Type Here to Get Search Results !

Travel Agency Business As Career - Types of Travel agency Career, Services, Details

Travel Agency Businessত Career গঢ়ি তুলিবলৈ হ'লে কিছুমান বিশেষ বিষয়ক গুৰুত্ব প্ৰদান কৰিব লাগে। যদিহে আপোনাৰ Travelত Knowledge আছে তেন্তে আপুনি এই Business কেৰিয়াৰ আৰম্ভ কৰিব পাৰে লগতে থাকিব লাগিব শিক্ষা গ্ৰহণৰ অৰ্হতা। যদিহে আপুনি শিক্ষা সমাপ্ত কৰি বেকাৰ বহি আছে তেন্তে এই Businessত আপুনি এটা সুন্দৰ Career গঢ়ি তুলিবলৈ সক্ষম হ'ব। কিয়নো Travelত Knowledge থকাৰ উপৰিও আপুনি শিক্ষিত হ'ব লাগিব নহ'লে আপুনি Travel agentত সঠিককৈ works কৰিব বাবে সক্ষম নহ'ব পাৰে। 

Travel মানে হৈছে ভ্ৰমণ কৰা কাৰ্য এই ক্ষেত্ৰত বিভিন্ন ঠাইত Travel কৰাৰ সুবিধাও লাভ কৰিব পাৰে। কিয়নো agent এজন হৈছে Travel planningৰ ক্ষেত্ৰত নিয়োজিত এজন বিষয়া যদিহে আপোনাৰ এই ক্ষেত্ৰত Knowledge নাই সেই ক্ষেত্ৰত আপুনি guide কেনেকৈ কৰিব। সেয়ে যদিও আপুনি এজন শিক্ষিত মানু্হ কিন্তু আপোনাৰ Travelৰ ক্ষেত্ৰত কোনো Knowledge নাই তেন্তে আপুনি এই ক্ষেত্ৰত প্ৰথমে এই ক্ষেত্ৰত Knowledge সংগ্ৰহ কৰি লওঁক। 

আনকি এই ক্ষেত্ৰত trainingৰ বাবে course ল'ব পাৰে আৰু অতি সহজে এই ক্ষেত্ৰত Knowledge সংগ্ৰহ কৰি লৈ নিজৰ experience বঢ়াই লওক। 

নজনা ক্ষেত্ৰত কেতিয়াও successful হব নোৱাৰে সেয়ে Knowledge বঢ়াই লোৱাটো প্ৰয়োজনীয় এটা দিশ। Travel agencyত এটা সুন্দৰ আৰু অতি জনপ্ৰিয় business Career গঢ়ি নিজৰ ভৱিষ্যত গঢ়াই লওক । যদিহে আপোনাৰ এই ক্ষেত্ৰত Career গঢ়াৰ ইচ্ছা আছে তেন্তে এই Businessত আপুনি আৰম্ভ কৰিব পাৰে কেৰিয়াৰ। 


Start As Career in Travel agency Business

Travel agencyত কেৰিয়াৰ আৰম্ভ কৰিব বিচাৰে তেন্তে এই লিখনি আপোনাৰ বাবে। চৰকাৰী চাকৰি পদৰ সংখ্যা কম হোৱাৰ হেতুকে অধিকাংশ লৰা ছোৱালী বেৰুজগাৰ হৈ পৰে। শিক্ষা সমাপ্ত কৰা পিছত লৰা ছোৱালীৰ প্ৰধান সমস্যা হ'ল চাকৰি। চাকৰি চাকৰি কৰি থাকোঁতে জীৱনৰ বহুতো valuable time অতিবাহিত কৰে শেষত চাকৰি নাপাই এজন নিবনুৱা হৈ বহি পৰে। কিন্তু বৰ্তমান সময়ৰ লৰা ছোৱালী সকলক talent হোৱা দেখা গৈছে যে তেওঁ লোক শিক্ষিত হোৱাৰ লগে লগে যিকোনো এটা বিভাগত diploma course লয়। 

যাতে চাকৰি নাপালে যি কোনো কৰ্ম সংস্থাপনৰ ব্যৱস্থা নিজৰ যোগ্যতা অনুসৰি বাচনি কৰি ল'ব পাৰে। সেয়ে চৰকাৰী চাকৰি বিচৰাৰ লগতে micro business trainingও লৈ থকা দেখা যায়। হয় তাৰ পৰিৱৰ্তে চাকৰি হ'ব নহ'লে যিকোনো এটা small business কৰিব।


 আচলতে এই সিদ্ধান্ত লোৱা লৰা ছোৱালীক এই ক্ষেত্ৰত Knowledge সংগ্ৰহ কৰা হৈছে গুৰুত্বপূৰ্ণ এটা বিষয়। Travel agencyত কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ এই ক্ষেত্ৰত diploma courseৰ অধিনত কিছু অধ্যয়ন কৰিব পাৰে যদি আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ সুবিধা হ'ব পাৰে। 

এই ক্ষেত্ৰত চাকৰি কৰাৰ ক্ষেত্ৰত সেয়ে এই Travel agencyত কেৰিয়াৰ প্ৰতিষ্ঠাৰ বাবে আপোনাৰ যোগ্যতা ইমান বেছি হোৱাৰ দৰকাৰ নাই। সাধাৰণ বিভাগত লিখা পঢ়া কৰিলেও আপুনি এই ক্ষেত্ৰত চাকৰি কৰাৰ ক্ষেত্ৰত দক্ষতা লাভ কৰিব। Travel চাকৰি কৰিলে দেশ বিদেশৰ বিভিন্ন natural sceneryও উপভোগ কৰিব পাৰি। যত নিজৰ বাবে সুকীয়া কৈ travel costsৰ বহন কৰিব নালাগে বিনামূলীয়া ভাৱে দেশ বিদেশৰ বিভিন্ন ঠাই visit কৰিব পাৰে।


Types of Travel agency Business Details

International travel আৰু Domestic Travel কৰাৰ ক্ষেত্ৰত বিভিন্ন দক্ষতা অৰ্জন কৰা হৈছে এই Business এটা গুৰুত্বপূৰ্ণ দিশ। এই ক্ষেত্ৰত যিবোৰ দিশ আছে তাৰ ভিতৰত অন্যতম কিছুমান বিশেষ দক্ষতা হ'ল Language জনাটো যদি আপুনি English Language নাজানে তেন্তে এই Language প্ৰথমে শিকাটো হ'ল প্ৰথম কাম কিয়নো দেশৰ বাহিৰৰ পৰিবেশৰ বাবে প্ৰয়োজনীয় যিবোৰ Language আছে সেই সকলো বোৰৰ ভিতৰত English Language হ'ল এক অন্যতম প্ৰধান ভাষা। কাৰণ এই ভাষাত সকলোৱে কম বেছি পৰিমাণে বুজি পায় আৰু ক'ব পাৰে। 

আপুনি যত Travel destination নিৰ্বাচিত কৰিছে সেইসমূহ ঠাইত যি ভাষা চলে তাৰ বাবে আপুনি সেই অঞ্চলৰ local ভাষা জনা থাকিব লাগিব নহ'লে আপুনি English Languageত কথা পাতিব লাগিব। সেয়ে travel guide কৰিব হ'লে ভাষা জনা টো হ'ল এক জৰুৰী পদক্ষেপ। 

Travel agency সমূহে যিবোৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰে সেই বোৰৰ ভিতৰত যেনে airlinesৰ ক্ষেত্ৰত সুবিধা এই ক্ষেত্ৰত যদি আপুনি domestic আৰু international travel কৰিব বিচাৰে তেন্তে ইয়াতে আপুনি সুবিধা লাভ কৰিব। 


Types of Services Provided by Travel Agency 

Travel agency সমূহৰ যিবোৰ দিশ আছে সেই সমূহৰ ভিতৰত অন্যতম হৈছে airlinesৰ সুবিধা । ইয়াৰ উপৰিও car rentalsৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰে Travel এজেণ্ট সকলে যদিহে আপুনি carত travel কৰিব বিচাৰে তেন্তে ইয়াতে আপুনি এই সূবিধাও পাব পাৰে। সকলো ক্ষেত্ৰত airlinesৰ সহায়ত ভ্ৰমণ কৰা অসুবিধা হয় সেয়ে এই অসুবিধা আঁতৰ কৰিবলৈ car Travel কৰিব পাৰে। 

সৰু সৰু ঠাইত Travel কৰাৰ বাবে car হৈছে এক অন্যতম উপাদান। cruise linesৰ সুবিধা প্ৰদান কৰে Travel agencyত যদি আপুনি পানী যাত্ৰ কৰা পছন্দ কৰে তেন্তে আপুনি cruise linesৰ সহায় ল'ব পাৰে আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰে Travel agency সমূহে। Tourist destination সমূহৰ ভিতৰত অন্যতম হৈছে পানী যাত্ৰৰ যোগেদি beautiful destinationত ভ্ৰমণ কৰা। এনে কিছুমান Tourist destination আছে যিবোৰ ক্ষেত্ৰত cruise linesৰ সহায় নোহোৱাকৈ ভ্ৰমণ কৰা অসুবিধা সেয়ে এই ক্ষেত্ৰত আপুনি এই সুবিধাৰ সহায় ল'ব পাৰে। 

Hotelsৰ ক্ষেত্ৰত agency সমূহৰ দায়িত্ব অপৰীসিম কৰা ভ্ৰমণ কৰিবলৈ গ'লে থকা মেলা কৰাৰ ক্ষেত্ৰত সুবিধা থকা উচিত। গোটেই দিনটো Travel কৰাৰ পিছত জিৰণি লোৱাৰ প্ৰয়োজন আছে সেয়ে এই ক্ষেত্ৰত hotelৰ প্ৰয়োজন আছে এই ক্ষেত্ৰত Travel agency সমূহৰ দায়িত্ব অধিক হোৱা দেখা যায় । 

এই ক্ষেত্ৰত কিছুমান Tourist সকলৰ পছন্দ থকা খোৱাৰ সু-ব্যৱস্থা থকা হোটেলৰ পছন্দ। railwaysৰ যোগেদি ভ্ৰমণ কৰিবলৈ গ'লে travel costsৰ পৰিমাণ অলপ কমি যায়। এই ক্ষেত্ৰত ভ্ৰমণ কৰিবলৈ গ'লে travel এজেণ্ট সকলে গুৰুত্বপূৰ্ণ পৰামৰ্শ প্ৰদান কৰে। travel insuranceৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে Travel agency সকলে আপুনি ভ্ৰমণ কৰা সময়ত যদি কিবা কাৰণত চিকিৎসা ব্যৱস্থাৰ সন্মুখীন হ'ব লাগে তাৰ বাবে প্ৰয়োজনীয় যিবোৰ দিশ সেয়ে travel insuranceৰ গুৰুত্ব আছে। 

এই ক্ষেত্ৰত আপুনি বিশেষ সুবিধা লাভ কৰিব পাৰে যদি আপোনাৰ এই insurance কৰা থাকে। Travel agency সকলে উল্লেখযোগ্য সুবিধা সমূহৰ ভিতৰত আন এটা গুৰুত্বপূৰ্ণ সুবিধা প্ৰদান কৰিছে যিটোক package tours বুলি কোৱা হয়। এই ক্ষেত্ৰত আপুনি লাভ কৰিব পাৰে ভ্ৰমণ কৰা ক্ষেত্ৰত টকা পইচাৰ subsidyৰ সুবিধা। 

বৰ্তমান সময়ত দেখা যায় যে সকলো Travel agency company সমূহৰ নিজস্ব কিছুমান package toursৰ সুবিধা আছে। ভিন্ন companyৰ ভিন্ন ধৰণৰ পেকেজ toursৰ সুবিধা। 


Travel Agency পৰ্যটন এজেঞ্চি ব্যৱসায়ৰ সুবিধা

পৰ্যটন এজেঞ্চি ব্যৱসায় এটা লাভজনক আৰু চাহিদাপূৰ্ণ পেশা। আজিকালি মানুহে ভ্ৰমণক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে লৈছে। ফলত পৰ্যটন এজেঞ্চিৰ প্ৰয়োজনীয়তা দিনক দিনে বাঢ়ি আহিছে। এই ব্যৱসায়টোৰ বহুতো সুবিধা আছে, যিয়ে এজন উদ্যোগীক আকৰ্ষিত কৰিব পাৰে। তলত আমি পৰ্যটন এজেঞ্চি ব্যৱসায়ৰ বিভিন্ন সুবিধা সম্পৰ্কে আলোচনা কৰিম।  

বৰ্ধিত চাহিদাভ্ৰমণ কৰাটো এতিয়া আৰু মাত্ৰ এটা বিলাসিতা নহয়, ই এটা প্ৰয়োজন হৈ পৰিছে। মানুহে বেছিৰেপৰা বিদেশী ভ্ৰমণ, হানিমুন, পৰিয়ালৰ সৈতে ছুটী আদিত গুচি যায়। এই বৃদ্ধি হোৱা চাহিদাই পৰ্যটন এজেঞ্চিৰ বাবে বহুতো সুবিধা সৃষ্টি কৰিছে।  

কম প্ৰাৰম্ভিক বিনিয়োগ অন্যান্য ব্যৱসায়তকৈ পৰ্যটন এজেঞ্চি আৰম্ভ কৰিবলৈ কম মূলধনৰ প্ৰয়োজন। আপুনি এটা সৰু অফিছ, কম্পিউটাৰ, ইন্টাৰনেট সংযোগ আৰু কিছু পৰ্যটন সম্বন্ধীয় জ্ঞানৰে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে।  লাভজনক কমিচন পৰ্যটন এজেঞ্চিয়ে হোটেল, এয়াৰলাইন, টুৰ পেকেজ আদি বিক্ৰী কৰাৰ বাবে কমিচন পায়। কেতিয়াবা এই কমিচন ১০%-২০% লৈকে হ’ব পাৰে। গতিকে, বেছি কাষ্টমাৰে বেছি লাভ।  

নেটৱৰ্কিংৰ সুবিধা এই ব্যৱসায়ত বিভিন্ন হোটেল, এয়াৰলাইন, টুৰ অপাৰেটৰ আদিৰ সৈতে চুক্তি কৰিব লগা হয়। ফলত এক ডাঙৰ নেটৱৰ্ক গঢ়ি উঠে, যিয়ে ভৱিষ্যতৰ বাবে আৰু অধিক সুবিধা দিয়ে।  ঘৰৰ পৰাই ব্যৱসায় কৰাৰ সুবিধাইণ্টাৰনেটৰ সহায়ত আজিকালি অনলাইন ট্ৰেভেল এজেঞ্চি চলাব পাৰি। ইয়াৰ বাবে ডাঙৰ অফিছৰো প্ৰয়োজন নহয়। ফ্ৰিলান্সিং প্লেটফৰ্ম যেনে Upwork, Fiverr আদিতো ট্ৰেভেল প্লেনিং সেৱা আগবঢ়াব পাৰি।  

 স্থানীয় অৰ্থনীতিলৈ অৱদান পৰ্যটন এজেঞ্চিয়ে স্থানীয় ৰেষ্টুৰেণ্ট, হোটেল, গাইড আদিক সহায় কৰে। ফলত স্থানীয় অৰ্থনীতি শক্তিশালী হয়।  

ব্যক্তিগত ভ্ৰমণৰ সুবিধা পৰ্যটন এজেঞ্চিৰ মালিক বা কৰ্মচাৰীসকলে বিনামূলীয়া বা ৰেয়াতত ভ্ৰমণৰ সুবিধা পাব পাৰে। বহুতো এয়াৰলাইন আৰু হোটেলে এজেঞ্চিক বিশেষ ডিস্কাউণ্ট দিয়ে।  বিভিন্ন সেৱাৰ সমন্বয় পৰ্যটন এজেঞ্চিয়ে কেৱল টিকেট বুকিং নকৰে, ইয়াৰোপৰি ভিছা সহায়তা, টুৰ গাইড, ট্ৰেভেল ইন্সুৰেন্স আদিও আগবঢ়ায়। এই বহুমুখী সেৱাই অধিক উপাৰ্জনৰ পথ মোকলায়।  

ডিজিটেল বিপণনৰ সুবিধা সামাজিক মাধ্যম আৰু অনলাইন বিপণনৰ জৰিয়তে পৰ্যটন এজেঞ্চিয়ে সহজে কাষ্টমাৰ আকৰ্ষণ কৰিব পাৰে। ফেচবুক, ইন্সটাগ্ৰাম, গুগল এডছ আদিৰ জৰিয়তে ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰি।  

 গ্ৰাহকৰ বিশ্বাস অৰ্জন এক ভাল পৰ্যটন এজেঞ্চিয়ে গ্ৰাহকৰ বিশ্বাস অৰ্জন কৰিব পাৰে। এজন সন্তুষ্ট গ্ৰাহকে পুনৰ ব্যৱহাৰ কৰাৰ লগতে আনকো পৰামৰ্শ দিয়ে। পৰ্যটন এজেঞ্চি ব্যৱসায়ৰ সুবিধা বহুতো। ইয়াৰ বাবে প্ৰয়োজন মাত্ৰ এক উৎসাহী মনোভাৱ, ভাল নেটৱৰ্কিং আৰু সেৱাৰ মানদণ্ড ৰক্ষা কৰা। যদি আপুনি ভ্ৰমণ প্ৰেমী আৰু ব্যৱসায়িক দৃষ্টিভংগী আছে, তেন্তে এই ব্যৱসায় আপোনাৰ বাবে উত্তম হ’ব পাৰে। এইখিনি সুবিধাৰ বাবে আজি বহুতো যুৱকে পৰ্যটন এজেঞ্চি ব্যৱসায়ক কেৰিয়াৰ হিচাপে বাছি লৈছে। আপুনিও এই সুবিধাবোৰৰ পৰা লাভান্বিত হ’ব পাৰে।  


Travel Agency Business Career

Travel agencyত আপুনি এটা সুন্দৰ Career আৰম্ভ কৰিব পাৰে যদি আপোনাৰ এই ক্ষেত্ৰত Knowledge আছে। এই Business Careerত উচ্চ income মাহিলী হিচাপে লাভ কৰিব পাৰে আনকি এই Businessত চৰকাৰী চাকৰিত যি উপাৰ্জন প্ৰদান কৰে মাহিলী হিচাপে তাৰ পৰিৱৰ্তে এই Travel Agencyত দ্বিগুণ monthly salary লাভ কৰিব পাৰে। সেয়ে যদিহে এটা সুন্দৰ business Career বিচাৰি আছে তেন্তে Travel agencyত Career গঢ়ি তূলিব পাৰে। যত high amount salary প্ৰতি মাহিলী লাভ কৰিব পাৰে। যিসকলে চাকৰিৰ সলনি এটা গুৰুত্বপূৰ্ণ Career গঢ়ি তোলিব বিচাৰে তেওঁলোকে এই ক্ষেত্ৰত আৰম্ভ কৰিব পাৰে নিজৰ পচন্দ মতে কেৰিয়াৰ।


সামৰণি Conclusion

সদৌ শেষত চাকৰি নাপাই যিসকলে এটা সুন্দৰ Career বিচাৰি আছে সেই সকলো লৰা ছোৱালীৰ বাবে এয়া এক অন্যতম ব্যৱসায় হ'ব পাৰে। Travel agency Business আৰম্ভ কৰাৰ আগত আপুনি এই বিষয়ে কিছু অধ্যয়ন কৰিব পাৰে। এই লেখাটোৱে পৰ্যটন এজেঞ্চি ব্যৱসায়ৰ বিভিন্ন দিশ আলোচনা কৰিছে। যদি আপুনি এই ব্যৱসায় আৰম্ভ কৰিবলৈ ইচ্ছুক, তেন্তে বাজাৰৰ চাহিদা আৰু সম্ভাৱ্যতা বিশ্লেষণ কৰি ল’ব। শুভেচ্ছা থাকিল!

তেনেদৰে বিভিন্ন ধৰণৰ professional কেৰিয়াৰ কোৰ্চ আদিৰ বিষয়ে কিছু knowledge আয়ত্ত কৰি ল'ব পাৰে আৰু অতি সহজে এই Business আৰম্ভ কৰিব পাৰে এটা গুৰুত্বপূৰ্ণ Career। যত বিদেশ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত দক্ষতা লাভ কৰিব পাৰে। ধন্যবাদ।