচবুক, ইন্সটাগ্ৰাম, ৱাটছএপ আদিৰ জৰিয়তে আপুনি আপোনাৰ প্ৰডাক্টৰ ফটো শ্বেয়াৰ কৰি গ্ৰাহক তৈয়াৰ কৰিব পাৰে। তদুপৰি, স্থানীয় দোকান, স্কুল-কলেজ, অফিচ আদিতো সামগ্ৰী যোগান ধৰিব পাৰে।
পৰিয়ালৰ সদস্যৰ সৈতে কৰিব পাৰি Baker ব্যৱসায়ত পৰিয়ালৰ আন সদস্যকো সংযুক্ত কৰিব পাৰি। উদাহৰণস্বৰূপে, ঘৰৰ মহিলা সদস্যই পিঠা-পনা তৈয়াৰ কৰাত সহায় কৰিব পাৰে, ল’ৰা-ছোৱালীয়ে অনলাইন প্ৰমোচনত সহায় কৰিব পাৰে। ইয়াক এটা পৰিয়ালৰ ব্যৱসায় হিচাপেও গঢ় দিব পাৰি। স্বাস্থ্যকৰ খাদ্যৰ চাহিদা পূৰণ কৰিব পাৰি বৰ্তমান সময়ত মানুহ স্বাস্থ্যকৰ খাদ্যৰ প্ৰতি সচেতন হৈছে। আপুনি অৰ্গেনিক উপাদানৰে, কম চেনিৰ কেক, গ্লুটেন-ফ্ৰী পিঠা আদি তৈয়াৰ কৰি এই চাহিদা পূৰণ কৰিব পাৰে। ইয়াৰ জৰিয়তে আপুনি এক বিশেষ গ্ৰাহক শ্ৰেণীও সৃষ্টি কৰিব পাৰে।
লাভৰ হাৰ বেছি Baker সামগ্ৰীৰ লাভৰ হাৰ আন বহুতো ব্যৱসায়তকৈ বেছি। কাৰণ ইয়াৰ উৎপাদন খৰচ কম কিন্তু বিক্ৰী মূল্য যথেষ্ট বেছি। বিশেষকৈ কাষ্টমাইজড কেক বা ডিজাইনৰ মিঠাইবোৰত লাভৰ পৰিমাণ অধিক হয়।
নিজৰ সময়মতে কাম কৰিব পাৰি Baker ব্যৱসায়ত আপুনি নিজৰ সুবিধামতে সময় নকৰাকৈ কাম কৰিব পাৰে। ইয়াত কোনো ফিক্সড সময় নাথাকে, গতিকে আপুনি ইয়াক ফুল-টাইম বা পাৰ্ট-টাইম হিচাপেও চলাব পাৰে। সমাজত সন্মান আৰু পৰিচয় এজন সফল বেকাৰী হিচাপে সমাজত আপোনাৰ এক সুকীয়া পৰিচয় গঢ়ি উঠিব। স্থানীয় উৎসৱ-পাৰ্বণত আপোনাৰ তৈয়াৰ কৰা সামগ্ৰী জনপ্ৰিয় হ’লে মান-সন্মানো বাঢ়িব।
Baker ব্যৱসায় এটা লাভজনক, সৃজনশীল আৰু কম খৰচৰ ব্যৱসায়িক সুযোগ। ইয়াক যিকোনো বয়সৰ লোকেই আৰম্ভ কৰিব পাৰে। যদি আপুনি বেকিংত আগ্ৰহী আৰু কষ্ট কৰিবলৈ ইচ্ছুক, তেন্তে এই ব্যৱসায় আপোনাৰ বাবে এক উত্তম পছন্দ হ’ব পাৰে। সঠিক পৰিকল্পনা, গুণগত মান আৰু প্ৰচাৰৰ জৰিয়তে আপুনি ইয়াত সফলতা লাভ কৰিব পাৰে।
গতিকে, যদি আপুনি এটা সৰু ব্যৱসায়ৰ সন্ধানত আছে, তেন্তে বেকাৰী ব্যৱসায়ক এক সুযোগ হিচাপে বিবেচনা কৰিব পাৰে। ইয়াৰ সুবিধাসমূহে নিশ্চিতভাৱে আপোনাক এটা লাভজনক ভৱিষ্যৎ গঢ়াত সহায় কৰিব!
Earnings From Baker Business
Earningsৰ ক্ষেত্ৰত যিকোনো Micro business নহওঁক কিয় এই business সমূহৰ পৰা high profit booking কৰিব পাৰে যদি আপুনি এই baker Products quality বৃদ্ধি কৰিবলৈ সক্ষম হয় তেতিয়া আপোনাৰ products demand দিনে দিনে বাঢ়ি যাব পাৰে। আনকি এই ক্ষেত্ৰত Quality Products Selling কৰি অধিক টকা পইচাৰ গৰাকী হ'ব পাৰে।
তাৰ বাবে প্ৰয়োজনীয় যিবোৰ দিশ আছে সেই সমূহৰ ভিতৰত পৰিশ্ৰম আৰু ব্যৱসায়িক ঠাই এই দুই দিশৰ উপৰত অধিক গুৰুত্ব দিয়া উচিত। কাৰণ এই bekar business Career বিশেষ ভাৱে নিৰ্ভৰশীল হয় business কৰা ঠাইত। সেয়ে business আৰম্ভ কৰাৰ আগত এই businessৰ ঠাই নিৰ্বাচিত কৰাটো হ'ল এক জৰুৰী পদক্ষেপ।
কিয়নো বহু ক্ষেত্ৰত দেখা যায় যে business আৰম্ভ তো কৰে ঠিকেই কিন্তু তাৰ products সমূহৰ selling বেছি নহয় সেয়ে লাহে লাহে এই ক্ষেত্ৰত লোকচানৰ সন্মুখীন হোৱা দেখা যায়। সেয়ে ঠাই নিৰ্বাচিত কৰাটো হ'ল এক অন্যতম প্ৰধান দিশ।
Conclusion সামৰণি
মুঠতে এই business কৰিব বিচাৰে যদী তেন্তে আপুনি এই ক্ষেত্ৰত অধিক টকা পইচাৰ প্ৰয়োজন নাই আৰু অধিক ডাঙৰ দীঘল ঠাইৰ প্ৰয়োজন নাই। আপোনাৰ নিজৰ পচন্দ মতে যিকোনো নিজৰ মাটিত এই baker Products Businessটো আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ sellingৰ পৰা অধিক profit booking কৰিব পাৰে।
আৰু অতি সহজে এই business অতি সোনকালেই growth কৰিব পাৰে এই ক্ষেত্ৰত আপুনি নিজৰ নিজৰ পৰিয়ালৰ অন্তৰ্গত ল'ৰা ছোৱালীক আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে।
তদুপৰি যদিও আপুনি এই business নিজৰ দক্ষতা মতে নিজেই চলাই নিয়াৰ capacity ৰাখে তথাপি এই ক্ষেত্ৰত এজন দুজন কাৰিকৰী জ্ঞান থকা লোকৰ নিয়োগ প্ৰদান কৰিব পাৰে।